Breaking

Browsing Category

স্থানীয় বাৰ্তা

নামনি মাজুলীত বান সাহাৰ্য বিতৰণ

উজনি-মাজুলী  : মাজুলীৰ কাৰ্তিক চাপৰিত মাজুলী জিলা  টি.এম.পি.কে, এম.এম.কে. আৰু টি.এম.এম. কেৰ  উদ্যোগত আৰু ৩২ নং ৰাদাং ৰিককং সমষ্টিৰ মিচিং স্বায়ত্ব শাসিত পৰিষদৰ সাধাৰণ সদস্য উমা পাঠৰী লগতে আয়াং ট্ৰাষ্ট (NGO) এন.জি.অ. ৰ সহযোগত বান পীড়িত
Read More...

জয়সাগৰত ব্যতিক্ৰমী ৰূপত ঈদ-উল-জোহা উদযাপন

দৈনন্দিন বাৰ্তা,গেলেকীঃ শনিবাৰে উলহ-মালহেৰে পালন কৰা হয় ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ পৱিত্ৰ ঈদ-উল-জোহা৷ সকলোবোৰ উৎসৱৰ দৰে ক'ভিড-১৯ ৰ বাবে দেশত চলি থকা লক ডাউনে ম্লান পেলালে এই উৎসৱকো৷ আগষ্টৰ পহিলা দিনটোতে আল্লাৰ নামত উচৰ্গা কৰা হয়৷ কিন্তু
Read More...

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শিক্ষা ব্যৱস্থাক চৰম ভেঙুচালি নগাঁৱৰ শিক্ষানুষ্ঠানৰ । ডিগ্ৰী প্ৰদানৰ…

নগাঁও : বি ফাৰ্ম ডিগ্ৰী প্ৰদানৰ নামত নগাঁৱৰ এখন শিক্ষা প্রতিষ্ঠানৰ বিৰুদ্ধে ভয়ংকৰ জালিয়াতিৰ আশ্ৰয় লোৱাৰ অভিযোগ উত্থাপিত হৈছে । শিক্ষা প্রতিষ্ঠানখনে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত ধনৰ বিনিময়ত চাৰ্টিফিকেট প্ৰদানৰ অভিযোগ জিলা প্ৰশাসনৰ ওচৰত
Read More...

নাজিৰা তেল খাদত নিয়োজিত ৯ জনৰ দেহত ক’ভিড-১৯ পজিটিভ

গেলেকী : নাজিৰা মহকুমা অন্তৰ্গত (চেলেং পথাৰ) নিৰ্মলীয়া গাঁৱত অৱস্থিত তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ এটি তেল খাদত নিয়োজিত কৰ্মচাৰীসকলৰ ৩১ জুলাইলৈকে ৫৫জন কৰ্মচাৰীৰ স্বোৱাব পৰীক্ষাৰ অন্তত ৯ গৰাকীৰ দেহত ক'ভিড-১৯ পজিটিভ পোৱা গৈছে। এই তথ্য লাভ কৰা
Read More...

জামুগুৰিহাটৰ চকীঘাট পৰিদৰ্শন বিধায়ক মৃণাল শইকীয়াৰ। অসমৰ বিৰোধী দল পাকিস্তান পন্থী ৷ কিছু সংগঠন, ভুৱা…

জামুগুৰিহাট : জামুগুৰিহাটৰ পশ্চিমাঞ্চলৰ চকীঘাটত যোৱা ৩০ জুলাইত একাংশ সন্দেহজনক নাগৰিকৰ হাতত চক্ৰ বিষয়া,আৰক্ষী বিষয়াসহ ১২ জনকৈ খিলঞ্জীয়া লোক আক্ৰমণৰ বলি হোৱাৰ পিছত আজি জীয়া ভৰলী নদীৰ পাৰৰ সেই ঘটনাস্থলী পৰিদৰ্শন কৰি বিস্ফোৰক মন্তব্য আগবঢ়াই
Read More...

