Breaking

Browsing Category

স্থানীয় বাৰ্তা

২৬ জুনত কাহিলীপাৰাৰ ভুমিস্খলনত মৃত্যু উষা বৰা : ৰাজ্যচৰকাৰৰ হৈ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই আগবঢ়ালে…

যোৱা ২৬ জুনত মহানগৰীৰ কাহিলীপাৰাৰ ভুমিস্খলনত নিহত হোৱা উষা বৰাৰ পৰিয়াললৈ ৰাজ্য চৰকাৰে আগবঢ়ালে ৪ লাখ টকাৰ আৰ্থিক সাহৰ্য্য ৷ আজি পূৱ গুৱাহাটী সমষ্টিৰ বিধায়ক তথা গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য উষা বৰাৰ কাহিলীপাৰাস্হিত
Read More...

সাতশ মিটাৰ পথ নিৰ্মাণতো চূড়ান্ত হেমাহি গড়কাপ্টানী আৰু অ’এনজিচিৰ : নাজিৰা নগৰৰ ঐতিহাসিক টকৌ…

নাজিৰা : ২ শিৱসাগৰ জিলাৰ ৰাজ্যিক গড়কাপ্টানী বিভাগৰ নাজিৰা সংমণ্ডল আৰু অ'এনজিচি অসম সম্পদৰ মুখ্য কাৰ্যালয়ৰ বৰমূৰীয়া সকলৰ চূড়ান্ত অকমন্যতা আৰু হেমাহিৰ বাবেই নাজিৰা নগৰৰ ঐতিহাসিক টকৌ আলি (হবিবুৰ ৰহমান পথ)টোৰ সম্প্ৰতি মীন পাম সদৃশ দ দ গাত
Read More...

অসমৰ এক লোক সংস্কৃতি আপুৰুগীয়া “পুতলা থিয়েটাৰক” জীয়াই ৰখাৰ প্ৰচেষ্টা ৰাজু বৰাৰ। সত্তৰ…

নগাঁও :  অসমৰ সংস্কৃতিৰ পথাৰত অনবদ্য এক লোক সংস্কৃতি হৈছে পুতলা থিয়েটাৰ। এসময়ত ৰাইজৰ অকুণ্ঠ সহাঁৰি লাভ কৰা ভ্ৰাম্যমান পুতলা থিয়েটাৰ এতিয়া অতীত হোৱাৰ পথত। সত্তৰ দশকতে মধ্য অসমৰ নগাঁৱৰ পশ্চিম প্ৰান্তত জনপ্ৰিয় হৈ পৰিছিল ভ্ৰাম্যমান পুতলা
Read More...

ক’ৰোণাৰ আতংকৰ মাজতেই বছৰটোৰ দ্বিতীয়টো বানত যমুনামুখৰ বৃস্তিৰ্ণ অঞ্চল প্লাৱিত: নিৰৱ জিলা…

ডবকা : ক'ৰণা ভাইৰাছৰ আতংকৰ মাজতেই বছৰটোৰ দ্বিতীয়টো বানে হোজাই জিলাৰ যমুনামুখৰ বৃস্তিৰ্ণ অঞ্চল প্লাৱিত কৰাৰ লগতে হেজাৰ হেজাৰ বিঘা কৃষি ভূমি নষ্ট কৰাত অঞ্চলবোৰৰ দৰিদ্ৰ কৃষক ৰাইজে মূৰে কপালে হাত দিছে ৷ আনকি যমুনামুখ- সৰুপথাৰ সংযোগী মূল
Read More...

পৰ্বতঝোৰাৰ বন্যাক্ৰান্ত অঞ্চল পৰিদৰ্শন মহকুমাধিপতিৰ । ৬০খন গাঁও জলমগ্ন, ৩ ঠাইত আশ্ৰয় শিবিৰ ।

পৰ্বতঝোৰা : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ শিলাই, টিপকাই, সৃষ্টি আৰু কালভাণ্ডাৰী নদীৰ জলপৃষ্ঠ নেৰানেপেৰা বৰষুণৰ ফলত ওফন্দি উঠাৰ বাবে বিভিন্ন অঞ্চল বানত বুৰ যায়৷ বিশেষকৈ ডুলিগাঁও, জলাবিলা, কুৰ্শাকাটী, খোৰাঘাট
Read More...

