Breaking

Browsing Category

স্থানীয় বাৰ্তা

মাজবাটৰ গছেনপুৰ গাঁৱত গৰ্ভৱতী মহিলাৰ দেহত ক’ৰোনা পজিটিভ ।

ওদালগুৰি : ওদালগুৰি জিলাৰ মাজবাট আৰক্ষী থানাৰ এলেকাৰ গছেনপুৰ গাঁৱত ১১ জুলাই তাৰিখে টাৰ্ছিলা কান্দুলনা (২৪) নামৰ এগৰাকী মহিলাৰ দেহত ক'ৰোনা পজিটিভ ধৰা পৰাৰ লগতে সমগ্ৰ ওদালগুৰি জিলাতে ১১ জুলাই তাৰিখে ৯ গৰাকী নতুনকৈ কোভিড-১৯ আক্ৰান্ত হোৱা
Read More...

মুখ্যমন্ত্ৰী সমষ্টিৰ কৰতিপাৰ পঞ্চায়তৰ সাৰআটীত বৃহৎ খহনীয়া।

উজনি-মাজুলী : বিভাগীয় কৰ্তৃপক্ষই খহনীয়া ৰোধত একেবাৰে বিফল হোৱা বুলি দাবী কৰা মাজুলী জিলা কংগ্ৰেছ দলৰ নেতৃত্ব‌ই শুকুৰবাৰে নামনি মাজুলী কৰতিপাৰ গাঁও পঞ্চায়তৰ সাৰআটীৰ খহনীয়াৰ সন্মুখীন হোৱা দুৰ্ভগীয়া পৰিয়াল সমূহক সাক্ষাৎ কৰি পৰিস্থিতিৰ
Read More...

কৃষক নেতা অখিল গগৈ মুক্তি আৰু ভূমি নীতি বাতিলৰ দাবী গ্ৰামীণ শ্ৰমিক সন্থাৰ।

তিনিচুকীয়া : সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে "আত্মনিৰ্ভৰশীল অসম" গঢ়ি তোলাৰ নামত ক্ষুদ্ৰ, লঘু, মজলীয়া উদ্যোগ স্থাপন সম্পৰ্কিত প্ৰস্তাৱিত ভূমি অধ্যাদেশ, ২০২০ বাতিলৰ দাবীত তথা কৃষক আন্দোলনৰ নেতা অখিল গগৈ, বিতু সোণোৱাল, ধৈৰ্য
Read More...

বানৰ কৱলত জামুগুৰিহাটৰ সাতখনৰো অধিক গাওঁ ফেনেফুটোকাৰে বাঢ়িছে জীয়া ভৰলী ।

জামুগুৰিহাট : বানৰ কৱলত পৰিছে জামুগুৰিহাটৰ সাতখনকৈ গাওঁ। যোৱা চাৰি পাঁচদিন ধৰি আহি থকা নেৰানেপেৰা বৰষুণৰ ফলত ওফন্দি উঠা জীয়া ভৰলী নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে জামুগুৰিহাটৰ পশ্চিম প্ৰান্তৰ গটাইমাৰী, ননকে গটাইমাৰী, ভৰলীচাপৰি, চকীঘাটকে ধৰি
Read More...

মাজুলী জিলা আপকু আৰু উপায়ুক্তৰ সৌহাদ্যমূলক বৈঠক সম্পন্ন, সাংবাদিকৰ সমস্যা সমাধানত আগ্ৰহী উপায়ুক্ত ।

উজনি-মাজুলী : আছাম প্ৰেছ ক'ৰেচপণ্ডেণ্টছ ইউনিয়নৰ (আপকু) মাজুলী জিলা সমিতি আৰু মাজুলী জিলা উপায়ুক্তৰে মাজত বৃহস্পিতবাৰে অনুষ্ঠিত হয় এক সৌহাদ্যমূলক বৈঠক। উপায়ুক্তৰ আহ্বান মৰ্মে অনুষ্ঠিত বৈঠকত  জিলাৰ  উপায়ুক্ত বিক্ৰম কৈৰী, অতিৰিক্ত
Read More...

