Breaking

Browsing Category

স্থানীয় বাৰ্তা

স্তব্ধ যান-বাহন : কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানলৈ পঠিওৱাৰ চেষ্টা বনৰক্ষী আৰু আৰক্ষীৰ।

কলিয়াবৰ : কলিয়াবৰ মহকুমা অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত আজি বিয়লি এটা প্ৰকাণ্ড গঁড়ৰ অৱস্থান। দুই পাৰৰ যান-বাহন স্তব্ধ। গঁড়ে পথ এৰাৰ নামেই নলয়। বনৰক্ষী আৰু আৰক্ষী উপস্থিত হৈ গঁড়টোক বনলৈ উভতাই পঠিওৱাৰ চেষ্টা। গঁড়ো
Read More...

নগাঁৱত ৰাজপথত দপদপকৈ জ্বলিল এখন ট্ৰাক ।

নগাঁও : নগাঁও চহৰৰ সমীপৰ ইছলামপট্টীত আজি ৰখাই থোৱা এখন ট্ৰাকত অগ্নিসংযোগ হোৱাৰ ঘটনা সংঘটিত হয়। জানিব পৰা মতে, ইছলামপট্টীৰ জ্যোতি ফ্ল'ৰ মিলৰ সন্মুখত মেৰামতিৰ বাবে পথৰ দাঁতিত ৰখাই থোৱা এ এছ ০৯ চি ৭৩৮৮ নম্বৰৰ ট্ৰাকখন আজি দুপৰীয়া হঠাৎ দপ দপকৈ
Read More...

লুইতৰ উগ্ৰমুৰ্ত্তিয়ে নিদ্ৰা হৰিছে নগাঁওবাসীৰ, জলসম্পদ মন্ত্ৰীৰ গৃহজিলাত বিপদ ডংকা ।

 নগাঁও : নগাঁও আৰু মৰিগাঁও অঞ্চলৰ বিস্তীৰ্ণ অঞ্চলত পুনৰ লুইতৰ বানে বুৰাই পেলোৱাৰ আশংকাই বৰ্তমান আতংকিত কৰিছে জিলা দুখনৰ নৈ-পৰীয়া ৰাইজক। বিশেষকৈ নগাঁও জিলাৰ নৈপৰীয়া ৰাইজক লুইতৰ বানৰ পৰা ৰক্ষা কৰিবলৈ নিৰ্মান কৰা শিলঘাট-ধিং মথাউৰিৰ সঠিক
Read More...

দলগাঁও শিয়ালমাৰী উন্নয়ন খণ্ডত ব্যাপক দুৰ্নীতি । ভাৰাতীয়া জবকাৰ্ডৰে আঁচনিৰ ধন আত্মসাত ফকিৰপাৰা গাওঁ…

দলগাঁও : লকডাউনৰ সময়ত জবকাৰ্ড শ্ৰমিকক সকাহ দিয়াৰ উদ্দেশ্যে চৰকাৰে মহাত্মা গান্ধী নিয়োগ নিশ্চিত আঁচনি চমুকৈ এমজিএনৰেগাৰ অধীনত বুজন পৰিমাণৰ টকা আৱন্টণ দিছে ঠিকেই কিন্তু দৰং জিলাৰ দলগাঁও শিয়ালমাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত ফকিৰপাৰা গাঁও পঞ্চায়তত
Read More...

জনজাতিকৰণৰ দাবীত মটক যুৱ ছাত্ৰৰ মানব শৃংখল, মাহযোৰা আন্দোলন ঘোষণা ।

তিনিচুকীয়া : মটক জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্য্যদা প্ৰদান আৰু স্বায়ত্ত শাষণ প্ৰদানৰ দাবীত স্থানীয় তিনিকোনীয়াত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনে মানব শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে। এঘণ্টাযোৰা কাৰ্যসূচীত বিজেপি চৰকাৰ হুচিয়াৰ, অসম চৰকাৰ হুচিয়াৰ, no s t
Read More...

