Breaking

Browsing Category

স্থানীয় বাৰ্তা

বৃহৎ নদীবান্ধৰ সামগ্ৰী কঢ়িয়াই নিয়া তিনিখনকৈ গাড়ী জামুগুৰিহাটত জব্দ কৰিলে ছাত্ৰ সন্থাই।

জামুগুৰিহাট : সোৱনশিৰি নদীৰ ওপৰত গেৰুকামুখত নিৰ্মীয়মান হৈ থকা বৃহৎ নদীৰ বাবে সামগ্ৰী কঢ়িয়াই নিয়া তিনিখনকৈ ট্ৰাক কালি সন্ধিয়াৰ ভাগত সদৌ জামুগুৰি ছাত্ৰ সন্থাই জব্দ কৰিবলৈ সক্ষম হয়। লকডাউনৰ সুযোগ গ্ৰহণ কৰি বৃহৎ নদীবান্ধ নিৰ্মাণ প্ৰতিষ্ঠানটোৱে
Read More...

ৰাজনৈতিক ক্ষমতাৰ অপ-ব্যৱহাৰেৰে ষড়যন্ত্ৰমূলক ভাৱে সাংবাদিকৰ বিৰুদ্ধে গোচৰ ৰুজু মন্ত্ৰী যোগেন মহনৰ ।…

নাজিৰা : নতুনকৈ মন্ত্ৰীত্ব লাভ কৰা বিজেপি নেতৃত্বাধীন চৰকাৰৰ মন্ত্ৰী যোগেন মহনৰ বিভিন্ন কুকীৰ্তি উদঙাই সংবাদ মাধ্যমত প্ৰকাশিত এক বাতৰিৰ পাছতেই সাংবাদিকৰ বিৰুদ্ধে ষড়যন্ত্ৰমূলকভাৱে মন্ত্ৰীজনে থানাত গোচৰ ৰুজু কৰাৰ ঘটনাক লৈ জাঙুৰ খাই উঠিছে
Read More...

লংকাত নকল সোণসহ আটক দুই প্ৰৱঞ্চক ।

লংকা : লংকা আৰক্ষী থানাৰ অধীনৰ পশ্চিম ডাবলঙত গাঁৱত মাটিৰ তলৰ পৰা সোণ উলিয়াই দিয়াৰ প্ৰলোভনেৰে ধন লুটিবলৈ আহি  হাতে লুটে ৰাইজৰ হাতত আটক হ'বলগীয়া হ'ল দুজন প্ৰৱঞ্চক। প্ৰৱঞ্চক দুজন হ'ল  নগাঁৱৰ জুৰিয়াৰ শিঙাৰীৰ ইদ্ৰিছ আলী আৰু হিফজুৰ ৰহমান।
Read More...

নগাঁৱত কিশোৰীৰ মৃত্যুক লৈ চাঞ্চল্য । ড্ৰাগচ সেৱন কৰাই হত্যা কৰাৰ সন্দেহ । ড্ৰাগছ ব্যৱসায়ী সহ আটক ৫।

নগাঁও : দুই বন্ধুৰ সৈতে ঘৰৰ পৰা ফুৰিবলৈ যোৱা এগৰাকী কিশোৰীয়ে ৰহস্যজনক ভাৱে মৃত্যুক সাৱতি লোৱা এক ঘটনাক কেন্দ্ৰ কৰি নগাঁও চহৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় । নগাঁৱৰ ফৌজদাৰীপট্টিৰ নামঘৰ পথৰ স্নেহা ডেকা নামৰ এগৰাকী নৱম মান শ্ৰেণীৰ ছাত্ৰী কালি
Read More...

কলিয়াবৰত গাঁও পঞ্চায়ত কাৰ্য‍্যালয়ত খণ্ডযুদ্ধ । বৰভগীয়া গাঁও পঞ্চায়ত কাৰ্য‍্যালয়ত সচিবৰে হতাহতি জিলা…

কলিয়াবৰ : পঞ্চায়ত প্ৰতিনিধি আৰু পঞ্চায়ত সচিবৰ খণ্ডযুদ্ধৰ এক চাঞ্চল‍্যকৰ ঘটনা সংঘটিত হয় পশ্চিম কলিয়াবৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰভগীয়া পঞ্চায়তৰ কাৰ্য‍্যালয়ত। কলিয়াবৰৰ দ্বাৰ-বাগৰি জিলা পৰিষদৰ সদস‍্য জীতেন গড় আৰু চতিয়াল-বৰভগীয়া
Read More...

