Breaking

Browsing Category

স্থানীয় বাৰ্তা

ধুবুৰীত বান পৰিস্থিতি বুজ ল’লে প্রমিলাৰাণী ব্ৰহ্মই।

ধুবুৰী : ধুবুৰীত কালি বান পৰিস্থিতিৰ বুজ ল'লে সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম‌ই। বান পৰিস্থিতিয়ে ক্ৰমশঃ জটিল ৰূপ ধাৰণ কৰাত ধুবুৰীৰ দায়িত্বত থকা মন্ত্ৰী গৰাকীয়ে কালি জিলা প্ৰশাসন আৰু স্থানীয় বিধায়ক সকলকৰ সৈতে এখন
Read More...

উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ উদ্যোগত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নৱকান্ত বৰুৱাক স্মৰণ।

উজনি-মাজুলী : এখুদ ককাইদেউ খ্যাত ককাদেউতাৰ হাড়ৰ স্ৰষ্টা নৱকান্ত বৰুৱাৰ ১৯ সংখ্যক মৃত্যু দিৱসটি মঙ্গলবাৰে 'সুৰ-শব্দ-কথা'ৰে পালন কৰা হয়। উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ উদ্যোগত আলিপুখুৰী শাখা সাহিত্য সভাৰ সহযোগত আয়োজিত এখনি ভ্ৰাম্যভাষিক
Read More...

শিলাদিত্য আৰু হোজাই বিজেপি সমিতিৰ কৰ্মীৰ মাজত চলিছে আভ্যান্তৰীণ সংঘাত ।

লংকা : হোজাই জিলাৰ বিজেপিত হৈছে নেকি দলীয় সংঘাত। যাৰ পৰিণতিত দেওবাৰে বিধায়ক শিলাদিত্য‌ই বিজেপিৰ পৰা অৱসৰ লোৱাৰ পথ বাছি লৈছে। বিধায়ক শিলাদিত্য আৰু হোজাই বিজেপি সমিতিৰ কৰ্মীৰ মাজত চলিছে আভ্যান্তৰীণ সংঘাত যাৰ পৰিণতিত জিলা বিজেপি
Read More...

ঐতিহাসিক পথৰুঘাটত বানপানী, ৰাজা ফাউণ্ডেশ্যন, অসমৰ সঁজাতি দলৰ বানাক্ৰান্ত অঞ্চল পৰিভ্ৰমণ ৷

মঙলদৈ : দৰং জিলাৰ পথৰুঘাট অঞ্চলৰ আলিখাপাৰা গাঁৱৰ ননৈ নদীৰ পূব ফালৰ মথাউৰিটো নদীত থকা অতিৰিক্ত পানীৰ হেঁচাত যোৱা ১১ জুলাইত প্ৰায় ২০ ফুট মান দীঘলকৈ চিঙি যায়৷ উল্লেখযোগ্য যে আগৰ পৰা মথাউৰিৰ কিছু অংশ দুৰ্বল হৈ পৰিছিল আৰু বিভিন্ন অংশত গাঁতৰ
Read More...

কুসুমটোলাৰ বিশিষ্ট সমাজ কৰ্মী,দুখীয়াৰ পৰম বন্ধু খ্যাত বাবুল নেওগঁৰ দেহাৱসান। বন্ধ ৰখা হ’ল…

জামুগুৰিহাট : জামুগুৰিহাটৰ কুসুমটোলাৰ বিশিষ্ট সমাজ কৰ্মী, প্ৰতিষ্ঠিত ব্যৱসায়ী বাবুল নেওগঁৰ তেজপুৰৰ টাইমছ হস্পিতালত মৃত্যু ঘটে ।মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৬৯ বছৰ ।১৯৫২ চনত জন্ম গ্ৰহণ কৰা নেওগেঁ জীৱন যুঁজত বহুতো ঘাট প্ৰতিঘাটৰ মাজেদি
Read More...

নগাঁৱত কংগ্ৰেছত গৰাখহনীয়া, ৯গৰাকী পঞ্চায়ত প্ৰতিনিধি সহ শতাধিকৰ বিজেপি দলত যোগদান।

নগাঁও : নগাঁও সদৰ সমষ্টিত কংগ্ৰেছত সৃষ্টি হৈছে ব্যাপক গৰাখহনীয়াৰ। আজি সদৰ সমষ্টিৰ কেন্দুগুৰি গাঁও পঞ্চায়তত কংগ্ৰেছৰ ৯গৰাকী নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিয়ে বিধায়ক ৰূপক শৰ্মাৰ উপস্থিতিত বিজেপি দলত যোগদান কৰি পঞ্চায়ত টোত কংগ্ৰেছৰ ভেটিত ব্যাপক
Read More...

মৰাণ জনগোষ্ঠীক জনজাতিৰ দাবীত তিনিচুকীয়াত উত্তাল প্ৰতিবাদ ।

তিনিচুকীয়া : মৰাণ জনজাতিক অতিশীঘ্ৰে অনুসূচীত জনজাতিৰ মৰ্যদা প্ৰদান কৰি ষষ্ঠ অনুসূচীভূক্ত স্বায়ত্ব শাসন প্ৰদানৰ লগতে ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত মৰ্মে জাৰি কৰা নতুন ভূমি নীতিৰ অধ্যাদেশ বাতিলৰ দাবী আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ
Read More...

চানমাৰি অমিয় নগৰত ভুমিস্খলন ৷ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ তৎপৰতাত গুৱাহাটী ৰাজহ চক্ৰবিষয়াৰ…

গুৱাহাটী : চলিত বৰ্ষত গুৱাহাটী মহানগৰীত অভাবনীয়ভাবে বৃদ্ধি পাইছে ভুমিস্খলনৰ ঘটনা৷ ইতিমধ্যে মহানগৰীৰ কেইবাটাও স্হানত সংঘটিত হোৱা ভুমিস্খলনে ৪ গৰাকী ব্যক্তিৰ প্ৰান কাঢ়ি নিয়ে ৷ ইয়াৰ সমান্তৰালভাৱে চানমাৰি অঞ্চলৰ অমিয় নগৰৰ কেইবাটাও স্হানত পাহৰৰ
Read More...

নলবাৰী পৰিবহন বিষয়া কাৰ্যালয়ত শৌচাগাৰ উদ্বোধন।

নলবাৰী : নলবাৰী পৰিবহণ বিষয়াৰ কাৰ্যালয়ত আজি এক ৰাজহুৱা শৌচাগাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। জিলা উন্নয়ন প্ৰাধিকৰণৰ দ্বাৰা নিৰ্মাণ কৰা  শৌচাগাৰটো উদ্বোধন কৰে নলবাৰীৰ বিধায়ক অশোক শৰ্মাই। শৌচাগাৰটো উদ্বোধন কৰি উঠি বিধায়ক গৰাকীয়ে
Read More...

বটদ্ৰৱাৰ দলংঘাট বৰমণিপুৰস্থিত ষষ্ঠদশ অসম আৰক্ষী বাহিনীৰ কেম্পত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি…

নগাঁও : ৰাজ্যত ক'ভিড-১৯ ৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ষষ্ঠদশ অসম আমি লগতে ৱৰক্ষী বাহিনীয়ে হাতত লৈছে সুন্দৰ পদক্ষেপ। মৰিগাঁও জিলাৰ বৰমণিপুৰস্থিত ষষ্ঠদশ অসম আৰক্ষী বাহিনীৰ চাউনীৰ ভিতৰতে ষষ্ঠদশ অসম আৰক্ষী বাহিনীৰ অধিনায়ক অৰ্ণৱ ডেকাৰ উদ্যোগত
Read More...