Breaking

Browsing Category

স্থানীয় বাৰ্তা

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি টীয়ক আৰক্ষী থানাত এজাহাৰ দাখিল।

টীয়ক : কৃষক নেতা অখিল গগৈৰ মুক্তিৰ লগতে সু স্বাস্থ্যৰ কামনাৰে সমগ্ৰ অসমৰ ৰাইজে প্ৰাৰ্থনাৰ লগতে উপযুক্ত চিকিৎসা প্ৰদানৰ দাবী উত্থাপন কৰি থকাৰ সময়তে যোৰহাট জিলাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কাকজান শাখা আঞ্চলিক সমিতিৰ সম্পাদক ইন্দুকমল ভূঞাৰ
Read More...

গান্ধী মন্ডপত ভূমিস্খলন : পাহাৰৰ পৰা খহি আহিল প্ৰকাণ্ড শিল ৷

দৈনন্দিন বাৰ্তা ডেস্ক : চলিত বৰ্ষত বৰষুণৰ পৰিমাণ বৃদ্ধি পোৱাত গুৱাহাটী মহানগৰীত ভূমিস্খলনৰ ঘটনা দিনক দিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ যোৱা কিছুদিনৰ পৰা নেৰানেপেৰা বৰষুণ দি থকাৰ ফলত মহানগৰীৰ গান্ধীমণ্ডপ পথত এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনা
Read More...

নামখলাৰ পাথৰিঘাট আলিখাপাৰাত ননৈ নদীৰ চিঙিল মথাউৰি ৷

নামখলা : উত্তৰ পূৰ্বাঞ্চলত কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত দৰং জিলাৰ প্ৰায় সকলো নদী ফেনেফুটুকাৰে বাঢ়ি থকাৰ ফলত নদী কাষৰীয়া অঞ্চলত লোকসকল ভীতিগ্ৰস্ত হৈ থকাৰ সময়তে দেওবাৰে দোকমোকালি পুৱাতে দৰঙৰ ঐতিহাসিক পাথৰিঘাট আলিখাপাৰাত ননৈ নদীৰ
Read More...

কামপুৰত বছৰৰ তৃতীয় বানৰ তাণ্ডৱ, কৃষকৰ হাহাকাৰ।

নগাঁও : বছৰৰ তৃতীয়টো বানৰ কবলত পৰিছে কামপুৰৰ বিস্তৃৰ্ণ অঞ্চল। কামপুৰত কপিলী আৰু বৰপানী নৈৰ বাঢ়নী পানীয়ে এতিয়া তাণ্ডৱৰ সৃষ্টি কৰিছে৷ বিগত দুটা মাহত হোৱা বাঢ়নী পানীৰ ফলত কেইবাঠাইতো ছিঙিছিল কপিলী আৰু বৰপানী নৈৰ মথাউৰি। সেই মথাউৰিসমূহ মেৰামতি
Read More...

মীন পালনেৰে স্বাৱলম্বিতাৰ পথ দেখুৱাইছে দৰঙৰ গৌৰাংগ কৃষি সমবায় সমিতিয়ে । সমবায়ৰ অন্তৰ্গত মীনপালকৰ…

দলগাঁও : মীন পালনেৰে সৈতে শিক্ষিত নিবনুৱা যুবক, উদ্যোমী সকলক জড়িত কৰি সুফল অৰ্জন কৰিবলৈ সমৰ্থ হৈছে দৰঙৰ কৌপাটিৰ বাগিচা কাষ গাৱঁৰ গৌৰাংগ কৃষি সমবায় সমিতিয়ে। ৫১জন সদস্যৰে গঠিত কৃষি সমবায় সমিতিখনৰ অন্তৰ্গত ভূমিৰ পৰিমাণ প্ৰায় দুশ বিঘা।
Read More...

