Breaking

Browsing Category

স্থানীয় বাৰ্তা

গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ নিৰ্দেশৰ তাৎক্ষণিক প্ৰভাৱ ৷ অনিল নগৰৰ বোকাময় পৰিবেশ…

গুৱাহাটী : গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ এক নিৰ্দেশ মৰ্মে আজি গুৱাহাটী পৌৰনিগমৰ আয়ুক্ত দেবজ্যোতি হাজৰিক, পৌৰনিগমৰ মুখ্য অভিযন্তা দেৱজিত দাস সহ কেইবাগৰাকী বিষয়াৰ উপস্থিতিত অনিল নগৰৰ বোকাময় পথছোৱা পৰিস্কাৰ কৰা দেখিবলৈ
Read More...

জামুগুৰিহাটত মাইক্ৰ’ফাইনেঞ্চৰ দৌৰাত্ম্য : ঋণগ্ৰস্তক মাহিলী কিস্তি পৰিশোধ কৰিবলৈ ব্যাপক তাগিদা ৷

জামুগুৰিহাট : কৰ’না ভাইৰাছৰ দ্ৰুত সংক্ৰমণে ৰাইজক শংকিত কৰি ৰখাৰ সময়তে ৰাজ্যখনৰ চুকে কোণে একাংশ মাইক্ৰ’ফাইনেঞ্চ কোম্পানীয়ে পুনৰাই দৌৰাত্ম্য অব্যাহত ৰখাৰ খবৰ পোৱা গৈছে৷ এইক্ষেত্ৰত ব্যতিক্ৰম নহয় শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ একাংশ
Read More...

হোজাই জিলা পৰিষদৰ সন্মুখত ধৰ্ণা দিব শিলাদিত্য দেৱে।

লংকা : এইবাৰ পুনৰ সৰৱ হৈছে হোজাইৰ বিধায়ক শিলাদিত্য দেৱ । গুৱাহাটী সেই বিশেষ ৰাজ‌্যিক নেতা গৰাকীৰ বিৰুদ্ধে এইবাৰ ৰাজপথলৈ ওলাই অহাৰ হুংকাৰ দিলে বিধায়ক শিলাদিত্যা দেৱে । এইবাৰ যদি নেতা গৰাকীয়ে ওলটা পোল্টা কৰি তেন্তে ৰাজপথলৈ ওলাই আহি ধৰ্নাত
Read More...

জৰাজীৰ্ণ বাঁহৰ দলঙে জীয়াতু ভোগাইছে গঞা ৰাইজক : ফুচকৰামুখত পকী দলং নিৰ্মাণৰ দাবী মন্ত্ৰী নৱ দলেক ।…

ঢকুৱাখনা : দেশে স্বাধীনতা লাভ কৰাৰ ৭৩ টা বছৰ অতিক্ৰম কৰাৰ পিছততো ঢকুৱাখনা বিধান সভা সমষ্টিৰ অন্তৰ্গত মৰনৈ গাঁও পঞ্চায়তৰ বাটচ'ৰা শিৱ মন্দিৰ তিনিআলিৰ পৰা মৰনৈ পমুৱা তিনিআলি সংযোগী গুৰুত্বপূৰ্ণ পথটোৰ ফুচকৰামুখত ন'হল চামপৰা নদী আৰু বলাহী জানৰ
Read More...

ছাত্ৰ নেতা ভাৰত নাথৰ ইতিবাচক চিন্তা ৷ জামুগুৰিহাটত চেলুন ব্যৱসায়ৰে আত্ম সংস্থাপনৰ প্ৰচেষ্টা ৷

জামুগুৰিহাট : মহামাৰী কৰ’নাৰ এই সংকটকালত বহুলোক কৰ্মসংস্থাপনহীন হৈ পৰাৰ সময়তে জাতীয়তাবাদী সত্ত্বাৰে উৎসাহিত জামুগুৰিহাটৰ এজন যুৱক হৈ পৰিছে সকলোৰে আদৰ্শ৷যুৱকজনে আদৰি লোৱা কৰ্মটিক সকলোৱে সততে আদৰি লোৱা দেখা পোৱা নাযায় যদিও কম মুলধনত কৰিব পৰা
Read More...

