Breaking

Browsing Category

স্থানীয় বাৰ্তা

গেলেকীত দৈখনা নদীৰ বানৰ তাণ্ডৱ : কেইবাশ হেক্টৰ ভূমি বানৰ কবলত : কেইবাখনো গাওঁ প্লাৱিত ।

নাজিৰা : শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ অসম-নাগালেণ্ড সীমান্তবৰ্তী গেলেকীত বৰনৈৰ তাণ্ডৱ অব্যাহত থকাৰ সময়তে কালি নিশাৰ ভাগৰ পৰা গেলেকী দৈখনা নদীৰ বানৰ তাণ্ডৱ অব্যাহত আছে।সীমান্তবৰ্তী অঞ্চলটোৰ নগা পাহাৰৰ পৰা ওলোৱা দৈখনা নদী জলপৃষ্ঠ তীব্ৰ গতিত
Read More...

অসম জৰীপ আৰু বন্দবস্তী প্ৰশিক্ষণ কেন্দ্ৰৰ শিক্ষক যোগেন নাথৰ দেহাৱসান ৷

নামখলা : দৰং জিলাৰ বৰদৌলগুৰিৰ নিবাসী তথা কৰ্মসূত্ৰে বৰ্তমান গুৱাহাটীৰ বাসিন্দা যোগেন নাথ ৷ লকডাউনত ঘৰতে আছে যদিও পুৱা ঘৰৰ ওচৰৰ  জপনাত বিদ্যুত সংযোগ হৈ থকা এখন টিনত হাতেৰে ধৰাত সংজ্ঞাহীন হৈ পৰে ৷ ততাতৈয়াকৈ গুৱাহাটীৰ মেডিকেল হাস্পতালত
Read More...

চৰকাৰৰ নতুন উদ্যোগ নীতিৰ অধ্যাদেশ প্ৰত্যাহাৰৰ দাবীত নাজিৰাৰ প্ৰান্তে প্ৰান্তে উত্তাল প্ৰতিবাদ…

নাজিৰা : জাতি-মাটি-ভেটি সুৰক্ষাৰ কথাৰে ৰাজপাট দখল কৰা বিজেপি নেতৃত্বাধীন অসম চৰকাৰে শেহতীয়াকৈ নতুন উদ্যোগ নীতিৰ অধ্যাদেশৰ সিদ্ধান্ত গ্ৰহণ কৰি অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ হাতত থকা বাকী কৃষি ভূমিসমূহ বহিৰাগত পুজিপতিৰ হাতত গতাই দিয়াৰ পদক্ষেপৰ
Read More...

নাজিৰাত গুটখা ব্যৱসায়ীৰ দপদপনি : কেইটামান টকাৰ লেনদেনৰ বাবেই কৰ্মচাৰীক ঘৰৰ ভিতৰত সোমোৱাই মাৰপিট…

নাজিৰা : নাজিৰাৰ আৰক্ষী এতিয়া অঞ্চলটোৰ কুখ্যাত গুটখা মাফিয়াৰ হাতৰ মুঠিত। এইয়াই যেন প্ৰতিপন্ন হৈছে নাজিৰাৰ এজন গুটখা মাফিয়া  ব্যৱসায়ীৰ শেহতীয়া কাৰ্যকলাপত।  মাত্ৰ কেইটামান টকাৰ লেনদেনৰ অজুহাত লৈ নিজৰ ঘৰৰ ভিতৰতে নাজিৰাৰ কুখ্যাত গুটখা
Read More...

কৃতী ছাত্ৰক অভিনন্দন জ্ঞাপন।

টিংখাং : সদ্যঘোষিত উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত পঞ্চম স্থান অধিকাৰ কৰা টিংখাঙৰ নীলমণি আদৰ্শ জাতীয় বিদ্যালয়ৰ ছাত্ৰ মানস উত্তম নেওগক কালি সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ টিংখাং আঞ্চলিকৰ নৱ-নিৰ্বাচিত সমিতিৰ এটি সঁজাতি দলে ছাত্ৰজনৰ
Read More...