নাজিৰাৰ ঐতিহাসিক ৰাজগড়-বাঁহগড় সংযোগী পথ অৱৰোধ কৰিলে মহিলাই ।

নাজিৰা : নাজিৰা মহকুমাৰ অন্তৰ্গত ঐতিহাসিক ৰাজগড়-বাহগড় পথটো অতিকে জৰাজীৰ্ণ তথা প্ৰকাণ্ড দ দ গাঁতে যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগাইছে ৰাইজক । পথচাৰী সঘনাই দুৰ্ঘটনাস্থ হৈ চিকিৎসাধীন হোৱাই নহয়, বহুলোক চিৰ জীৱনৰ বাবে পংগু আৰু বহুলোকে অকালতে
Read More...

সত্যকাম হাজৰিকাক প্ৰত্যাহ্বান আমছাৰ : ৰাইজক বিভ্ৰান্ত নকৰিবলৈ মঙ্গলদৈত সংবাদমেল যোগে আহবান ।

মঙ্গলদৈ : কৰোণা মহামাৰী সম্পৰ্কত ডাঃ সত্যকাম হাজৰিকাই কৰা মন্তব্যক প্ৰত্যাহ্বান জনাইছে অসম চিকিৎসা সেৱা সন্থাই। কালি মঙ্গলদৈ ইউথ ক্লাবত অনুষ্ঠিত এক সংবাদ মেলত চিকিৎসা সেৱা সন্থা চমুকৈ আমছাৰ সভাপতি ডাঃ ননী গোপাল চহৰীয়াই অভিযোগ কৰি কয় যে এই
Read More...

মাজুলী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বান প্ৰভাৱিত এলেকাত দমকল আৰু অস্থায়ী টয়লেট স্থাপন ।

উজনি-মাজুলী : জনস্বাস্থ্য কাৰিকৰী বিভাগে সোমবাৰে ৰতনপুৰ মিৰি গাঁও পঞ্চায়তৰ জাবৰচুক, গেজেৰাৰ লগতে দক্ষিণ কমলাবাৰী গাঁও পঞ্চায়তৰ বানপ্ৰভাৱিত এলেকাত খোৱাপানীৰ দমকল বঢ়োৱা, বিকল দমকল পুনৰ মেৰামতি কৰাৰ লগতে বান-দুৰ্গত পৰিয়ালসমূহৰ মাজত খোৱাপানী
Read More...

ৰাইজৰ গাঠিৰ ধন ভাঙি মেৰামতি কৰিলে বাকচুৰ বিধ্বস্ত মথাউৰি।

নাজিৰা : অসম চৰকাৰৰ জনসম্পদ বিভাগৰ অকমন্যতা আৰু গুৰুত্ব হীনতাৰ বাবেই শিৱসাগৰ জিলাৰ বৃহত্তৰ বাকচুবাসী জনগণে বছৰ বছৰ ধৰি বিধ্বস্ত দিচাং নদীৰ মথাউৰিয়ে দি যাতায়ত কৰাত যমৰ-যাতনা ভুগিবলগা হৈছে। ৰাইজে চৰকাৰী কৰ্তৃপক্ষক বাৰম্বাৰ আবেদন-নিবেদন কৰিও
Read More...

ভাৰত স্বাধীনতাৰ ৭০ টা বছৰেও উন্নয়নৰ আঁচনিৰে ঢুকি নোপোৱা এটি জৰাজীৰ্ণ পথে জ্বলা-কলা খুৱাইছে লাটুম…

নাজিৰা : দেশৰ স্বাধীনতাৰ ৭০ টা বছৰেও চৰকাৰৰ উন্নয়নৰ আঁচনিয়ে ঢুকি নোপোৱা অতিকে জৰাজীৰ্ণ বোকাৰে পৰিপূৰ্ণ পথ মেৰামতিত ব্যস্ত হৈ পৰিল আৱাল বৃদ্ধ-বনিতা। যোৱাকালি এই জৰাজীৰ্ণ পথটোত গছৰ ডাল ৰুই প্ৰতিবাদ সাব্যস্তও কৰিলে অঞ্চলটোৰ ৰাইজ তথা  
Read More...