ৰাজেন গোঁহাইক প্ৰত্যুত্তৰ ৰূপক শৰ্মাৰ : দুৰ্যোগৰ সময়ত আমি খোৱাকামোৰাৰ ৰাজনীতি নকৰো ।

নগাঁও : বিগত কেইদিনমান ধৰি সংবাদ মাধ্যমত নগাঁও সদৰ সমষ্টি অথবা বঢ়মপুৰত দলীয় টিকট লাভ কৰিলে বিধানসভা নিৰ্বাচন খেলিবলৈ সাজু থকা বুলি উল্লেখ কৰি আহিছে প্ৰাক্তন ৰেলৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইয়ে।ইয়াৰ লগতে নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাক সংবাদ মাধ্যমৰ
Read More...

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি আৰু নতুন উদ্যোগ নীতিৰ অধ্যাদেশ প্ৰত্যাহাৰৰ দাবীত মুখ্যমন্ত্ৰী,…

নাজিৰা : ইন্ধন জাতীয় সামগ্ৰীকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি আৰু চৰকাৰৰ নতুন উদ্যোগ নীতিৰে যি অসম বিৰোধী তথা জাতিধ্বংসী অধ্যাদেশ জাৰি কৰিছে সেই অধ্যাদেশ প্ৰত্যাহাৰৰ দাবীত আজি নাজিৰা নগৰৰ মাজমজিয়াত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ
Read More...

নাজিৰাৰ যুবকৰ নতুন উদ্যোগ : অসমীহাট অনলাইন ৱেবছাইট উদ্ধোধন ৷

নাজিৰা : ৰাজ্যৰ নতুন প্ৰজন্মৰ কৰ্ম সংস্কৃতিৰ নতুন সংযোজন হিচাপে আজি নাজিৰা প্ৰেছ ক্লাবত নাজিৰাৰ এদল যুবকৰ অসমীহাট নামৰ এটি অনলাইন ৱেবছাইট মুকলি কৰা হয় ৷ কৰ্মসংস্কৃতিৰ প্ৰতি ধাউতি নাই বুলি প্ৰচাৰিত ধাৰণা ভুল প্ৰমাণিত নাজিৰাৰ ছজনীয়া এটি দলে
Read More...

দৰঙত এদিনতে আক্ৰান্ত ৬৭ জন, মঙলদৈ থানা হমগাৰ্ড, বন বিভাগৰ কৰ্মচাৰীও পজিটিভ। জিলা প্ৰশাসনৰ হাহাকাৰ,…

মঙলদৈ : দৰং জিলাত দ্ৰুত হাৰত বৃদ্ধি পাইছে ক'ভিড আক্ৰান্তৰ সংখ্যা । আজিৰ দিনটোতেই ৬৭ জন লোক ক'ভিড আক্ৰান্তৰ ৰিপোৰ্ট আহিছে। জিলা তথ্য আৰু জনসংযোগ বিভাগে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিৰ মতে ইয়াৰ অধিকাংশলোক বহি:ৰাজ্যৰ পৰা আহি
Read More...

ক’ৰোনা লৈ শাসকীয় পক্ষৰ ৰাজনীতি : গভীৰ উদ্বেগ প্ৰকাশ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ।

নাজিৰা : ৰাজ্যৰ শাসকীয় পক্ষই ৰাজনৈতিক হেঁচাৰ ফলত Indian Council For Medical Research (আই চি এম আৰ) ৰে ক'ভিড-১৯ ৰ ভেকচিন সঠিকভাৱে পৰীক্ষা নকৰাকৈ ১৫ আগষ্টৰ ভিতৰত বজাৰত মুকলি কৰি দিয়াৰ যো-জা চলোৱাক লৈ উদ্বেগ প্ৰকাশ কৰিছে অসম বিধান সভাৰ বিৰোধী
Read More...