Breaking

Browsing Category

স্থানীয় বাৰ্তা

বাঘজানত অইলৰ জুইয়ে ঘৰ বাৰী ধ্বংস কৰা পৰিয়ালক ২০ লাখকৈ আৰ্থিক সাহাৰ্য।

তিনিচুকীয়া : অইলৰ বাঘজান ৫ বিজিআৰৰ জুইয়ে ঘৰবাৰী ধ্বংস কৰা ১১ টা পৰিয়ালক পুনৰ সংস্থাপনৰ বাবে আজি তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ত ২০ লাখকৈ আৰ্থিক সাহাৰ্যৰ চেক প্ৰদান কৰে। অইল ইণ্ডিয়াই প্ৰদান কৰা সাহাৰ্যৰ জিলা প্ৰশাসনে ক্ষতিগ্ৰস্থ
Read More...

নলবাৰীৰ দহকণীয়া গাঁৱৰ ভগ্ন মথাউৰিৰ তদন্ত তথা মেৰামতিৰ বাবে সংবাদ মাধ্যমৰ দ্বাৰা নলবাৰী জিলা…

নলবাৰী : নলবাৰী জিলা জলসম্পদ বিভাগৰ গাফিলতিৰ বাবে নলবাৰীৰ টিহু ৰাজহ চক্ৰৰ অন্তৰ্গত দহকণীয়া গাঁৱৰ মথাউৰি ভাঙি যোৱা বুলি অভিযোগ উত্থাপিত হৈছে। ঘটনাৰ বিৱৰণী অনুসৰি ২৭ জুনত দহকণীয়া গাঁৱৰ মৰা পাগলদিয়া নদীৰ মথাউৰিটো ভাঙি যায়। যাৰ বাবে কোনো
Read More...

নগাঁৱৰ ধিং গেটৰ ব্যৱসায়িক গুদামত অগ্নিকাণ্ড। ভস্মীভূত কেইবা লক্ষাধিক টকাৰ সামগ্ৰী।

নগাঁও : কালি পুৱতি নিশা নগাঁৱৰ ধিং গেটত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। ধিং গেটৰ এটা ব্যৱসায়িক গুদামত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। পুৱতি নিশা বৈদ্যুতিক বিজুতিৰ ফলত সংঘটিত হোৱা অগ্নিকাণ্ডত কেইবালক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত হৈছে
Read More...

কৃষি ক্ষেত্ৰ উদ্ভাৱনত ৰ’ডমেপ তৈয়াৰ ৬ কৃষি বিজ্ঞানীৰ ৷

দৈনন্দিন বাৰ্তা ডেস্ক : অভিযোজন বচাই ৰখাৰ মূল চাবিকাঠি আৰু উত্তৰ পূৱৰ তিনিখন ৰাজ্য ত্ৰিপুৰা, মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ ছগৰাকী কৃষি বিজ্ঞানীয়ে কৃষি ক্ষেত্ৰ উদ্ভাৱনৰ বাবে এক ৰ’ডমেপ তৈয়াৰ কৰিছে আৰু কৃষি ক্ষেত্ৰক উন্নতি কৰিছে ৷ কৃষি আৰু
Read More...

দৰঙত দৰং জিলা পৰিষদৰ সভাপতিকে ধৰি পুণৰ ২৬ জন আক্ৰান্ত ক’ভিডত ।

নামখলা : স্বাস্থ্য বিভাগে শনিবাৰে জিলা তথ্য আৰু জনসংযোগ কাৰ্যালয়লৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিৰ মতে শনিবাৰৰ দিনটোত জিলাখনত পুণৰ ২৬ জন লোকৰ দেহত ধৰা পৰিছে ক'ভিডৰ উপস্থিতি । ইয়াৰে ভিতৰত দৰং জিলা পৰিষদৰ সভাপতি ধীৰেন্দ্ৰ ডেকা, দুজন
Read More...

ওৰাং আৰক্ষীৰ জালত পৰিল দুই দুধৰ্ষ চোৰ।

ওৰাং :  কেইৱাটাওঁ চুৰিকাণ্ডৰ সৈতে জড়িত দুই দুধৰ্ষ চোৰ আজি ওৰাং আৰক্ষীৰ জালত পৰে। আৰক্ষী থানাখনৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক দাসৰ নেতৃত্বত যোৱা আৰক্ষীৰ দল এটাই প্ৰায় ৩ ঘণ্টা জুৰি চলা এক স্বাস ৰুদ্ধকৰ অভিযানত আটক কৰিবলৈ সক্ষম হয় দুই
Read More...

নলবাৰীৰ দুই আদৰ্শ কৃষকলৈ ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ বঁটা।

নলবাৰী : কোৰোনা মহামাৰীৰ মাজতে নলবাৰীৰ বাবে এটা ভাল খবৰ। কৃষি কৰ্মৰ জড়িয়তে নলবাৰীৰ দুই কৃৃষকে লাভ কৰিলে পুৰস্কাৰ। নতুন দিল্লীৰ ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে নলবাৰীৰ কৃষকদুজনে। দুই আদৰ্শ কৃষক বালিতাৰা গাঁৱৰ
Read More...

মাজুলীত পলসৰ উদ্যোগত “অমৰেন্দ্ৰ বৰুৱা সোঁৱৰণী” ৰচনা প্ৰতিযোগিতাৰ ফলাফল ঘোষণা।

উজনি-মাজুলী : মাজুলীৰ যুৱ কবি-সাংবাদিক পাপু বৰাৰ দ্বাৰা সম্পাদিত আৰু প্ৰকাশিত কাব্যালোচনী পলসৰ উদ্যোগত আয়োজিত 'অমৰ শিশুপ্ৰাণ' অমৰেন্দ্ৰ বৰুৱা সোঁৱৰণী ৰচনা প্ৰতিযোগিতাৰ ফলাফল আজি ঘোষণা কৰা হয়। সেই অনুসৰি নিম্ন শাখাত মধ্য মাজুলী পাৰিজাত উচ্চ
Read More...

উচ্চতম ন্যায়ালয়ত শপতনামা উত্তৰ প্ৰদেশৰ আৰক্ষী সঞ্চালক প্ৰধানৰ : ভূৱা এনকাউণ্টাৰত মৃত্যু হোৱা নাই…

দৈনন্দিন বাৰ্তা ডেস্ক : ভূৱা এনকাউণ্টাৰত মৃত্যু হোৱা নাই দুৰ্ধৰ্ষ অপৰাধী বিকাশ ডুবে৷ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ আৰু আইন মানি প্ৰশাসনে কাম কৰিছে ৷ শুকুৰবাৰে উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল কৰি এই কথা জনালে উত্তৰ প্ৰদেশৰ আৰক্ষী সঞ্চালক
Read More...

অসমত প্লাজমা দান কৰা লোকৰ সংখ্যা তেনেই কম : নগাঁৱত ড: হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। নগাঁৱত ৪খন…

নগাঁও : "আগষ্ট মাহৰ শেষৰ ফালে নগাঁৱত কৰ'না ৰোগীৰ সংখ্যাই ২৫০০ অতিক্ৰম কৰিব। গুৱাহাটীৰ পিছতে যি কেইখন চহৰত কৰ'নাৰ গণসংক্ৰমণ বৃদ্ধি হোৱাৰ আশংকা আছে তাৰ ভিতৰত নগাঁও অন্যতম। সেয়ে নগাঁৱতো আৰম্ভ কৰা হ'ব ৰেপিড টেষ্ট। নগাঁৱত এতিয়া ৩০০ ৰোগীক
Read More...