২৮৪ বিদেশী তগলিবি জামাতৰ সদস্যক কাৰাদণ্ড ৷

দৈনন্দিন বাৰ্তা ডেস্ক : এখন আদালতে বৃহস্পতিবাৰে ২১ খন দেশৰ ২৮৪ জন বিদেশী তগলিবি জামাতৰ সদস্যক কাৰাদণ্ডৰে দণ্ডিত কৰিছে৷ এই সন্দৰ্ভত যোৱা ৬ জুলাইত আবেদন দাখিল কৰা হৈছিল, য’ত ছাকেট আদালতে জামিতৰ সদস্যসকলক ৫ হাজাৰৰ পৰা ১০ হাজাৰ টকাৰ জৰিমনা
Read More...

বানাক্ৰান্তৰ কাষত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন আৰু সাংসদ গৌৰৱ গগৈ : বানাক্ৰান্তৰ বিপৰীতে শিশুৰ…

নগাঁও : ৰাজ্যৰ বান পৰিস্থিতি ক্ৰমাৎ জটিল হৈ পৰিছে । অন্যান্য জিলাৰ লগতে নগাঁও জিলাৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰিছে । ব্ৰহ্মপুত্ৰ আৰু কপিলী নৈৰ প্লাৱনভূমিত বসতি কৰা বহুলোকৰ ঘৰ- বাৰী বানত জাহ যোৱাৰ ফলত বৰ্তমান মথাউৰি অথবা ওখ ঠাইত আশ্ৰয় ল'ব
Read More...

নগাঁৱৰ বেবেজীয়াৰ মাহৰিআতিত পথ দূৰ্ঘটনাত নিহত ১, আহত ২ ৷

ননৈ : নগাঁও জিলাৰ বেবেজীয়া আৰক্ষী চকীৰ অন্তৰ্গত মাহৰিআতি বাইপাছত আজি দিনৰ এঘাৰ বজাত সংঘটিত হোৱা এক পথ দূৰ্ঘটনাত এজন লোক নিহত হোৱাৰ লগতে আন দুজন লোক গুৰুত্বৰভাৱে আহত হয়৷ জানিব পৰা মতে, মাহৰিআতি বাইপাছত ৰৈ থকা এ এছ ০১ এফ চি ৪৯৩৬ চিমেন্ট
Read More...

চৰকাৰৰ বিভিন্ন আচঁনিৰ উপৰি শিল্পী পেঞ্চনৰ পৰাও বঞ্চিত সুদক্ষ অভিনেতা উপেন বৰা। নাট-ভাওনাত সুন্দৰ…

দৈনন্দিন বাৰ্তা ডেস্ক : নিজৰ সুদক্ষ অভিনয় আৰু নাট-ভাওণাত কাৰুকাৰ্যৰ চমকৰে এটা সময়ত ৰাইজৰ নয়নৰ মণি আছিল উপেন বৰা। নগাঁও জিলাৰ পুৰণিগুদামৰ চলচলিৰ ৰঙীয়া গাঁও নিৱাসী উপেন বৰাই "মিনেণ্ডাৰ ভাৰত আক্ৰমণ", "আলেকজেণ্ডাৰ আৰু পুৰু", "মুঞ্চি ইকৱাল",
Read More...

সাংসদ, মন্ত্ৰী, বিধায়ক সমন্বিতে মুখ‍্যমন্ত্ৰীৰ বানে গৰকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান আৰু ব‍াঘ্য…

কলিয়াবৰ : ৰাষ্ট্ৰীয় উদ‍্যানখনৰ বাগৰি বনাঞ্চলত আজি দুপৰীয়া উপস্থিত হৈ যন্ত্ৰচালিত নাৱেৰে মৰা-ডিফলুৰ বুকুৰে বানে ধোৱা কাজিৰঙাৰ বিস্তৃত অঞ্চল পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ সময়ছোৱাত কৰ্তৃপক্ষই নিৰ্মাণ কৰা কেইবাটাও 'উচ্চ ভূমি'ত বানৰ পৰা পৰিত্ৰাণ
Read More...