Breaking

Browsing Category

স্থানীয় বাৰ্তা

শিৱসাগৰত ৰাজহ মন্ত্ৰী যোগেন মহনৰ প্রতিৰোধী বন্ধু সকলৰ সৈতে মত-বিনিময় । প্ৰতিৰোধী বন্ধুসকলৰ মাজত…

শিৱসাগৰ : অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে কালি শিৱসাগৰ জিলাত উপস্থিত হৈ উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত জিলাখনৰ ভালেসংখ্যক প্ৰতিৰোধী বন্ধুৰ লগত এখন সভাত মিলিত হয়। সভাৰ আৰম্ভণিতে জিলা উপায়ুক্ত
Read More...

সীমান্তৰ গেলেকীত নগা পাহাৰৰ ভূমিস্খলন। বাৰিষা দৈখনা নদীৰ বাঢ়নি পানীয়ে ধ্বংস কৰিছে দুশ বিঘাৰ অধিক…

নাজিৰা : চৰকাৰৰ ভূমি সংৰক্ষণ বিভাগৰ চুড়ান্ত দায়িত্বহীনতাৰ বাবেই নাজিৰা মহকুমাৰ অসম-নাগালেণ্ড সীমান্তবৰ্তী গেলেকীত নগাপাহাৰৰ ব্যাপক ভূমিস্খলনৰ বাবে নগা পাহাৰৰ পৰা বৈ অহা দৈখনা নদীৰ বাবে সীমান্ত অঞ্চলটোৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ প্ৰায় ২শ
Read More...

শিৱসাগৰ জিলা শিক্ষা বিষয়া আব্দুল জেলিলক অভিনন্দন নাজিৰা চিত্ৰ কলা কেন্দ্ৰৰ অধ্যক্ষ আলী হাইদৰৰ ।

নাজিৰা : সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত অসমৰ ভিতৰত শিৱসাগৰ জিলাই শীৰ্ষ স্থান আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাতো জিলাখনৰ সন্তোষজনক ফলাফলৰ বাবে শিৱসাগৰ জিলা সংমণ্ডলৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক তথা জিলা শিক্ষা বিষয়া আব্দুল
Read More...

পেট্ৰ’ল-ডিজেল আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৷ নদুৱাৰ ব্লক কংগ্ৰেছৰ প্ৰতিবাদ ৷

জামুগুৰিহাট : পেট্ৰল,ডিজেল আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক মুল্য বৃদ্ধিৰ প্ৰতিবাদত আজি নদুৱাৰ ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত জামুগুৰিহাটৰ চৈবাৰীৰ কেন্দ্ৰস্থলত অৱস্থান ধৰ্মঘট আৰু ধৰ্ণা কাৰ্যসূচী পালন কৰে৷সম্প্ৰতি চলি থকা কৰনাৰ আতংকৰ বাবে
Read More...

৭১ তম্ বন মহোৎসৱত উপলক্ষে “ৰুডছেটি” নগাঁৱৰ সৌজন্যত বৃক্ষৰোপণ কাৰ্যসূচী সম্পন্ন ৷

ননৈ : ৭১ তম বন মহোৎসৱ  উপলক্ষে “ৰুডছেটি” নগাঁৱৰ সৌজন্যত আৰু নগাঁও বন সংমণ্ডলৰ সহযোগত শেনছোৱাত অৱস্থিত ৰুডছেটি নগাঁৱৰ নামত আৱণ্টিত স্থানত বৃক্ষৰোপণ কাৰ্যসূচীটি আজি  চৰকাৰী নীতি নিৰ্দেশনা অনুযায়ী সফলতাৰে পালন কৰা হয় । বিশ্বজুৰি নভেল কৰোণা
Read More...

