Breaking

Browsing Category

স্থানীয় বাৰ্তা

কলেজৰ অধ্যাপক ঠিকাদাৰ, দুৰ্নীতিৰ অভিযোগ স্থানীয় ৰাইজৰ

সোণতলী : দক্ষিণ কামৰূপৰ বকো সমষ্টিৰ মালিবাৰীত এখন দলং নিৰ্মাণক লৈ ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ ছমৰীয়া উন্নয়ন খণ্ডৰ এলেকাধীন ৩ নং মালিবাৰী পথাৰ ঈদগাহৰ পৰা কৱৰস্থান সংযোগী এখন কাঠৰ দলং নিৰ্মাণক লৈ সৃষ্টি হৈছে চাঞ্চল্য৷
Read More...

ৰজাঘৰীয়া ও পুৰাতত্ত্ব বিভাগৰ আওকাণ : লাকুৱাত ধ্বংসৰ গঢ়াহত ঐতিহাসিক আমলখি দেওশাল

গেলেকী :  ৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ সোণালী স্বাক্ষ্যৰ বহন কৰি যোৱা এইখন অসমতেই আছে বুৰঞ্জীপ্ৰসিদ্ধ বহু মূল্যৱান ঐতিহাসিক সমলসমূহ। নাজিৰা মহকুমা অন্তৰ্গত লাকুৱাত আছে ঐতিহাসিক আমলখি দেওশাল। আহোম সকলৰ অন্যতম উপাস্য দেৱতাৰ আৰাধনাস্থলী হ'ল
Read More...

পাঁচবছৰীয়া শিশু কন্যাক অমানুষিক নিৰ্যাতন পিতৃৰ

ডবকা : হোজাই জিলাৰ ডবকা আৰক্ষী থানাৰ অন্তৰ্গত সুতাৰ গাঁৱত সতীয়া পিতৃয়ে পাঁচ বছৰীয়া কন্যা শিশুক অমানুষিক অত্যাচাৰ চলোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। শৰীৰৰ প্ৰতিটো অংগত লাঠিৰে গুৰুলাগুৰুলকৈ মাৰপিট কৰাৰ চিন স্পষ্ট হৈ আছে শিশুটিৰ।
Read More...

নাজিৰাত পুনৰ ৬ ব্যক্তি ক’ভিড-১৯ত আক্রান্ত

গেলেকা : নাজিৰা মহকুমা অন্তৰ্গত গড়গাওঁ মহাবিদ্যালয়ত অৱস্থিত স্বাব সংগ্ৰহ কেন্দ্ৰত সংগ্ৰহিত ২৮ জুলাই তাৰিখে অহা স্বাবৰ ফলাফলত নিম্ন উল্লেখিত ব্যক্তি সকলৰ দেহত ক’ভিড-১৯ পজিটিভ পোৱা গৈছে। ইয়াৰ উপৰি ডিমৌত অৱস্থিত স্বাব
Read More...

নগাঁওৰ এগৰাকী প্ৰচাৰ বিমুখ শিল্পীৰ শিল্পকলাই আকৰ্ষিত কৰিছে সকলোকে

নগাঁও : এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া। যি গৰাকী আৰক্ষী বিষয়াই কৰ্মজীৱনত মুখামুখি হৈছে অসম আন্দোলনৰ, অসমৰ উগ্ৰপন্থী সমস্যাৰ পৰা বিভিন্ন সমস্যাৰাজিৰ লগত। সেয়ে কৰ্মজীৱনৰ পৰা অৱসৰ লোৱাৰ পিছত এডাল কাঠত অসমৰ সমস্যাৰাজিক প্ৰকাশ কৰাৰ চেষ্টাত
Read More...

সোণতলীৰ মালিবাৰীত বিদ্যুত স্পৃষ্ট হৈ এজন নিহত, দুজন গুৰুতৰভাৱে আহত

সোণতলী : দক্ষিণ কামৰূপৰ বকো বিদ্যুৎ উপ সংমণ্ডলৰ অন্তৰ্গত তথা সোণতলী এলেকাধীন মালিবাৰী জাৰপাৰা গাঁৱত কালি সন্ধিয়া বিদ্যুতস্পৃষ্ট হৈ এজন যুৱক নিহত হোৱাৰ লগতে দুগৰাকী যুৱক আহত হোৱাত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে
Read More...

নগাঁও বন বিভাগৰ বালি ভৰ্তি ট্ৰাক জব্দ

ননৈ : নগাঁও জিলা বন সংমণ্ডল বিষয়া ৰাজেন চৌধুৰীৰ নিৰ্দেশ মৰ্মে নগাঁও বন সুৰক্ষা শাখাৰ বনাঞ্চলিক বিষয়া চেমিম আখতাৰৰ নেতৃত্বত যোৱা এটি অভিযানকাৰী দলে জিলাখনৰ কামপুৰৰ বকুলগুৰী দলঙৰ সমীপৰ পৰা অভিযান চলাই তিনিখনকৈ অবৈধ বালি ভৰ্তি ট্ৰাক জব্দ
Read More...

ঢুলীয়াপাৰৰ ৰফিকুল হাজৰিকাক ৱাটছাপ যোগে ১০ লাখ টকা ধনদাবী, মহিলা গ্ৰেপ্তাৰ

গেলেকী : শিৱসাগৰ জিলা তথা ৰাজ্যৰ এগৰাকী সু-প্ৰতিষ্ঠিত ব্যৱসায়ী ৰফিকুল হাজৰিকা ওৰফে (বাবুজান)। নাজিৰা মহকুমা সমীপৰ জয়সাগৰস্থিত ঢুলীয়াপাৰৰ বাসিন্দা হাজৰিকা জিলা ও অসমবাসী ৰাইজৰ বাবে আছে সমাজসেৱাৰ এক উল্লেখনীয় অৱদান। জিতু এণ্টাৰপ্ৰাইজৰ
Read More...

নগাঁও পৌৰসভা এলেকাৰ চাৰি ৱাৰ্ডৰ দুই শতাধিক কৃতী ছাত্ৰ ছাত্ৰীক বিধায়ক ৰূপক শৰ্মাৰ সম্বৰ্ধনা

নগাঁও : নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত পৌৰসভা এলেকাৰ ৭,৮,৯, ১০ নং পৌৰমহলা অঞ্চলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু  উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত কৃতকাৰ্যতা লাভ কৰা ছাত্ৰ-ছাত্ৰী সকলক আজি  বিধায়ক ৰূপক শৰ্মাই সম্বৰ্ধনা জনায়।ছাত্র-ছাত্ৰী 
Read More...

বিভা হিমাংশু মেম’ৰিয়েল ট্ৰাষ্টৰ উদ্যোগত চন্দ্ৰপূৰ হাজংবড়িৰ বানাক্ৰান্ত পৰিয়ালৰ মাজত খাদ্য…

গুৱাহাটী : গুৱাহাটী মহানগৰীৰ বিভা-হিমাংশু মেম'ৰিয়েল ট্ৰাষ্ট সদায় দুৰ্গত লোকৰ কাষত থিয় দি আহিছে। সেই অনুসৰি বিগত বৰ্ষ সমূহৰ দৰে এইবাৰো বিভা হিমাংশু মেম'ৰিয়েল ট্ৰাষ্টৰ উদ্যোগত দুৰ্গত সকলক কেইবাপ্ৰকাৰেও সহায় সহযোগিতা আগবঢ়োৱা হয় । তাৰ ভিতৰত
Read More...