Breaking

Browsing Category

স্থানীয় বাৰ্তা

লকডাউন : মদ নাপাই ছেনিটাইজাৰ পান কৰি মৃত্যু ৯

দৈনন্দিন বাৰ্তা ডেস্ক : লকডাউনৰ বাবে মদৰ দোকান বন্ধ৷ সেয়ে মদ্যপান কৰিবলৈ নাপায় এলকহলযুক্ত ছেনিটাইজাৰ পান কৰে৷ ফলত মৃত্যুৰ মুখত পৰে ৯জনকৈ লোক৷ উল্লেখ্য যে ক’ৰোনা সংক্ৰমণৰ বাবে অন্ধ্ৰপ্ৰদেশত যোৱা ১৮ জুলাইৰ পৰা লকডাউন ১৪ দিনৰ বাবে বঢ়াই
Read More...

সোণতলীৰ বৰঘোল আঞ্চলিক বাগান বজাৰ ক্লাৱৰ ঈদৰ সামগ্ৰী বিতৰণ

সোণতলী : সমগ্ৰ বিশ্বৰ লগতে অসমতো ১ আগষ্টত উদযাপন হ'ব ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ উৎসৱ ঈদ-উল-আজহা৷ কৰোনা আতংকৰ মাজতে প্ৰশাসনৰ নিৰ্দেশ অনুসৰি ৰাজ্যবাসীয়ে ঘৰতে সামাজিক দূৰত্ব বজাই ৰাখি ঈদৰ নামাজ আদায় কৰাৰ প্ৰস্তুতি সম্পন্ন কৰা দেখা
Read More...

এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ নেতাৰ মৃত্যু, তিনিদিনীয়া শোক পালন

তিনিচুকীয়া : ৰে'ল শ্ৰমিকসকলৰ দুৰন্ত তথা আপোচহীন নেতা ৰূপে পৰিচিত এন এফ ৰে'লৱে মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় কমিটীৰ সহ:সাধাৰণ সম্পাদক ভজন চন্দ্ৰ দে ৬৮ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে। আজি পুৱতি নিশা ৩-২০ বজাত বদৰপুৰৰ ৰে'লৱে চিকিৎসালয়ত মৃত্যুবৰণ
Read More...

নাজিৰা, জয়সাগৰত ক’ৰোনা ত্ৰাসৰ মাজত কেনেদৰে চলিছে ঈদ-উল জোহাৰ প্ৰস্তুতি

গেলেকী : সমগ্ৰ ৰাজ্য তথা শিৱসাগৰ জিলা অন্তৰ্গত নাজিৰা আৰু জয়সাগৰত অনুষ্টুপীয়াকৈ ঈদ-উল জোহাৰ ব্যাপক প্ৰস্তুতি চলিছে। ঈদ-উল জোহালৈ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী ৷ ক'ৰোনা ত্ৰাসৰ বাবে নাজিৰা, জয়সাগৰত পৱিত্ৰ ঈদ-উল জোহা অনুষ্টুপীয়াকৈ উদযাপন
Read More...

নাজিৰা বিধানসভা সমষ্টি দখলৰ বাবে শাসকীয় কুচকাৱাজ আৰম্ভ : কংগ্ৰেছৰ দুৰ্গ আখ্যা

গেলেকী : নাজিৰা বিধানসভা সমষ্টি শক্তিশালী ভেটি স্বৰূপে দীৰ্ঘদিনে কংগ্ৰেছৰ দখলত থকা ৰাইজে প্ৰত্যক্ষ কৰিছে। অপেক্ষা নহয়, শাসকীয়ৰ বাবে গভীৰ প্ৰত্যাহ্বানৰ বিষয় হ'ব নাজিৰা সমষ্টিৰ পৰা কংগ্ৰেছৰ ভেটি উৎখাত কৰাটো। সমাগত ২০২১ চনৰ বিধান সভাৰ
Read More...