টীয়কত অসম চৰকাৰৰ কেবিনেটে গ্ৰহণ কৰা খিলঞ্জীয়া বিৰোধী সিদ্ধান্তৰ প্ৰতিলিপি দাহ কৰিলে আছুৱে ।

টীয়ক : অসম চৰকাৰৰ কেবিনেটে খিলঞ্জীয়া বিৰোধী সিদ্ধান্ত বিৰুদ্ধে জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থা। আছুৰ আহ্বানত আজি টীয়কৰ মিধাখাট তিনিআলিত টীয়ক আঞ্চলিক ছাত্ৰ সন্থাই চুতীয়া জাতি ছাত্ৰ সন্থা টীয়ক আঞ্চলিকৰ সহযোগত লক ডাউনৰ নীতি-নিয়মৰ
Read More...

মাজুলীবাসীলৈ উপায়ুক্তৰ গুৰুত্বপূৰ্ণ গোহাৰি।

উজনি-মাজুলী : মাজুলীত ক'ভিড-১৯ সংক্ৰমিতৰ আৰোগ্যৰ ১০০ শতাংশ হাৰৰ সফলতা লাভৰ পাছত নদীদ্বীপ জিলাখনক এতিয়া এই অতিমাৰীৰ সামাজিক সংক্ৰমণৰ আশংকাৰ পৰাও সম্পূৰ্ণ সুৰক্ষিত কৰি ৰখাৰ বাবে মাজুলীবাসী প্ৰতিগৰাকী লোকৰে পূৰ্ণ সহযোগিতা কামনা কৰিছে মাজুলীৰ
Read More...

লখিমপুৰৰ অসহায় বৃদ্ধ লোকক সহায়ৰ হাত মাজুলী জিলা প্ৰশাসনৰ ।

উজনি-মাজুলী : চুবুৰীয়া জিলা লখিমপুৰৰ পৰা আহি মাজুলীত উপস্থিত হোৱা এগৰাকী অসহায়, নিৰাশ্ৰয় বয়োবৃদ্ধ লোকক বুধবাৰে লখিমপুৰ জিলা প্ৰশাসন তথা লখিমপুৰ জিলা সমাজ কল্যাণ বিভাগৰ সৈতে যোগাযোগ এক নিৰাপদ আশ্ৰয় উপলব্ধ কৰালে মাজুলী জিলা প্ৰশাসনে। লখিমপুৰ
Read More...

টাংনী নদীয়ে সৃষ্টি কৰা বানপানীত সৰ্বহাৰা।

দলগাও : কভিড ১৯ৰ পৰা ৰক্ষা পাবলৈ ৰাজ্যজুৰি চলি থকা দীৰ্ঘদিনীয়া লক ডাউনৰ ফলত ৰাইজৰ মাজত যি হাহাকাৰ সৃষ্টি হোৱাৰ সমান্তৰাল ভাৱে এতিয়া বানপানীৰ কবল পৰি চকুলো টুকিছে ৰাইজে। ৰাজ্যৰ শেহতীয়াকৈ হোৱা ভয়াবহ বানপানীৰ কবলত পৰা লোকসকলক সঠিক সময়ত
Read More...

চৰকাৰৰ ভূমি নীতি সম্পৰ্কীয় অধিসূচনা প্ৰকাশৰ কেবিনেটৰ সিদ্ধান্ত বাতিলৰ দাবী : নাজিৰাৰ ৰাজপথত দাওঁ…

নাজিৰা : জাতি-মাটি-ভেটিৰ সুৰক্ষাৰ কথা কোৱা বিজেপি দল তথা শাসনাধীস্থ চৰকাৰে অসমীয়া জাতিক নিজৰ ঘৰতে মগনীয়া কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰি খিলঞ্জীয়া বিৰোধী ভূমি নীতি সম্পৰ্কীয় অধিসূচনা প্ৰকাশৰ কেবিনেটৰ সিদ্ধান্তৰ বিৰুদ্ধে অসমীয়া জাতি আৰু বিভিন্ন
Read More...