Breaking

Browsing Category

স্থানীয় বাৰ্তা

‘কা’ বাতিলৰ দাবীত আছুৰ মানব শৃংখল

তিনিচুকীয়া : নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আজি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে, জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত ১২খন আঞ্চলিক ছাত্ৰ সন্থাই নিজ নিজ অঞ্চলত 'মানৱ শৃংখল' কাৰ্যসূচী ৰূপায়ণ কৰে৷ কৰ’না সংক্ৰান্তীয় ল’বলগীয়া
Read More...

লাকুৱাত আলফাৰ ২৯তম শ্বহীদ দিৱস পালন

গেলেকী :  শিৱসাগৰ আৰু চৰাইদেউ জিলা অসম-নাগালেণ্ড ও অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চলসমূহত বিদ্ৰোহী সংগঠনসমূহৰ চলা-ফুৰা, কাম-কাজ কৰাৰ সন্দেহজনক স্থিতিসমূহ কেতিয়াও নুই কৰিব নোৱাৰি। শেহতীয়াকৈ নাজিৰা মহকুমা অন্তৰ্গত লাকুৱাত সংযুক্ত মুক্তি
Read More...

মাজবাটত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ : মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ তিনিটা এ কে-৫৬ ৰাইফলৰ…

ওৰাং : বি টি চি নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত মঙ্গলবাৰে পুৱতি নিশা পুনৰ মাজবাটত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ। মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত দেউচানীৰ পাগলা নৈৰ পাৰত মাটিত পুটি থোৱা অৱস্থাত উদ্ধাৰ কৰে এই বৃহৎ পৰিমাণৰ
Read More...

নাজিৰাত, ক’ভিড-১৯ টেষ্ট কিট ক্ৰয়ৰ ক্ষেত্ৰত বিধায়ক দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া

গেলেকী :  নাজিৰা সমষ্টিৰ বিধায়ক তথা ৰাজ্যৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া। ক'ভিড-১৯ টেষ্ট কিট ক্ৰয়ৰ ক্ষেত্ৰত অধিক মূল্য পৰিশোধ কৰিছে অসম চৰকাৰে। দেৱব্ৰত শইকীয়া ক'ভিড-১৯ পৰীক্ষাৰ বাবে অসম চৰকাৰে ক্ৰয় কৰা টেষ্ট কিট সমূহৰ
Read More...

গাঁৱে গাঁৱে পকেট মিটিঙেৰে মুদৈবড়ীত গণ সুৰক্ষা পাৰ্টিৰ প্ৰচাৰ। নৰেন্দ্ৰ চন্দ্র ডেকাৰ হৈ প্ৰচাৰ…

টংলা :  ওদালগুৰি জিলাৰ মুদৈবড়ী পৰিষদীয় সমষ্টিৰ বিভিন্ন স্থানত নব কুমাৰ শৰণীয়াৰ নেতৃত্বত জনমত গঢ়ি উঠা গণ সুৰক্ষা পাৰ্টিৰ প্ৰচাৰ অভিযান চলি আছে যদিও মহামাৰী কভিড-১৯ৰ পৰিপ্ৰেক্ষিতত বি টি চিৰ নিৰ্বাচন স্থগিত কৰা হৈছিল যদিও লকডাউন শিথিলতাৰ
Read More...

নলবাৰীত চিআৰপিএফ বাহিনীৰ ৮২ সংখ্যক স্থাপিত বৰ্ষপূৰ্তি দিৱস

নলবাৰী : দেশ মাতৃৰ সেৱা আগবঢ়াই নিজৰ কৰ্তব্য পালনেৰে আজি সমগ্ৰ ভাৰতবৰ্ষতে চিআৰপিএফ বাহিনীৰ ৮২ সংখ্যক স্থাপিত বৰ্ষপূৰ্তি সম্পূৰ্ণ হ'ল। চিআৰপিএফ বাহিনী অকল ভাৰতৰে নহয় পৃথিৱীৰ ভিতৰত এক ডাঙৰ অৰ্ধসামৰিক বাহিনীৰ দল। ইয়াৰ প্ৰাথমিক ভূমিকা হিচাপে
Read More...

ৰাজস্থান চৰকাৰ ভংগৰ ষড়যন্ত্ৰ বন্ধ কৰাৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

দৈনন্দিন বাৰ্তা ডেস্ক : ৰাজস্থানৰ বিসম্বাদী কংগ্ৰেছী নেতা শচীন পাইলটৰ নেতৃত্বত ১৯ জনকৈ বিধায়কে বিদ্ৰোহ ঘোষণা কৰাৰ পিছত সৃষ্টি হোৱা ৰাজনৈতিক অস্হিৰতাই দিনক দিনে নতুন ৰুপ লৈছে৷ ৰাজস্থান উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ ৰায় বিদ্ৰোহী
Read More...

হোজাইৰ নীলবাগানত সংখ্যালঘূ ছাত্ৰ ইউনিয়নৰ উত্তাল প্ৰতিবাদ।

হোজাই : অসমৰ বান আৰু গৰা খহনীয়াৰ কৱলত পৰা লোকসকলক উপযুক্ত সাহাৰ্য্য আৰু ক্ষতিপূৰণৰ দাবী তুলি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দ্দেশ মৰ্মে আজি হোজাই জিলা আমছুৱে নীলবাগানত এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে৷ আমছুৰ
Read More...

সোণতলীত ডকাইতি কাণ্ডঃ ব্যৱসায়ীক ডেগাৰেৰে হানি ধন লুটি নিয়াৰ চেষ্টা

সোণতলী : দক্ষিণ কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত সোণতলীত দেওবাৰে দুটাকৈ চাঞ্চল্যক ঘটনা সংঘটিত হয়৷ তাৰে এটা হ'ল লোমহৰ্ষক হত্যাকাণ্ড আনটো হ'ল ডকাইতি কাণ্ড৷ হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওতেই সোণতলীৰ পল্লীমঙ্গলত সংঘটিত হয় আন এক ডকাইতি কাণ্ডৰ
Read More...

যুৱতীক অশ্লীল মেচেজ দি শলঠেকত বিজেপি চাহ মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক মনোজ মানকি : ব্যাপক…

তিনিচুকীয়া : এগৰাকী যুৱতীক মোবাইলৰ জৰিয়তে অশ্লীল প্ৰস্তাৱ দি আৰক্ষীৰ শৰণাপন্ন হ'বলগা হৈছে শাসকীয় বিজেপি দলৰ এগৰাকী ৰাজ্যিক পৰ্যায়ৰ নেতা। নেতাগৰাকী হ'ল বিজেপি চাহ মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক মনোজ মানকি। কাকপথাৰ থানাৰ অন্তৰ্গত কুমচাং
Read More...