ৰেল শিল্পক ব্যক্তিগতকৰণ : তিনিচুকীয়াত ৰেল শ্ৰমিকৰ উত্তাল প্ৰতিবাদ ।

তিনিচুকীয়া : খালে ঐ খালে প্ৰাইভেটাইজেচন কৰা নীতিয়ে ভাৰতীয় ৰেল শিল্পটোক খালে| খেদ ঐ খেদ কৰ্পৰেট গোষ্ঠীক খেদ| জাগ ঐ জাগ জনতা জাগ আদি শ্ল'গান দি ৰে'ল শ্ৰমিকসকলে আজি তিনিচুকীয়া ৰেল মণ্ডল প্ৰৱন্ধকৰ কাৰ্যালয় প্ৰাংগণ উত্তাল কৰে| এফ ৰে'লৱে মজদুৰ
Read More...

কলিয়াবৰৰ ডা০ টি. আও গ্ৰাম‍্য ক্ৰীড়াঙ্গনত ক্ৰীড়াৰ উত্তৰণত নৱতম সংযোজন । বিধায়কৰ চিগনেচাৰ আঁচনিৰ…

কলিয়াবৰ : কলিয়াবৰৰ নাগশঙ্কৰস্থিত অলিম্পিয়ান ফুটবলাৰ ডা° টি. আওৰ স্মৃতিত উৎসৰ্গীত সমগ্ৰ ভাৰতৰে একমাত্ৰ খেলপথাৰ। ইয়াতেই অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামত ৰাজ‍্যৰ এতিয়ালৈকে একমাত্ৰ ক্ৰীড়া পেভিলিয়নখনো প্ৰাক্তন দৌৰবিদজনে নিজ হাতেৰে উন্মোচন কৰিছিল।
Read More...

নাজিৰা নগৰৰ ৩ নং ৱাৰ্ডত কণ্টেইনমেণ্ট জ’ন : ১০ দিন পূৰ্বে গুৱাহাটীৰ পৰা অহা এজন ২০ বছৰীয়া যুৱক…

নাজিৰা : নাজিৰা নগৰৰ ৩ নং ৱাৰ্ডৰ ৰে'ল ষ্টেচনৰ কাষৰীয়া এলেকাৰ বাসিন্দা ২০ বছৰীয়া যুৱক আফিৰুল হুছেইন কালি আই চি এম আৰ লাহোৱালৰ পৰা অহা স্বাৱ পৰীক্ষাৰ ফলাফল অনুসৰি ক'ভিড-১৯ পজিটিভ হয়। এই যুৱকজনে ১০ দিন পূৰ্বে গুৱাহাটীৰ পৰা আহি নাজিৰাৰ নিজা
Read More...

কলিয়াবৰত স্বাস্থ‍্য বিভাগৰ হেমাহি, কভিড-১৯ সংক্ৰমিত ৪ ।

কলিয়াবৰ : ২৫ জুনত কভিড-১৯ সংক্ৰমিত ধুতিৰাম মুণ্ডাই সংক্ৰমণৰ বাবে স্বাস্থ‍্য বিভাগৰ বৰমূৰীয়াৰে আলোচনাৰ অন্তত জখলাবন্ধা চিকিৎসালয়ত জখলাবন্ধা চিকিৎসালয় দুদিনৰ বাবে বন্ধৰ নিৰ্দেশ দিছিল উৰ্দ্ধতন কৰ্তৃপক্ষই। কিন্তু চিকিৎসক-কৰ্মচাৰীৰ স্বাৱ
Read More...

নাজিৰাত জাপানীজ এনকেফেলাইটিছত এজনৰ মৃত্যু।

নাজিৰা : দেশ তথা ৰাজ্যত মহামাৰী কৰ'নাৰ বিভীষিকাৰ বিৰুদ্ধে যুঁজ অব্যাহত থকাৰ সময়তে নাজিৰা মহকুমাত আৰম্ভ হৈছে জাপানীজ এনকেফেলাইটিছৰ সংহাৰ। যি সময়ত ক'ভিড-১৯ৰ বিভীষিকাৰ বাবে সমগ্ৰ দেশ তথা ৰাজ্যৰ জনসাধাৰণ আতংকিত হৈ আছে সেই সময়ত জাপানীজ
Read More...