Breaking

Browsing Category

স্থানীয় বাৰ্তা

মাৰ্ঘেৰিটাৰ কেটেটং গাঁও পঞ্চায়তৰ বিধ্বস্ত পথত ভূই ৰুই স্থানীয় ৰাইজ, যুৱ ছাত্ৰৰ প্ৰতিবাদ

দৈনন্দিন বাৰ্তা মাৰ্ঘেৰিটাঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ অন্তৰ্গত কেটেটং পঞ্চায়তৰ বাট-পথৰ অবস্থা একেবাৰে সংকটজনক। পৰিতাপৰ বিষয় যে কংগ্ৰেছৰ দীৰ্ঘ দিনীয়া শাসন কালৰ পৰা পৰিবৰ্তনকামী বিজেপি চৰকাৰৰ দিনতো কেটেটং পঞ্চায়তাধীন
Read More...

নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ বিভিন্ন উন্নয়ন মূলক আচঁনিৰ কামৰ শুভাৰম্ভ

ননৈ : সাম্প্ৰতিক সময়ত বিশ্বব্যাপী ত্ৰাসৰ সৃষ্টি কৰা ক'ৰোনা ভাইৰাছৰ সংহাৰৰ মাজত উন্নয়নৰ গতি যাতে স্থবিৰ হৈ নপৰে সেই উদ্দ্যেশ্য আগত লৈয়ে কালি শেনছোৱা গাঁও পঞ্চায়তৰ ১৯ টাকৈ উন্নয়ন মূলক আঁচনি সমূহৰ কামৰ শুভাৰম্ভণি কৰা হয়। চতুৰ্দশ
Read More...

সোণতলীত বানত উটি অহা এগৰাকী অসহায় মহিলাক সহায়ৰ হাত এজন যুৱকৰ

সোণতলী : এফালে কোৰোণাৰ আতংক আনফালে ৰাজ্যত বানৰ কৱলত লাখ লাখ জনতা৷ ৰাজ্যৰ দ্বিতীয়টো বান পৰিস্থিত কিছু পৰিমানে হ্ৰাস পাইছে যদিও পুনৰ বাঢ়নি পানীয়ে নৈ আৰু ইয়াৰ উপনৈ সমূহ উফন্দি উছিছে৷ লকডাউনে দুখীয়াৰ অৱস্থা জুৰুলা কৰাৰ বিপৰিতে
Read More...

প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মিত পথত ব্যাপক দুৰ্নীতি :: পেকেজ নং এ:এছ: ২৩-৩১৬ ৰ কাম…

ডিৰাক সীমান্ত : তিনিচুকীয়া জিলাৰ কাকপথাৰ উন্নয়ন খণ্ডৰ মাইথং গাঁও পঞ্চায়তৰ অন্তৰ্গত পূৰ্বৰ ৫২ নং (বৰ্তমান ১৫ নং) ৰাষ্ট্রীয় ঘাইপথ ঘাইপথৰ পৰা ১ নং সৰু ডিৰাক লৈ প্ৰকল্প পেকেজ নং এ:এছ: ২৩-৩১৬ ৰ আধাৰত ৩২৪.৫৫ লাখ টকা ব্যয়ৰে প্ৰধানমন্ত্ৰী
Read More...

হোজাই আৰু নগাঁৱৰ গ্ৰামোন্নয়নত দুৰ্নীতি : নগাঁও গ্ৰামোন্নয়ন বিভাগত জৱকাৰ্ড প্ৰিন্টিঙৰ নামত ভয়ংকৰ…

ডবকা : কৰোনা ভাইৰাছৰ বিভিষীকাৰ মাজতে লকডাউনৰ সুযোগতে নগাঁও গ্ৰামোন্নয়ন বিভাগত জৱকাৰ্ড প্ৰিন্টিঙৰ নামত বৃহৎ দুৰ্নীতি হোৱা খৱৰে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি নগাঁও গ্ৰামোন্নয়ন বিভাগৰ অন্তৰ্গত ১৩টা উন্নয়ন খণ্ডৰ
Read More...

মুখ্যমন্ত্ৰী সোণোৱাল আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ বৰপেটা জিলাত বান-গৰাখহনীয়া পৰিদৰ্শন

গুৱাহাটী : সাম্প্ৰতিক বান ও গৰাখহনীয়া পৰিস্থিতি পৰ্যবেক্ষণৰ লগতে অন্যান্য কেবাটাও কাৰ্যসূচী লৈ আজি বৰপেটা জিলা ভ্ৰমণ কৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস আৰু জলসম্পদ মন্ত্ৰী
Read More...

জখলবন্ধা আৰক্ষীৰ সফল অভিযান। চাৰি ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ। ৰাজ‍্যত এতিয়াও চলি আছে ড্ৰাগছৰ…

কলিয়াবৰ : জখলাবন্ধা আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত বিষয়া নিপু কলিতাৰ নেতৃত্বত এক অভিযানকাৰী দলে গ্ৰেপ্তাৰ কৰে চাৰি ড্ৰাগছ সৰবৰাহকাৰী। দেওবাৰে এই অভিযানকালত ড্ৰাগছৰ লগতে অনান‍্য সামগ্ৰীও জব্দ কৰে। গ্ৰেপ্তাৰ কৰা চাৰিজন ড্ৰাগ্‌ছ সৰবৰাহকাৰীৰ দুজনক
Read More...

ক্ৰমাৎ সুস্থ হৈ উঠিছে কাজিৰঙাৰ দিশহাৰা গঁড়টো । কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ পৰা ওলাই অহা গঁড়টো এতিয়াও…

কলিয়াবৰ :ক্ৰমাৎ সুস্থ হৈ উঠিছে কাজিৰঙাৰ দিশহাৰা গঁড়টো। অৱশ‍্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ ৰাষ্ট্ৰীয় পথৰ দাঁতিত অৱস্থান লোৱা গঁড়টোয়ে এতিয়াও সেই স্থান এৰা নাই। পুৱাৰে পৰা গঁড়টোৱে উদ‍্যান কৰ্তৃপক্ষই যোগান ধৰা ঘাঁহ আশা কৰা
Read More...

নগাঁৱত পিষ্টলসহ দুধৰ্ষ ডকাইট গ্ৰেপ্তাৰ।

নগাঁও : নগাঁও চহৰৰ হয়বৰগাঁও আৰক্ষী চকীৰ অন্তৰ্গত চিলঙনীত যোৱা নিশা প্ৰায় ৯.৩০বজাত নগাঁও আৰক্ষীয়ে এক গোপন সূত্ৰৰ খবৰৰ ভিৰ্তিত অভিযান চলাই পিষ্টল সহ দুজন দুধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ডকাইত দুজন হ'ল-
Read More...

বানে গৰকা বৰছলাত তীব্ৰ খাদ্য সংকটত ভুগিছে পশুকুল

দৈনন্দিন বাৰ্তা ডেস্ক : বানে গৰকা শোণিতপুৰৰ বৰছলাত এতিয়া গৰু, ম'হৰ নাজল-নাথল অৱস্থা৷ পশু খাদ্যৰ তীব্ৰ সংকট৷ পানী মেটেকা খুৱাই ৰাখিছে গৰু, ম'হক৷ খাদ্যৰ অভাৱত পশুধনৰ দূৰৱস্থা দেখি পশুধন পালক সকল চিন্তিত৷ পোৱা নাই চৰকাৰী পশু খাদ্য৷ কানসাৰ
Read More...