মণিপুৰত সন্ত্ৰাসবাদীৰে সংঘৰ্ষত শ্বহীদ ৩ অসম ৰাইফলৰ জোৱান : আহত ৫

দৈনন্দিন বাৰ্তা ডেস্ক : মণিপুৰত সন্ত্ৰাসবাদীৰ সৈতে হোৱা গুলীয়াগুলীত অসম ৰাইফলছৰ তিনিজন জোৱান শ্বহীদ হৈছে৷ আনহাতে এই ঘটনাত আহত হৈছে আন পাঁচজন জোৱান৷ বৃহস্পতিবাৰে পুৱা মণিপুৰৰ চান্দেল জিলাৰ ম্যানমাৰৰ সীমান্তত এই ঘটনা সংঘটিত হয়৷ স্থানীয়
Read More...

জামুগুৰিহাটত ভয়ংকৰ পৰিস্থিতি। সন্দেহজনক লোকৰ আক্ৰমণত আহত আৰক্ষী বিষয়া,নদুৱাৰ ৰাজহ চক্ৰ বিষয়াসহিতে ১২…

জামুগুৰিহাট :  চতিয়া সমষ্টিৰ জামুগুৰিহাটৰ দক্ষিণ-পশ্চিমাঞ্চলৰ চকীঘাটত আজি চৰকাৰী বেদখলমুক্ত ভূমি দখলক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে একাংশ সন্দেহজনক লোকৰ আক্ৰমণত আৰক্ষী বিষয়া,ৰাজহ চক্ৰ বিষয়া সহিতে ১২ জনকৈ লোক আহত
Read More...

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত টীয়কত যোৰহাট জিলা বিজেপিৰ উপ সভাপতিৰ বাসগৃহৰ সন্মুখত আছুৰ মানৱ…

মুদৈজান : নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ অংশ হিচাপে সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ আহ্বানত টীয়ক আঞ্চলিক ছাত্ৰ সন্থা, শিমলুগুৰি মৌজা আছুৰ উদ্যোগত টীয়ক আঞ্চলিক চুতীয়া ছাত্ৰ সন্থা, তথা ৰাইজৰ সহযোগত টীয়কৰ জগদুৱাৰত যোৰহাট জিলা বিজেপিৰ
Read More...

নলবাৰী বৰভাগত স্বেচ্ছাসেৱী সংস্থা “সন্ধান”ৰ পৰা বানপীড়িত ৰাইজক সাহাৰ্য্য প্ৰদান

নলবাৰী : কৰণা মহামাৰীৰ পিছতে এতিয়া বানপানীৰ সংহাৰী ৰূপে এতিয়া ৰাজ্য বিভিন্ন প্ৰান্তৰ সৰ্ব সাধাৰণ ৰাইজক সমস্যাৰ দিশলৈ থেলি পঠিয়াইছে। এনে পৰিস্থিতিৰ সময়ত নলবাৰী জিলাৰ স্বেচ্ছাসেৱী সংস্থা সন্ধানৰ তৰফৰ পৰা বানপীড়িত অঞ্চলত যোৱা কেবাদিন ধৰি
Read More...

উলুবাৰীত পৌৰনিগমৰ পাইপ ফাটি পানীৰ অপচয়। পানীৰে উপচি পৰিছে দক্ষিণ শৰনীয়া সংযোগী পথ, নিৰ্বিকাৰ…

গুৱাহাটী : গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলত এটুপি পানীৰ বাবে হাহাঁকাৰ কৰিব লগা হয়৷ পৌৰনিগমৰ তৰফৰ পৰা এতিয়ালৈকে ৭০ শতাংশ নাগৰিকক পানী যোগান ধৰিব পৰা নাই৷ তেনেস্থলত গুৱাহাটী পৌৰনিগমৰ দায়িত্বহীনতা বাবে একাংশ পথত পানীৰ পাইপ ফাটি হাজাৰ হাজাৰ
Read More...