Breaking

Browsing Category

স্থানীয় বাৰ্তা

টীয়কত চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ মুখ্যমন্ত্ৰী : টীয়ক আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱন উদ্ধোধন ।

টীয়ক :অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে বুধবাৰে টীয়কৰ কেইবাটাও চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰে । টীয়ক ৰজাবাৰীত স্থাপন কৰা বানপানীত আক্ৰান্ত লোকৰ আশ্ৰয় শিৱিৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল । ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে সৰ্বস্বান্ত কৰা
Read More...

‘নিয়া’ৰ বিশেষ আদালতৰ ৰায়ক আদৰণি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ । মানস কোঁৱৰ আৰু বিতু সোনোৱাল…

গুৱাহাটী :বিগত সাত মাহ ধৰি ৰাজনৈতিক আক্ৰোশৰ বলি হৈ কাৰাগাৰৰ বন্ধ কুঠুৰীত আৱদ্ধ হৈ থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ইজনৰ পিছত আনজন কাৰাবন্দী মুকলি আকাশৰ তললৈ অহাৰ খবৰে কৃষক মুক্তি সংগ্ৰাম সমিতি ৰ নেতা-কৰ্মী - সমৰ্থক সকলক উৎসাহিত কৰাৰ লগতে
Read More...

মৃনাভলৈ শিশু শিক্ষা সমিতি, অসমৰ অভিনন্দন ।

গুৱাহাটী :আজি ঘোষণা কৰা চিবিএছইৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ হ’বলৈ সমৰ্থ হৈছে মৃনাভ মুৰাৰি মজুমদাৰ। গুৱাহাটী মহানগৰীৰ নাৰেংগীস্থিত কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ মৃণাভে ৯৮.৬ শতাংশ নম্বৰ লাভ কৰিবলৈ সমৰ্থ হৈছে। মুখ্যমন্ত্ৰীৰ
Read More...

অসমৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ লবলৈ কৃষক মুক্তিৰ গোট গঠন । অসমৰ বান আৰু গৰাখহনীয়া সমস্যা নিয়ন্ত্ৰণত…

গুৱাহাটী :কভিড্-১৯ মহামাৰী সংক্ৰমণৰ ফলত দেশজুৰি চলি থকা লকডাউন প্ৰভাৱে অৰ্থনৈতিক আৰু সামাজিক ভাৱে সৰ্বসাধাৰণ ৰাইজক চৰম বিপৰ্যয়ৰ দিশে গতি কৰোৱাৰ পিছত অসমত এতিয়া ইটো পিছত সিটো বানপানী সৃষ্টি হোৱাত জ্বলা-কলা খাব লগা হৈছে বানপীড়িত ৰাইজ। চৰকাৰে
Read More...

অখিল, বলদেৱৰ মুক্তিৰ দাবীত টিংখাঙত অনশন।

টিংখাং : অখিল গগৈ, বলদেব তেলীসহ সকলো "কা" বিৰোধী কাৰাবন্দীক মুক্তিৰ দাবীত চিপিআই (এম এল)ৰ অসম ৰাজ্যিক সমিতিয়ে আহ্বান জনোৱা আজি ৰাজ্যজোৰা প্ৰতিবাদৰ অংশ হিচাপে ডিব্ৰুগড়ৰ ৰাজগড়ত দলৰ সমৰ্থকসকলে প্ৰতিবাদ সাব্যস্ত কৰে। ৰাজগড়ৰ শ্বহীদ বেদী
Read More...

হিন্দু ক্ৰান্তি দলৰ সংবাদ মেলৰ আয়োজন।

নলবাৰী : সমগ্ৰ অসমতে ভাৰতীয় সংস্কৃতিক এক দুষ্ট চক্ৰই বিলুপ্ত ঘটোৱাৰ প্ৰয়াস কৰাৰ সময়তে নিজৰ আসনৰ সুৰক্ষিত ৰখাৰ উদ্যেশ্যে ধৃতৰাষ্ট্ৰৰ দৰে নেদেখা ভাও জুৰি আছে সৰ্বানন্দ নেতৃত্বধীন অসম চৰকাৰে। এই কথা সদৰি কৰে আজি নলবাৰীত অনুষ্ঠিত কৰা সংবাদ
Read More...

তিনিচুকীয়াৰ জেষ্ঠ চিকিৎসক পি কে ৰ্শমাৰ কৰোনাত মৃত্যু ।

তিনিচুকীয়া : তিনিচুকীয়াৰ মেডিচিন বিভাগৰ জেষ্ঠ চিকিৎসক ডঃ পি কে ৰ্শমা আজি ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত কৰোনা ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। তিনিচুকীয়াৰ গেলাপুখুৰী পথৰ নিবাসী চিকিৎসক গৰাকীয়ে দুদিন পূৰ্বে জ্বৰ আৰু কাঁহত ভুগি স্বাৱ টেষ্ট কৰিছিল।
Read More...

গান্ধীমণ্ডপৰ জৰাজীৰ্ণ পথে দুৰ্ভোগ ভোগাইছে পথচাৰীক ৷ পাহাৰৰ মাটিৰে ভৰি পৰিছে নলা, কুম্ভকৰ্ণৰ নিদ্ৰাত…

গুৱাহাটী : গুৱাহাটী মহানগৰীৰ উলুবাৰীস্হিত গান্ধী মণ্ডপ পথৰ জৰাজীৰ্ণ অৱস্হাই পথচাৰীক দুৰ্ভোগ ভোগাইছে ৷ জানিব পৰা মতে মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্ত্তি থকা গান্ধীমণ্ডপৰ পথচোৱাত কেইবা ঠাইত প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে ৷ ইয়াৰ সমান্তৰালভাৱে
Read More...

বৰুৱাহোলা উন্নয়নৰ দাবীত মটক যুৱ ছাত্ৰৰ স্মাৰক পত্ৰ।

তিনিচুকীয়া : তিনিচুকীয়া ৰাজহ চক্ৰৰ অধীনৰ বৃহত্তৰ বৰুৱাহোলাৰ উন্নয়নৰ বাবে আঞ্চলিক মটক যুৱ ছাত্র সম্মিলনে নিম্নলিখিত সমস্যাসমূহ পূৰণ কৰিবলৈ দাবী জনাই উপায়ুক্তৰ যোগেদি মুখ্যমন্ত্ৰীলৈ আজি স্মাৰক পত্ৰ প্ৰেৰণ কৰে। বৰুৱাহোলাত এটা পুথিভঁৰালৰ বাবে
Read More...

উজনি মাজুলীৰ গেজেৰাত শোকাৱহ ঘটনা।

উজনি-মাজুলী : উজনি মাজুলীৰ নতুন বজাৰ তহলদাৰী আৰক্ষী চকীৰ অন্তৰ্গত মাজ গেজেৰা গাঁৱত মঙ্গলবাৰে বিয়লি প্ৰায় ৫.৩০ বজাত এক শোকাৱহ ঘটনা সংঘটিত হয়। ঘটনাৰ বিবৰণী অনুসৰি মাজ গেজেৰা গাঁৱৰ সমীপবৰ্তী লেপং গাঁৱৰ উৎপল দলেৰ পুত্ৰ পাপু দলে (১৭) ক পানীয়ে
Read More...