Breaking

Browsing Category

স্থানীয় বাৰ্তা

মাজুলীত সোৱণশিৰি নদীৰ বাঢ়নী পানীৰ তাণ্ডৱ

উজনি-মাজুলী : বছৰৰ তৃতীয়টো বানে তাণ্ডৱ অব্যাহত ৰাখিছে মাজুলীত। মাজুলীৰ উত্তৰে থকা সোৱণশিৰি নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে ততোধিক গাঁও। বিশেষকৈ জিলাখনৰ চেঙেলীবাৰী, মেৰুৱাবাৰী, কলিতাপাৰ, ঠাকুৰসুঁতি, পকাজৰা, নতুন কমলাবাৰী, বৰগুৰি, জেংৰাই
Read More...

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানীৰ পাইপেৰে গৃহ নিৰ্মাণ, মৰিয়নি কংগ্ৰেছ নেতাৰ দুষ্কাৰ্য

হাঁহচৰা :  জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানীৰ পাইপেৰে গৃহ নিৰ্মাণ কৰি মৰিয়নিত এজন কংগ্ৰেছী নেতা আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ'বলগীয়া হোৱা কাৰ্যই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। ঘটনাৰ বিবৰণি মতে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ঘনিষ্ঠ
Read More...

মাজবাটত বিধ্বংশী অগ্নি কাণ্ড, দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ভস্মীভূত

ওৰাং : নিশা মাজবাট ৰাজহ চক্ৰৰ অন্তৰ্গত নাহৰবাৰীত সংঘটিত হয় বিধ্বংশী  অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ভস্মীভূত হয়। স্থানীয় লোকৰ সন্দেহ শ্বৰ্টচাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ। মাজবাট আৰক্ষী আৰু
Read More...

লকডাউনে আৰ্থিক প্ৰভাব পেলাইছে অধিবক্তাক ৷ শীঘ্ৰেই চৰকাৰে আৰ্থিক সাহৰ্য্য প্ৰদান কৰক অধিবক্তা সকলক :…

দৈনন্দিন বাৰ্তা ডেস্ক : কৰোনা প্ৰতিৰোধৰ একমাত্ৰ উপায় হিছাপে সমগ্ৰ দেশত প্ৰযোজ্য হৈছে লকডাউন৷ দেশৰ লগতে ৰাজ্যৰ সৰ্বস্তৰৰ নাগৰিকসকল কম-বেছি পৰিমাণে আৰ্থিক সংকটৰ সন্মুখীন হৈছে৷ আইনী প্ৰক্ৰিয়াত ওত:প্ৰোতভাৱে জড়িত অধিবক্তা সকলৰ ৮০ শতাংশ
Read More...

বিষাক্ত উদ্ভিদ খাই মাজুলীত ৪০টা গৰুৰ মৃত্যু

মাজুলী : অসমৰ বানাক্ৰান্ত মাজুলী জিলাত বিষাক্ত উদ্ভিদ খাই এসপ্তাহত মুঠ ৪০ টা গোধনৰ মৃত্যু হৈছে৷ মাজুলী জিলাৰ পশুপালনৰ ভাৰপ্ৰাপ্ত বিষয়া ডাঃ থানেশ্বৰ মুদৈয়ে জনোৱা মতে কেইবাজনো কৃষকৰ গৰুৱে 'লানটানা কামাৰা' যাক স্থানীয়ভাৱে 'গু ফুল' বুলি জনা
Read More...

নগাঁও জিলাত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ১৪৩৭ জনলৈ বৃদ্ধি ৷

নগাঁও, ২৬ জুলাইঃ নগাঁও জিলাত যোৱা চৌৱিশ ঘন্টাত নতুনকৈ ১৪ গৰাকী লোক কৰ'নাত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা হৈছে। নতুনকৈ আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা ১৪ গৰাকী লোককলৈ আজি বিয়লি তিনি বজা পৰ্যন্ত জিলা খনত কৰ'নাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ১৪৩৭
Read More...

সোণতলীত হত্যাকাণ্ড : পুৰুষ-মহিলাসহ পাঁচজনক আটক ৷

দৈনন্দিন বাৰ্তাৰ সেৱা, সোণতলী :  দক্ষিণ কামৰূপৰ বকো থানাৰ অন্তৰ্গত তথা সোণতলী আৰক্ষী চকীৰ অধীনস্থ টাঙনমাৰীত সংঘটিত হৈছে লোহমৰ্ষক হত্যাকাণ্ড ৷ টাঙনমাৰী গাঁৱৰ ছোৰহাব আলী আৰু ছামছুল হকৰ মাজত প্ৰথম অৱস্থাত সামান্য কথাত কাজিয়াৰ সুত্ৰপাত হয় ৷
Read More...

১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ পৰা বৰডুমছা সংযোগী সীমান্তৱৰ্তী গড়কপ্তানী পথৰ দুৰৱস্থা

দৈনন্দিন বাৰ্তাৰ সেৱা, ডিৰাক সীমান্ত : তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ, সোনজান মাধৱপুৰৰ পৰা বৰডুমছা সংযোগী সীমান্তৱৰ্তী গড়কপ্তানী পথৰ জৰাজীৰ্ণ অৱস্থাই ৰাইজক জ্বলাকলা খুৱাই
Read More...

নলবাৰী জিলাত দুটাকৈ কোভিড-১৯ ৰ ৰেপিড টেষ্টিং কেন্দ্ৰ মুকলি।

দৈনন্দিন বাৰ্তাৰ সেৱা, নলবাৰী :  ক'ৰোনা ভাইৰাছৰ সংক্ৰমণে বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰাৰ পৰিপ্ৰেক্ষিতত নলবাৰীত জিলা প্ৰশাসন তথা স্বাস্থ্য বিভাগে আজি জিলাখনত ইতিমধ্যে শ্বহীদ মুকুন্দ কাকতি কোভিড হাস্পতালত স্থাপন কৰা নমুনা( ছোৱাব ) পৰীক্ষা
Read More...

দিন হাজিৰা কৰা লোকৰ ওপৰত বেলশৰ আৰক্ষীৰ বীৰত্ব প্ৰদৰ্শন। দিন হাজিৰা কৰি ৬ বজাৰ পিছত ঘৰলৈ আহি থকাৰ…

দৈনন্দিন বাৰ্তাৰ সেৱা/নলবাৰী : কিছুমান আৰক্ষীৰ অমানৱীয় কাণ্ডৰ বাবেই অসম আৰক্ষী সততে হয় ঘৃণাৰ পাত্ৰ । নলবাৰীত সংঘটিত আৰক্ষীৰ বৰ্বৰতাৰ বাবে পুনৰ নিন্দিত হল আৰক্ষী । গুৱাহাটী ভৰলুৰ পিছত এইবাৰ নলবাৰীত বেলশৰ আৰক্ষীৰ বৰ্বৰতা প্ৰদৰ্শন কৰাত
Read More...