Breaking

Browsing Category

স্থানীয় বাৰ্তা

হাৰিয়া নৈত ডুব যোৱা বৰক’লাৰ যুৱক চিংকু বৰদলৈ মৃতদেহ উদ্ধাৰ ৷

দৈনন্দিন বাৰ্তাৰ সেৱা ননৈ : নগাঁও জিলাৰ বৰক’লা আদৰ্শ লালুং গাৱঁৰ চিংকু বৰদলৈ নামৰ এজন যুৱক (৩৫) হাৰিয়া নৈত গা ধুবলৈ বুলি যাওঁতে নৈৰ বুকুত ডুব গৈছিল যোৱা শনিবাৰে ৷ কালি দিনৰে পৰা এছ ডি আৰ এফৰ লোকে যুৱক জনৰ সন্ধানত সমগ্ৰ অঞ্চলতে অভিযান
Read More...

মহাবিদ‍্যালয়ত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিত জটিলতা ; বেংক একাউণ্ট খুলিবলৈ গৈ সমস‍্যাত ছাত্ৰ-ছাত্ৰী।…

কলিয়াবৰ :  অসমৰ বিভিন্ন প্ৰান্তৰ মহাবিদ্যালয় সমূহত নতুন নামভৰ্তি চলি থকা সময়তে কলিয়াবৰ মহাবিদ্যালয়ৰো নতুন নামভৰ্তিৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। কিন্তু বহু ছাত্ৰ-ছাত্ৰী এতিয়া আহুকালৰ সন্মুখীন হৈছে এক বিশেষ কাৰণত। কিয়নো
Read More...

অসমৰ কৃষিভূমি শ্ৰেণী পৰিৱৰ্তনৰ নীতি বাতিলৰ দাবীত অসম জাতীয়তা যুৱ-ছাত্ৰ পৰিষদৰ স্মাৰক পত্ৰ প্ৰদান ।

কলিয়াবৰ : অসমৰ খিলঞ্জীয়ৰ অধিকাৰ আৰু জাতি-মাটি-ভেটি ৰক্ষাৰ শ্ল'গানেৰে অসমৰ ক্ষমতা দখল কৰা ভাজপা নেতৃত্বধীন চৰকাৰখনৰ এটাৰ পিছত এটাকৈ লোৱা হঠকাৰী সিদ্ধান্তই অসমৰ অস্তিত্ব বিপদাপন্ন কৰি আহিছে। সেই হঠকাৰী সিদ্ধান্তসমূহৰ শেহতীয়া সংযোজন হ'ল –
Read More...

গড়গাঁও মহাবিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিলে ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱক দীপজ্যোতি গোৱালাই ।

নাজিৰা : অসম চৰকাৰৰ ৰাজ্যিক মাদক দ্ৰব্য নিবাৰণী কোষ (State Tobacco Control Cell, Assam), ৰাষ্ট্ৰীয় সেৱা আঁচনি অসম, 'Assam Cancer Care Foundation, আৰু 'Tata Trust' ৰ সহযোগত আৰম্ভ হোৱা 'Anti Spitting Campaign' ৰ আধাৰত 'Public Spitting and
Read More...

নগাঁৱৰ বৃহত্তৰ মৰিকলং-বৰঘাটত ক’ৰোনা গণসংক্ৰমণৰ আশংকা। নগাঁৱত ক’ৰোনা আক্ৰান্ত যুৱকৰ মুকলি বিচৰণ ।

ননৈ : কৰোণা ভাইৰাছৰ গণ সংক্ৰমণৰ দিশে অগ্ৰসৰ হৈছে নগাঁও জিলা৷ কোনো ভ্ৰমণ বৃত্তান্ত নথকা কেইবাজনো লোক বৰ্তমান সময়ত নগাঁৱত আক্ৰান্ত হৈয়ে আছে ৷ নগাঁও আদালতৰ দণ্ডাধীশৰ পৰা আৰম্ভ কৰি আদালতৰ চৰকাৰী কৰ্মচাৰী, শ্ৰমিক, সাধাৰণ লোককে ধৰি কোনো ভ্ৰমণ
Read More...