নিৰাপত্তাৰক্ষীৰ অভিযানত অৰুণাচলত ৬ এনএছচিএন (আইএম) উগ্ৰপন্থী নিহত ৷

দৈনন্দিন বাৰ্তা ডেস্ক : অৰুণাচল প্ৰদেশত শনিবাৰে পুৱা নিৰাপত্তাৰক্ষীৰ অভিযানত ৬ নগা সন্ত্ৰাসবাদী নিহত হয় ৷ অসম ৰাইফলছ আৰু অৰুণাচল প্ৰদেশ আৰক্ষীৰ যৌথ অভিযানত এই ৬ নগা সন্ত্ৰাসবাদীৰ নিহত হয়৷ এই গুলীয়াগুলীত এজন অসম ৰাইফলৰ জোৱান আহত হয় ৷
Read More...

নামখলাত ক’ভিড-১৯ত আক্ৰান্ত ৰূপম শইকীয়া ৷

নামখলা : দৰং জিলাত শুকুৰবাৰে ১৭ জনৰ দেহত ক'ভিড ধনাত্মকৰ বিপৰীতে মুঠ আক্ৰান্তৰ সংখ্যা ৩৮২ জনলৈ বৃদ্ধি পালে৷ বৃহস্পতিবাৰে দৰঙৰ ২ জন লোক  ক'ভিডত আক্ৰান্ত হোৱাৰ পিছত শুকুৰবাৰে পুনৰ ১৭ জন লোক আক্ৰান্ত হৈছে ক'ভিডত।  আক্ৰান্ত লোকসকলৰ ভিতৰত এগৰাকী
Read More...

গুৱাহাটীত কৃত্ৰিম বানৰ ফলত বিভিন্ন স্থানত বোকাময় পৰিবেশঃ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ উপস্থিতিত…

গুৱাহাটী : বিগত কেইদিনমান ধৰি  অভাবনীয়ভাবে বৰষুণৰ পৰিমাণ বৃদ্ধি পোৱাত মহানগৰীৰ কেইবাস্হানত বোকাময় পৰিবেশৰ সৃষ্টি হৈছে৷ বিশেষকৈ গীতানগৰ, চানমাৰি, শিলপুখুৰী অঞ্চলত পথত অধিক বোকা-পানীৰে উপচি পৰিছে৷ যাৰ বাৰে পথচোৱাৰে গাড়ী-মটৰ অহা-যোৱাত
Read More...

অশ্বিনী চেতিয়াৰ মৃত্যুত সদৌ মৰাণ ছাত্ৰ সন্থাৰ শোক প্ৰকাশ।

গুৱাহাটী : সদৌ তাই আহোম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি, সুসংগঠক তথা বলিষ্ঠ নেতা অশ্বিনী চেতিয়াৰ মৃত্যুত আমি অতিকে মৰ্মাহত হৈছো। আমি এজন সহযোদ্ধাক অকালতে হেৰুৱালো। তেওঁৰ মৃত্যুত কেৱল তাই আহোম জনগোষ্ঠীয়েই নহয় সমগ্ৰ অসমে এটা সংগ্ৰামী সত্তাক
Read More...

ডুমডুমা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় সন্মুখত ধৰ্ণা সদৌ মৰাণ ছাত্ৰ সন্থাৰ ।

ডিৰাক সীমান্ত : মৰাণ জনগোষ্ঠীক জনজাতিকৰক, ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্বশাসন প্ৰদান, শেহতীয়াকৈ ৰাজ্যিক কেবিনেটে জাৰী কৰা ভূমি নীতি অধ্যাদেশ-২০২০ বাতিল আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত আজি সদৌ মৰাণ ছাত্ৰ সন্থাৰ ডিৰাক, 
Read More...