Breaking

Browsing Category

স্থানীয় বাৰ্তা

২০২১ৰ বিধানসভা নিৰ্বাচনত কলাইগাঁৱৰ পৰা অৱতীৰ্ণ হ’বলৈ সাজু অৱসৰী অভিযন্তা দুলাল কুমাৰ বৰুৱা ।…

টংলা : ৰাজ্যজুৰি অব্যাহত থকা কৰোণা ভাইৰাছৰ যুজঁখনত চৰকাৰখনে নিৰন্তৰভাৱে লাগি থকাৰ সময়তে ২০২১ৰ অসম বিধান সভা নিৰ্বাচনৰ বাবে কলাইগাওঁ বিধানসভা সমষ্টিৰ পৰা এগৰাকী অৱসৰী অভিযন্তা সাজু হৈ উঠিছে। ওদালগুৰি জিলাৰ কলাইগাঁও বিধানসভা সভা সমষ্টিৰ
Read More...

হোজাইত এগৰাকী অভিযন্ত্ৰাৰ কভিড-১৯ পজেটিভ ওলোৱাৰ পাছতো চেনিটাইজাৰ নকৰাকৈ চলাই গৈছে কাৰ্যালয়।

হোজাই : ডবকাত এগৰাকী অভিযন্তাৰ দেহত ধৰা পৰিছে কভিড-১৯ পজেটিভ।অভিযন্ত্ৰা গৰাকীৰ নাম শ্বনাতন বশ্য।শ্বনাতন বশ্য নামৰ অভিযন্ত্ৰা গৰাকীৰ দেহত কভিড-১৯ পজেটিভ ধৰা পৰাৰ পাছত অভিযন্ত্ৰা গৰাকীক গুৱাহাটী চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।জানিব পৰা মতে
Read More...

বিজ্ঞানৰ স্নাতক হৈয়ো গো-পালনৰে স্বাৱলম্বীতাৰ অৰ্পূৱ নিৰ্দশন দাঙি ধৰিছে নগাঁৱৰ লক্ষী প্ৰসাদ বৰাই।

নগাঁও : নগাঁও জিলাৰ বৃহত্তৰ হাতীচোং মৌজাৰ অন্তৰ্গত ব্ৰাহ্মণ গাঁৱৰ লক্ষী প্ৰসাদ বৰা সম্প্ৰতি জিলা খনৰ আন নিবনুৱাৰ বাবে আদৰ্শস্বৰূপ হৈ পৰিছে। বিগত ১৯৯১ চনতে নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ পৰা বিজ্ঞানৰ স্নাতক ডিগ্ৰীধাৰী লাভ কৰা
Read More...

সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে জিলা প্ৰশাসনৰ গোচৰৰ প্ৰতিক্ৰিয়া : জিলা প্ৰশাসনৰ বিৰুদ্ধে গোচৰ তৰিলে…

নগাঁও : ক'ভিড-১৯ ৰ ভয়াবহতাৰ মাজত স্বাস্থ্য বিধি উলংঘা কৰি প্ৰসিদ্ধ ধৰ্মীয় নেতা মৌলানা মুফতি খাইৰুল ইছলামৰ জানাজাত অংশগ্ৰহণ কৰাৰ অভিযোগত নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে নগাঁও জিলা প্ৰশাসনে গোচৰ তৰা কাৰ্যত অসন্তুষ্ট হৈ
Read More...

পৰিবৰ্তনকামী চৰকাৰৰ ৪ টা বছৰত এচপৰা মাটি, এটা শিলগুটি নপৰিল শিমলুডোঙা অঞ্চলৰ এটা পথত । এখন দলঙৰ…

ঢকুৱাখনা : ১৫ বছৰীয়া কংগ্ৰেছৰ শাসন উফৰাই উন্নয়ন আৰু পৰিবৰ্তনৰ শ্লোগান আওৰাই শাসনৰ গাদীলৈ অহা বিজেপি চৰকাৰৰ যোৱা চাৰিটা বছৰতো একো উন্নয়নৰ প্ৰভাৱ নপৰিল প্ৰশাসনিকভাৱে ঢকুৱাখনা মহকুমাৰ আৰু ৰাজনৈতিকভাৱে ধেমাজী সমষ্টিৰ অন্তৰ্গত শিমলুডোঙা অঞ্চলৰ
Read More...

