Breaking

Browsing Category

স্থানীয় বাৰ্তা

অখিল গগৈক বিনা চৰ্তে মুক্তিৰ দাবীত কৃষক মুক্তিৰ প্ৰতিবাদ ঢকুৱাখনাত

ঢকুৱাখনা : কৃষক নেতা অখিল গগৈ  কৰোনা আক্ৰান্ত হৈ থকাৰ পিছতো চৰকাৰে জেলত আবদ্ধ কৰি ৰখাৰ প্ৰতিবাদত আৰু অখিল গগৈক বিনা চৰ্তে মুক্তিৰ দাবীত আজি সমগ্ৰ ৰাজ্যজুৰি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে পালন কৰা প্ৰতিবাদী কাৰ্যসূচী ঢকুৱাখনাতো ৰূপায়ণ কৰে
Read More...

কঠীয়া ৰোপণ আঁচনিৰ শুভাৰম্ভ বিধায়ক ৰূপক শৰ্মাৰ

নগাঁও : '' ক'ৰ'না ভাইৰাছৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰখাৰ সমান্তৰালভাৱে আমাৰ কৃষকসকল কৃষি কাৰ্যত সক্ৰিয়ভাৱে নিয়োজিত হ'ব লাগিব। কৃষি কাৰ্যৰ জৰিয়তেহে অসমত এক সেউজ বিপ্লৱ গঢ়ি তুলিব পৰা যাব।'' এই মন্তব্য নগাওঁ সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ।
Read More...

অখিল গগৈৰ মুক্তিৰ দাবীত নগাঁৱত কৃষক মুক্তিৰ মানৱ শৃংখল

নগাঁও  : কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত আজি নগাঁৱৰ কৃষ্ণাইখাটত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতিয়ে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে। কৃষক নেতা গৰাকীক বিনাচৰ্তে মুক্তিৰ দাবীত নগাঁও বাইপাচৰ কৃষ্ণাইখাটৰ অংশত এই প্ৰতিবাদী
Read More...

মাজুলীত ২৩ বছৰে তিলতিলকৈ মৰ্মান্তিক যন্ত্ৰণাত শয্যাগত বৰবামৰ দুলাল নাথ ; ১৯৯৭ চনৰ পৰাই মেৰুদণ্ড ভাগি…

উজনি-মাজুলী : মাজুলী জিলাৰ এজন দুৰ্ভগীয়া যুৱকৰ কৰুণ কাহিনীয়ে সকলোকে শোকত ম্ৰিয়মাণ কৰি তুলিছে। জীৱনৰ সকলো হেৰুৱাই যোৱা ২৩ বছৰে নিজৰ বিছনাখনতে শৰ্যাশায়ী হৈ কেৱল চকুলো টুকি টুকি কটাইছে দুলাল নাথে । ভৰ যৌৱনত নিয়তিৰ পৰিহাসত ৰাজহাড় ভগা
Read More...

টিংখাঙত বিবাহিতা মহিলাৰ ৰহস্যজনক সন্ধানহীন।

টিংখাং:  ডিব্ৰুগড় জিলাৰ টিংখাং আৰক্ষী থানাৰ অন্তৰ্গত বাইলুংভেটী গাঁৱৰ মিতালী গগৈ নামৰ এগৰাকী বিবাহিতা মহিলা ১৭ জুলাইৰ পৰা ৰহস্যজনকভাৱে সন্ধানহীন হৈ আছে। জানিব পৰা মতে নিজা বাসগৃহৰ পৰা নিশা সন্ধানহীন হোৱা মহিলা গৰাকীৰ স্বামীৰ লগতে চাৰি
Read More...

ঢকুৱাখনাত চাৰিকড়ীয়াৰ ভয়ংকৰ খহনীয়া। খহনীয়াত জাহ গ’ল ঢকুৱাখনা মহাবিদ্যালয়ৰ দুই কৰ্মচাৰীৰ…

ঢকুৱাখনা : ঢকুৱাখনা মহকুমাৰ মাজেৰে বৈ যোৱা শান্ত সমাহিত চাৰিকড়ীয়া নদীয়ে আজি হঠাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰে।আজি বিয়লি প্ৰায় ২-৩০ বজাত ঢকুৱাখনা মহকুমাৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ঢকুৱাখনা মহাবিদ্যালয়ৰ দক্ষিণ দিশত নদীখনে ভয়ানক খহনীয়াৰ
Read More...

কলিয়াবৰৰ উলুৱনী আৰক্ষীৰ জালত গৰুৰ অবৈধ সৰবৰাহকাৰী। ৭৮ টা গৰু সহ ১৩ খন বাহন জব্দ। সৰবৰাহৰ লগত জড়িতৰ…

কলিয়াবৰ : ৰাজ‍্যত এতিয়া সক্ৰিয় অবৈধ গৰুৰ বেহা। কলিয়াবৰৰ উলুৱনী আৰক্ষীৰ জালত গৰুৰ অবৈধ সৰবৰাহকাৰী। আটক কৰা হৈছে ৩০ জন লোক। অসমৰ বিভিন্ন স্থানৰ পৰা অবৈধভাবে সৰবৰাহ কৰা ১৩ খন বাহন জব্দ। বুধবাৰে পুৱা উলুৱনী আৰক্ষী চকীৰ এক তালাচীত ৭৮ গৰু সহ ১৩
Read More...

ওৰাং আৰু মাজবাটত বৃহৎ পৰিমাণৰ গাঞ্জাসহ ৩ গৰাকী লোকক আটক

ওৰাং : ওৰাং আৰু  মাজবাটত পৃথকে পৃথকে বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ। গোপন সূত্ৰৰ খবৰৰ ভিত্তিত পৃথকে পৃথকে আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে গাঞ্জাখিনি। মাজবাটৰ আদৰ্শ বাহাদুৰ গাঁৱৰ পৰা ৫৫ কিলোগ্ৰাম গাঞ্জাসহ ইলিয়া দৈমাৰী নামৰ এজন লোকক আটক কৰে মাজবাট
Read More...

অগপৰ বটদ্ৰৱা সমষ্টিৰ সভানেত্ৰী মামনি বৰাৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে খোদ অগপ কৰ্মীয়ে

নগাঁও : অগপৰ বটদ্ৰৱা সমষ্টিৰ সভানেত্ৰী মামনি বৰাৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে একাংশ অগপ কৰ্মীয়ে। উল্লেখযোগ্য যে ২০১৬ চনৰ বিধান সভা নিৰ্বাচনত অগপ কৰ্মী-সমৰ্থকৰ সহায়ত বটদ্ৰৱা সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী আঙুৰলতা ডেকা বিজয়ী হৈছিল। শেহতীয়াকৈ
Read More...

নগাঁৱৰ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয় কনটেণ্টমেণ্ট জ’ন হিচাপে ঘোষণা জিলা…

নগাঁও : নগাঁৱৰ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়টো কনটেণ্টমেণ্ট জ'ন হিচাপে ঘোষণা কৰে নগাঁও জিলা প্ৰশাসনৰ। উল্লেখযোগ্য যে, কাৰ্যলটোত কম্পিউটাৰ বিভাগত কৰ্মৰত আশীষ চাহা নামৰ এগৰাকী কৰ্মচাৰীৰ দেহত সোমবাৰে ধৰা পৰিছে ক'ভিড ১৯ ৰ
Read More...