বিজেপিত অন্তঃ কন্দল : ৰাজনীতিৰ পৰা অৱসৰ লম-‘শিলাদিত্য দেৱ’।

নগাঁও : বিজেপি দলৰ ভিতৰচৰাত চলিছে অন্ত:কন্দল। ইয়াৰে বহি:প্ৰকাশ ঘটালে হোজাইৰ বিধায়ক শিলাদিত্য দেৱে। পদত্যাগ নকৰিলেও বিধায়ক শিলাদিত্য দেৱে ৰাজনিতীৰ পৰা ল'ব অৱসৰ। কালি হোজাইত এখন সংবাদমেল সম্বোধন কৰি ঘটালে কেতবোৰ বিস্ফোৰণ। শিলাদিত্যই কলে বিগত
Read More...

মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই উন্মোচন কৰিলে ড° বাণীকান্ত কাকতী বৈদ্যুতিক শ্মশান ।

গুৱাহাটী : লকাডাউনৰ মাজতে আজি গুৱাহাটী মহানগৰীৰ উলুবাৰীস্থিত ৰামকৃষ্ণ মিছন পথত অৱস্থিত ড° বাণীকান্ত কাকতী বৈদ্যুতিক শ্মশান উন্মোচন কৰা হয়৷ পূৱ গুৱাহাটী সমষ্টিৰ বিধায়ক তথা গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই আজি দিনৰ ১২ বজাত
Read More...

স্বাস্থ্যমন্ত্ৰীৰ সমষ্টিত চিকিৎসা অবিহনে ঢুকাল উত্তৰ গুৱাহাটীৰ নাগৰিক উত্তম । ধিক্কাৰ…

চাংসাৰি : এতিয়া আৰু মৃত্যু শিল্প নহয়, নাই মানবতাৰ প্ৰশ্ন। কভিড ৰোগক দোহাই আন ৰোগৰ চিকিৎসা সেৱা বাতিলৰ বাবেই বহু সাধাৰণ ৰোগীৰ চিকিৎসা অবিহনে মৃত্যু ঘটিছে। স্বাস্থ্যখণ্ডৰ ঢাক ঢোল বজাই থকাৰ মাজতে শনিবাৰে নিশা স্বাস্থ্যমন্ত্ৰীৰ সমষ্টিৰ উত্তম
Read More...

হোজাইৰ বিধায়ক শিলাদিত্যই অৱসৰ লৱ বিজেপিৰ পৰা ; ১৪ জুলাইত আনুষ্ঠানিক ভাৱে ঘোষণা কৰিব বিধায়ক…

লংকা : সততে বিৰ্তকিত মন্তব্য কৰি সকলোৰে দৃষ্টি আকর্ষণ কৰা হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱে বিজেপি দলৰ পৰা লৱ অৱসৰ । অহা ১৪ জুলাইত তেখেতে আনুষ্ঠানিক ভাৱে পদত্যাগ পত্ৰ কৰিব প্ৰেৰণ । ইতিমধ্যেই তেখেতে বিজেপিৰ জেষ্ঠ নেতা সকলৰ লগতে সভাপতি
Read More...

গুৱাহাটীত অবৈধ বয়লাৰ ব্যৱসায় ৷ চানমাৰি আৰক্ষীয়ে জব্দ কৰিলে নাম্বাৰ বিহীন বলেৰো পিক-আপ ভেন ৷

গুৱাহাটী : গুৱাহাটী মহানগৰীত লকডাউন চলি থকা সময়তে এচাম অসাধু ব্যৱসায়ীয়ে আৰক্ষীক মেনজ কৰি নিজৰ ব্যৱসায় সুচাৰুৰূপে চলায় আছে ৷ মহানগৰীৰ লকডাউনৰ সময়ছোৱাত মাছ - মাংসৰ ব্যৱসায় প্ৰতিষ্ঠান বন্ধ যদিও এচাম ব্যৱসায়ীয়ে অধিক চৰা দামত মাছ - মাংস বিক্ৰী
Read More...