ভুল চিকিৎসাৰ বাবে চকু হেৰুৱালে এগৰাকী কিশোৰীয়ে।

কৰিমগঞ্জ : মুন্নাভাই গদাধৰ ডাক্তৰৰ চিকিত্সাত চকু হেৰুৱালে এটি কণমানিয়ে। কণমানিটিৰ জীৱনত নামি আহিল অমিনিশা। আচলতে ভুৱা ফাৰ্মাচীৰে ভৰি উঠিছে সীমান্তবৰ্তী জিলা কৰিমগঞ্জ। আৰু সেই ফাৰ্মাচীত নাই কোনো ফাৰ্মাচীষ্ট, নাই কোনো বৈধ নথিপত্ৰ। এনে
Read More...

ৰাজ‍্যৰ ঔদ্যোগিক নীতিৰ অধ‍্যাদেশৰ বিৰোধিতা আলফাৰ চেয়াৰমেন অৰবিন্দ ৰাজখোৱাৰ : আত্মঘাটি সিদ্ধান্ত…

নাজিৰা : অসম চৰকাৰৰ মন্ত্ৰী পৰিষদে শেহতীয়াকৈ অনা ঔদ্যোগিক নীতিৰ অধ্যাদেশে অসমক ঔদ্যোগিকৰণৰ জৰিয়তে এখন আগশাৰীৰ ৰাজ্যত পৰিণত কৰি নিবনুৱা সমস্যাৰ আশু সমাধান কৰিব, সেই কথাৰ নিশ্চয়তা নাথাকিলেও এই কথাত তিলমানো সন্দেহ নাই যে এই অধ্যাদেশৰ জৰিয়তে
Read More...

জয়া তিনিআলি-ম’হখুটি পথৰ দুৰৱস্থা : সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদ, অসমৰ প্ৰতিক্ৰিয়া।

নাজিৰা : শিৱসাগৰ জিলাৰ বকতা মৌজাৰ অন্তৰ্গত জয়া তিনিআলি-ম'হখুটি পথৰ দুৰৱস্থাই ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থা কৰিছে। বকতাৰ ৪২ খন গাৱঁৰ যাতায়তৰ মূল পথটিৰ দুৰৱস্থাই ৰাইজক জীয়াতু ভোগাইছে। দৈনিক শ শ অ'এনজিচিৰ গধুৰ যান-বাহন চলাচলৰ ফলত পথটি অতি
Read More...

মৌলানা মুফতি খাইৰুল ইছলামৰ জানাজাত লক্ষাধিক লোকৰ সমগমক লৈ চিন্তিত জিলা প্ৰশাসন । গনসংক্ৰমণৰ আশংকাত…

নগাঁও : ইছলাম ধৰ্মৰ জনপ্ৰিয় ধৰ্মগুৰু, উত্তৰ পূৱ ভাৰতৰ আমীৰে শ্বৰীয়ত  মৌলানা মুফতি খাইৰুল ইছলামৰ  জানাজাত শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ যোৱা গুণমুগ্ধৰ জনসমাগমে চিন্তিত কৰি তুলিছে জিলা প্ৰশাসনৰ লগতে নগঁঞা ৰাইজক। সমগ্ৰ ভাৰতবৰ্ষৰে প্ৰখ্যাত ধৰ্মীয়
Read More...

ভুল চিকিৎসাৰ বলি হৈ মৃত্যুক আকোৱালি লোৱা প্ৰমীলা ছেত্ৰীৰ বাসগৃহত উপস্থিত দল-সংগঠনৰ বিষয়ববীয়া ।

ডিৰাক সীমান্ত : তিনিচুকীয়া জিলাৰ ডুমডুমাস্থিত ওঝা নাৰ্চিং হোমত যোৱা ২৯ জুন তাৰিখে এগৰাকী প্ৰসুতিয়ে চিকিৎসকৰ ভুলৰ বাবে দুৰ্ভাগ্যজনকভাৱে কৰুণ মৃত্যুক আকোৱালি লবলগীয়া হৈছিল । ওঝা নাৰ্চিং হোমত কৰ্মৰত চিকিৎসক ডা• প্ৰকাশ গুপ্তাৰ ভুল চিকিৎসাৰ
Read More...