Breaking

Browsing Category

স্থানীয় বাৰ্তা

দেশত নিতৌ বৃদ্ধি পাই আছে ক’ৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৷ যোৱা ২৪ ঘণ্টাত সংক্ৰমণৰ হাৰ ১৩.৯৮ শতাংশ

দৈনন্দিন বাৰ্তা ডেস্ক : দেশত নিতৌ ক’ৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আছে৷ শুকুৰবাৰে দিনটোত ৪৯ হাজাৰ লোক ক’ৰোনাত আক্ৰান্ত হয় বুলি প্ৰাপ্ত তথ্যত প্ৰকাশ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্যত প্ৰকাশ পোৱা মতে যোৱা ২৪ ঘণ্টাত ৪৯৩১০
Read More...

টংলা কুকুৰাকাটা এইচ এছ এল চি গাইডৰ ২২ বছৰীয়া অবিৰত যাত্রা । ১৯৯৮ৰ পৰা বৰ্তমানলৈকে মেট্রিক…

টংলা : ওদালগুৰি জিলাৰ ভেৰগাওঁ মহকুমাৰ পানেৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত শৈক্ষিক দিশত উন্নত চহৰ টংলাৰ কুকুৰাকাটাত ১৯৯৮ চনতেই টংলা নিবাসী লোহি বড়োৰ নেতৃত্বত প্ৰতিষ্ঠা কৰা টংলা গাইডৰ যাত্রা আজিও অবিৰতভাবে চলি আছে। বৰ্তমানলৈকে গাইডখনৰ পৰা
Read More...

নলবাৰী চহৰৰ ৰাজনগৰত কʼৰণাৰ সজাগতা সভা

নলবাৰী : বৰ্তমান সময়ত সমগ্ৰ দেশজুৰি কৰণা ভাইৰাচৰ সন্ত্ৰাস অব্যাহত আছে। বিশ্বৰ আটাই দেশসমূহৰ ৰাজ্যৰ লগতে অসমৰ বিভিন্ন ৰাজ্যৰ জিলা সমূহত এতিয়া কৰণা ভাইৰাছ সন্দৰ্ভত ল'বলগীয়া সাৱধানতাৰ ওপৰত চৰকাৰ প্ৰশাসনৰ লগতে সচেতন ৰাইজে সামাজিক দূৰত্ব
Read More...

বিধায়িকা নন্দিতা দাসে দৰিদ্ৰ পৰিয়ালৰ মাজত বিতৰণ কৰিলে ঈদৰ পোছাক

সোণতলী : কৰোনাৰ আতংকই সম্প্ৰতি দেশত চলি থকা লকডাউনে ৰাজ্যৰ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ লকডাউনৰ মাজতে ৰাজ্যত তিনিবাৰকৈ ব্ৰহ্মপুত্ৰ নৈৰ বাঢ়নি পানীয়ে বিস্তৰ ক্ষতি সাধন কৰা দেখা গৈছে৷ ইপিনে ইছলাম ধৰ্মাৱলম্বী
Read More...

মাজুলীত বান পৰিস্থিতিৰ বুজ ল’লে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলে

উজনি-মাজুলী : মাজুলীৰ শেহতীয়া বান-পৰিস্থিতিৰ বুজ ল'বলৈ কালি নদীদ্বীপ জিলাখনলৈ আহে ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলে। আগবেলাৰ ভাগতে জিলা সদৰ গড়মূৰত উপস্থিত হৈ মন্ত্ৰী দলে প্ৰথমে জলসম্পদ বিভাগৰ অতিথিশালাত মাজুলীৰ
Read More...

অসমত ক্ৰমান্বয়ে জটিল ৰূপ ধাৰণ বানপানীৰ, মৃত্যু হোৱা লোকৰ সংখ্যা ৯৩ গৰাকীলৈ বৃদ্ধি

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ ৰাজ্যত ক্ৰমান্বয়ে অধিক জটিল ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে। ৰাজ্য চৰকাৰে সদৰি কৰা মতে এতিয়ালৈকে অসমত বানপানীৰ ফলত ৯৩ গৰাকী লোকৰ মৃত্যু হৈছে। আনহাতে অসমৰ ২৬ খন জিলাৰ মুঠ ৫৬,৬৪,৪৯৯ গৰাকী লোক বানপানীত
Read More...

সোণতলীত বন্যাৰ্তক সাহায্য বিতৰণ আৰাফা ৰয়েল একাডেমিৰ

সোণতলী : দ্বিতীয়টো বানে ইতিমধ্য ৰাজ্যৰ ভিন্নপ্ৰান্ত বিস্তৰ ক্ষতিসাধন কৰাৰ পিছতে আকৌ ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ ফেনে ফুটুকাৰে বৃদ্ধি হ'ব ধৰিছে৷ কেবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত লুইতৰ বাঢ়নী পানীয়ে তৃতীয় বাৰৰ বাবে জলমগ্ন হৈ পৰিছে সোণতলীৰ
Read More...

নলবাৰী আঞ্চলিক কৃষক সভাৰ প্ৰতিবাদী সমদলৰ কাৰ্যসূচী ৰূপায়ণ

নলবাৰী : নিখিল ভাৰত কৃষক সভাৰ অন্তৰ্ভুক্ত নলবাৰী আঞ্চলিক কৃষক সভাই আজি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। নলবাৰী জিলাৰ যজ্ঞভূমিত কৃষক সভাই সামাজিক দূৰত্ব বজাই ৰাখি এক প্ৰতিবাদী সমদল উলিয়াই। আয়কৰৰ আওতাত নপৰা প্ৰতিটো পৰিয়ালক প্ৰতি মাহে ৬
Read More...

নলবাৰীৰ বাৰগোপাল দেৱালয় সৰিয়হতলীৰ সংযোগী পথৰ শুভ উদ্বোধন বিধায়ক অশোক শৰ্মাৰ

নলবাৰী : অসম দৰ্শন আঁচনিৰ অধীনত আজি নলবাৰী জিলাৰ ৬ নং পশ্চিম বতাহগিলা গাঁও পঞ্চায়তৰ অন্তৰ্গত সৰিয়হতলীৰ বাৰগোপাল দেৱালয়ৰ সংযোগী পথৰ শুভ উদ্বোধন কৰা হয়। প্ৰায় ১ কোটি ৩৯ হাজাৰ ৭৩ হাজাৰ টকাৰে  নিৰ্মাণ হ'বলগীয়া এই সংযোগী পথটো
Read More...

পখিলা খেদাৰ বয়সতে জটিল ৰোগত আক্ৰান্ত নগাঁৱৰ বৰভেটীৰ এগৰাকী কিশোৰী। চিকিৎসাৰ বাবে সহায়ৰ আহ্বান…

ননৈ : পখিলা খেদাৰ বয়সতে জীৱনৰ জটিল সংগ্ৰামত লিপ্ত হৈ দুৰাৰোগ্য  ৰোগৰ সৈতে যুঁজি ক্লান্ত হৈ পৰা এক কৰুণ কাহিনী পোহৰলৈ আহিছে নগাঁও জিলাৰ বৰভেটী অঞ্চলত। উল্লেখ্য যে, নগাঁও সদৰ সমষ্টিৰ বৰভেটী গাঁৱৰ নিৱাসী অতি দৰিদ্ৰলোক জাকিৰ আলী আৰু হাচনাৰা
Read More...