সৃষ্টিসুলভ মনৰ অতি দৰিদ্ৰ পৰিয়ালৰ এটি কণমানি ছাত্ৰই পেলনীয়া সামগ্ৰীৰে সাজি উলিয়াইছে বৈজ্ঞানিক…

নাজিৰা : শিৱসাগৰৰ লংকা গোহাঁই গাঁৱৰ নিবাসী ৰুবুল বুঢ়াগোঁহাঁ‌ই আৰু আৰতী বুঢ়াগোহাঁ‌ইৰ একমাত্ৰ পুত্ৰ অলেঞ্চু বুঢ়াগোহাঁ‌ইয়ে পেলনীয়া সামগ্ৰীৰে সাজি উলিয়াইছে বতাহ চালিত পাংখা, কাগজ কটা মেচিন, কাগজেৰে চেলুটেপ কাটোটে ব্যৱহৃত যন্ত্ৰৰ লগতে ডাঠ
Read More...

গেলেকীত বৰনৈৰ বান, পথৰ ওপৰৰে বাগৰিছে পানী : বুৰাই পেলাইছে ঘৰবাৰী-কৃষি ভূমি।

নাজিৰা : আজি তিনিদিন ধৰি নগা পাহাৰত হোৱা মুষলধাৰ বৰষুণৰ ফলত নগা পাহাৰৰ পৰা ওলোৱা বৰনৈ বাঢ়নী পানীয়ে সীমান্তবৰ্তী গেলেকীৰ বিস্তূৰ্ণ অঞ্চল জলমগ্ন কৰি তুলিছে। নদীখনৰ বাঢ়নী পানীয়ে গেলেকী ন-আলি, ৰঙাগড়া, চপৰীয়া আদি বিভিন্ন অঞ্চলত বহু ঘৰ আৰু
Read More...

নাজিৰাত শাৰীৰিক দূৰত্ব ৰক্ষাৰে ২০৫ জনলৈ খাদ্য সামগ্ৰী বিতৰণ।

নাজিৰা : ক'ভিড - ১৯ ৰোগ প্ৰতিৰোধৰ লগতে ব্যাপক সামাজিক শৃংখলাৰে এই ৰোগৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত লকডাউন আৰু সান্ধ্য আইনৰ কবলত পৰি ৰোৱা ২০৫ জন লোকক নিৰ্বাচিত কৰি এক খাদ্য সামগ্ৰী বিতৰণৰ কাৰ্য্যসচী আজি সম্পন্ন কৰা হয়। নাজিৰাৰ ন-মাটিত কিডচ কেম্প
Read More...

বানাক্ৰান্তৰ কাষত বিধায়ক বলীন চেতিয়া : নদীত পৰি কৰুণ মৃত্যুক সাৱটি লোৱা জগত কোঁৱৰ পৰিয়াললৈ চাৰি লাখ…

ডিৰাক সীমান্ত : বিগত কেইদিনমান পূৰ্বে নেৰানেপেৰাকৈ মুখলধাৰে দিয়া বৰষুণৰ বাঢ়নী পানীত অসম অৰুণাচল সীমান্তৱৰ্তী তিনিচুকীয়া জিলাৰ ১২৬ নং শদিয়া বিধানসভা সমষ্টিৰ কাকপথাৰ উন্নয়ন খণ্ডৰ অৰ্থাৎ ডিৰাক গাওঁ পঞ্চায়তৰ অন্তৰ্গত বৰডিৰাক আৰু ন-চোমণি
Read More...

পশুপালনৰ জৰিয়তে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে নগাঁৱৰ প্ৰশান্ত শৰ্মাই।

ননৈঃ "মন কৰিলেই ছন বাকৰি মাটিতেই ধন”-- এই কথাষাৰকে সাৰোগত কৰি নগাঁও জিলাৰ বঢ়মপুৰৰ কৰ্মদ্যোমী যুৱক প্ৰশান্ত কুমাৰ শৰ্মাই ওৰফে গনেশ আগবাঢ়ি গৈছে নিজৰ কৰ্মত ৷ যি সময়ত আমাৰ ৰাজ্যখনত ভয়াৱহ নিবনুৱা সমস্যা দ্ৰুতগতিত বৃদ্ধি পাইছে সেই সময়তে
Read More...