চন্টকৰ ঐতিহাসিক সোনাদৈ পুখুৰীৰ পাৰত বন বিভাগৰ উদ্যোগত বৃক্ষৰোপণ।

নাজিৰা : যোৱা পহিলা জুলাইৰ পৰা আৰম্ভ হোৱা ৭১ তম বন মহোৎসৱ সপ্তাহৰ অন্তিম দিনটোত নাজিৰা মহকুমাৰ অসম নগালেণ্ড সীমান্তৱৰ্তী চন্টকৰ ঐতিহাসিক সোনাদৈ পুখুৰীৰ পাৰত আজি এক বৃক্ষৰোপণ কাৰ্যসূচী গ্ৰহণ কৰে বিহুবৰ খণ্ড বন বিভাগে। বিহুবৰ খণ্ড বন বিষয়া
Read More...

গেলেকী আঞ্চলিক ছাত্ৰ সন্থাৰ ব্যতিক্ৰমী প্ৰদক্ষেপ, মেধাবী ছাত্ৰ-ছাত্ৰীক ঘৰে ঘৰে অভিনন্দন।

নাজিৰা : কৰ'না ভাইৰাছৰ গণ সংক্ৰমণৰ আশংকাত চৰকাৰে গ্ৰহণ কৰি নীতি-নিৰ্দেশনাক সন্মান জনাই গেলেকী আঞ্চলিক ছাত্ৰ সন্থাই এইবছৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বৃহত্তৰ গেলেকী অঞ্চলৰ মেধাবী
Read More...

গুৱাহাটীৰ পৰা অহা লোকসকলক স্বাৱ পৰীক্ষাৰ বাবে আহ্বান নাজিৰা মহকুমা প্ৰশাসনৰ।

নাজিৰা : কিছুদিনৰ পৰা গুৱাহাটী ক’ভিদ-১৯ৰ অভিকেন্দ্ৰ হিচাবে চিনাক্ত হৈছে আৰু গুৱাহাটীৰ বহুলোক এই ৰোগত আক্ৰান্ত হৈছে বুলি ধৰা পৰিছে। ক’ভিদ-১৯ ৰ সংক্ৰমণ ৰোধ কৰাৰ লগতে নাজিৰা মহকুমাটিক সুৰক্ষিত কৰাৰ স্বাৰ্থত গুৱাহাটীৰ পৰা নাজিৰালৈ অহা লোকসকলৰ
Read More...

নৱনিযুক্ত নলবাৰীৰ উপায়ুক্তৰ ভগ্ন মথাউৰি পৰিদৰ্শন।

নলবাৰী : আজি নলবাৰী জিলাৰ নৱনিযুক্ত উপায়ুক্ত পূৰৱী কোৱঁৰে টিহু ৰাজহ চক্ৰৰ অন্তৰ্গত গোৱৰাদল অঞ্চলৰ দহকাউনিয়াৰ নিকটৱৰ্তী মৰাপাগলাদিয়া নদীৰ ভগ্ন মথাউৰি পৰিদৰ্শন কৰে। উপায়ুক্তগৰাকীয়ে দহকাউনিয়াৰ গাঁওবুঢ়া কালিচৰণ বৰ্মনৰ লগত ঠাইখিনিত ভগ্ন
Read More...

জিলা উপায়ুক্তক স্মাৰক পত্ৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ।বানপানীত ক্ষতিগ্ৰস্ত লোকক সাহাৰ্য্য প্ৰদানৰ…

দলগাওঁ : বিগত কেইবাদিনো ধৰি নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা বানপানীত ব্যাপক ক্ষতিসাধন হৈছে কৃষি প্ৰধান অঞ্চল দৰঙত। বানপানীত ক্ষতিগ্ৰস্ত লোকক সাহাৰ্য্য প্ৰদানৰ দাবী জনাই অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ (আব্দুল আজিজ)গোটৰ দৰঙ জিলা সমিতিয়ে এখন
Read More...