আজি পবিত্ৰ ঈদ-উল-জোহা : নাজিৰা, জয়সাগৰত চৰকাৰী নিয়ম অনুসৰি ঈদ উদযাপন

গেলেকী : আজি পবিত্ৰ ঈদ-উল-জোহা অথবা ঈদ-উল-আজহা৷ সমগ্ৰ বিশ্বতে ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিছে ত্যাগৰ প্ৰতিভূ স্বৰূপ এই উৎসৱটি। শিৱসাগৰ জিলা অন্তৰ্গত নাজিৰা মহকুমা লগতে জয়সাগৰতো বিশেষ সম্প্ৰদায়ৰ লোক সকলে উলহ-মালহেৰে ঈদ-উল-জোহা পালন কৰা
Read More...

সমাজকৰ্মী অসীম বৰুৱাৰ ব্যতিক্ৰমী প্ৰদক্ষেপ

ভগামুখ : দিনে দিনে ৰাজ্যত বাঢ়িছে কৰ'না আক্ৰান্ত ৰোগীৰ সংখ্যা৷ চিকিৎসাত নিয়োজিত চিকিৎসক নাৰ্চে দিনে নিশাই সেৱাৰে সুস্থ কৰি তুলিছে বহু ৰোগীক ৷ ভগামুখ আদৰ্শ চিকিৎসালয়ত স্থাপন হোৱা কোৱাৰেনটাইন চেন্টাৰত দ্বায়িত্ববাহী বিষয়া ডা° ভাষ্কৰ
Read More...

নগাঁও বাইপাছত ভয়ংকৰ দুৰ্ঘটনা : তীব্ৰবেগী চেন্ট্ৰ’ গাড়ীয়ে মহতীয়াই নিলে ষ্কুটী আৰোহীক ; নিহত…

নগাঁও : নগাঁও চহৰৰ পাৰ্শ্বৱৰ্তী নগাঁও বাইপাছৰ ওপৰ পাথৰীত কালি পুৱা ১০.৩০ বজাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাটোত দুই ভাতৃ-ভগ্নী নিহত হোৱাৰ উপৰিও আন চাৰিগৰাকী লোক আহত হয়। দুৰ্ঘটনাটোত নিহত যুৱকজনৰ নাম পল্লৱ শইকীয়া আৰু তেওঁৰ
Read More...

হোজাইৰ ডবকাত অৱ্যাহত আছে চোৰাং গৰুৰ বেহা

ডবকা : ৰাজ্যৰ আন আন প্ৰান্তৰ সমান্তৰালকৈ হোজাই জিলাতো অৱ্যাহত আছে গৰুৰ চোৰাং বেহা৷ বৃহস্পতিবাৰে নিশা ডবকাৰ পৰা কাছাৰলৈ চোৰাংভাবে সৰবৰাহ কৰোতে ২০ টা গৰুসহ এখন বাৰচকীয়া ট্ৰাক জব্দ কৰে৷ জব্দ কৰা গৰু ভৰ্তি ট্ৰাকখনৰ নম্বৰৰ হ'ল AS11CC 8056 ৷
Read More...

নামখলাৰ সৰু থেকেৰাবাৰীত ৬০ ফুট উচ্চতাৰ অমিতা গছক লৈ ৰাইজৰ মাজত কৌতূহল-চাঞ্চল্য

নামখলা : সাধাৰণতে ওখ গছ বুলিলে আমি তামোল, নাৰিকল, খেজুৰ, আম, বটগছ আদিকেই বুজো যদিও এতিয়া এই ধাৰণা সলনি কৰি অমিতা গছেও স্থান দখল কৰিছে ওখ গছৰ তালিকাত। সচৰাচৰ এডাল অমিতা গছ সৰ্বাধিক ২০-২৫ ফুট ওখ হয় যদিও দৰং জিলাৰ মঙলদৈত এডাল ৬০ ফুট উচ্চতাৰ
Read More...