Breaking

Browsing Category

স্থানীয় বাৰ্তা

টংলাত কৃষক মুক্তি আক্ৰাছুকে ধৰি কেইবাটাও জাতীয় সংগঠনৰ মানৱ শৃঙ্খল কাৰ্য্যসূচী অখিল গগৈ, দেবাঙ্গনা…

টংলা : আজি ওদালগুৰি জিলাৰ টংলা চহৰৰ মাজ মজিয়াত অবস্থিত  টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত  অসমৰ কেবাটাও  জাতীয় সংগঠন আৰু জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ যৌথ উদ্যোগত কাৰাবন্দী হৈ থকা জননেতা অখিল গগৈ, দেবাঙ্গনা কলিতা আৰু বলদেৱ তাঁতীৰ
Read More...

কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ পৰা ওলাই অহা গঁড়টো এতিয়াও ৩৭ নং ৰাষ্ট্ৰীয় পথৰ দাঁতিত। গঁড়টোৰ চিকিৎসাৰ…

কলিয়াবৰ : শুকুৰবাৰৰে পৰা ৰাষ্ট্ৰীয় পথৰ দাঁতিত অৱস্থান লোৱা গঁড়টোয়ে এতিয়াও সেই স্থান এৰা নাই। বানত দিশহাৰা হৈ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ কাষত অৱস্থান লোৱা গঁড়টো কিছু সুস্থ হৈ উঠিছে। ৰাষ্ট্ৰীয় পথৰ দক্ষিণ দাঁতিৰ পৰা ৰাষ্ট্ৰীয় উদ‍্যানৰ দিশত
Read More...

কৰিমগঞ্জত গৰু চোৰ কৰিবলৈ অহা বাংলাদেশী ৰাইজৰ প্ৰহাৰত মৃত্যু

 কৰিমগঞ্জ : ভাৰত-বাংলাদেশ সীমান্ত পাৰ হৈ অসমৰ কৰিমগঞ্জ জিলাত অবৈধভাৱে প্ৰৱেশ কৰি গাঁৱৰ পৰা গৰু চোৰ কৰিবলৈ অহা তিনিজন বাংলাদেশী নাগৰিকক শনিবাৰে নিশা ৰাইজে প্ৰহাৰ কৰি নিহত কৰে৷ আৰক্ষীয়ে এই কথা জনাইছে৷ কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিত
Read More...

চি বি এচ ই পৰীক্ষাত নগাঁৱলৈ গৌৰৱ কঢ়িয়ালে দুই কৃৰ্তিমানে

নগাঁও, ১৯ জুলাই: সদ্যঘোষিত চি বি এচ ই পৰীক্ষাত মেধাৰ দৌৰত পুনৰ  প্ৰত্যাশিতভাৱে জিলিকিছে নগাঁও জিলাৰ কেইবাগৰাকীও ছাত্র-ছাত্ৰী। চি বি এচ চি পৰীক্ষাত নগাঁৱৰ নেচনেল একাডেমিৰ পৰা প্ৰথম স্থান দখল কৰি ৯৮ শতাংশৰে এনিশা পৰাশৰ আৰু  ৯৭ শতাংশৰে
Read More...

ওৰাঙত ২০ গৰাকী কৃতিমান দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰীক আৰ্থিক সাহায্য প্ৰদান সমাজ সেৱক অমৰ বৰুৱাৰ

ওৰাং : ওদালগুৰি জিলাৰ ওৰাঙৰ ধনশ্ৰীঘাটত ২০ গৰাকী ছাত্ৰ ছাত্ৰীৰ মাজত আৰ্থিক সাহাৰ্য বিতৰণ সমাজ সেৱক অমৰ বৰুৱাৰ । সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুক্ষাতিৰে উত্তীৰ্ণ হোৱা দৰিদ্ৰ পৰিয়ালৰ মুঠ ২০ গৰাকী ছাত্ৰ
Read More...

বিভিন্ন সমস্যাৰে জৰ্জৰিত তৰুন নগৰ : নিৰ্মীয়মাণ পথৰ বুজ ললে গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ…

গুৱাহাটী : গুৱাহাটী মহানগৰীৰ তৰুন নগৰ অঞ্চলত কৃত্ৰিম বান নতুন কথা নহয় ৷ বছৰ বছৰ ধৰি এই বৃহত্তৰ অঞ্চলত বাসিন্দাই কৃত্ৰিম বানৰ সমস্যাত দুৰ্ভোগ ভুগি আহিছে ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট চৰকাৰ খনে মহানগৰীৰ
Read More...

মাজুলীৰ ৰাজহ চক্ৰ বিষয়াৰ খহনীয়া এলেকা পৰিদৰ্শন : সাহাৰ্য সামগ্ৰী বিতৰন

উজনি-মাজুলীঃ মাজুলীৰ ৰাজহ চক্ৰ বিষয়া অচ্যুৎ বৰুৱাই শণিবাৰে আঁহতগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত হোতাৰৰ খহনীয়া আক্ৰান্ত এলেকা পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। পৰিদৰ্শনকালত চক্ৰ বিষয়া গৰাকীয়ে হোতাৰৰ খহনীয়াত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহলৈ
Read More...

তিনিচুকীয়া জিলা উপায়ুক্ত ভাস্কৰ পেগু দেহত কৰ’না পজিটিভ । উপায়ুক্ত কাৰ্যালয়, বাংলো কণ্টেনমেণ্ট…

তিনিচুকীয়া : কৰনা ভাইৰাছে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে তিনিচুকীয়াত। তিনিচুকীয়া জিলা উপায়ুক্ত ভাস্কৰ পেগুৰ দেহত ধৰা পৰিছে কৰনা ভাইৰাছ । কালি সন্ধিয়া উপায়ুক্ত গৰাকীৰ দেহত কৰ'না ভাইৰাছ ধৰা পৰাৰ পিচতে তেওঁক বাংলোতে আইছলেশ্যনত ৰখা হৈছে । আজি উপায়ুক্তৰ
Read More...

হোজাইত গৰ্ভৱতী মহিলাৰ ৰহস্যজনক মৃত্যুক লৈ চাঞ্চল্য।

হোজাই : হোজাইৰ পূব আমতলা গাঁৱত এগৰাকী গৰ্ভৱতী মহিলাৰ মৃত্যুক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। ঘৰৰ ভিতৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় ছোনিয়া দেৱী নামৰ এগৰাকী মহিলাৰ মৃতদেহ। মৃত মহিলাগৰাকী ছমাহৰ গৰ্ভৱতী বুলি জানিব পৰা গৈছে। ইফালে স্বামী দিলীপ
Read More...

কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত মধ্য গুৱাহাটী উন্নয়ন সমিতিৰ সহযোগত সামগ্ৰী বিতৰণ ৷

দৈনন্দিন বাৰ্তা ডেস্ক : বিশ্বসন্ত্ৰাস সৃষ্টিকাৰী কৰোনা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ বিগত তিনি সপ্তাহ ধৰি একেৰাহে গুৱাহাটী মহানগৰীত প্ৰযোজ্য হৈ আছে লকডাউন ৷ যাৰ ফলস্বৰূপে এচাম শ্ৰমজীৱী মানুহে আৰ্থিক সমস্যাৰ সন্মুখীন হৈছে ৷ একাংশ দৰিদ্ৰ
Read More...