Breaking

Browsing Category

স্থানীয় বাৰ্তা

ৰাইজৰ গাঠিৰ ধন ভাঙি মেৰামতি কৰিলে বাকচুৰ বিধ্বস্ত মথাউৰি।

নাজিৰা : অসম চৰকাৰৰ জনসম্পদ বিভাগৰ অকমন্যতা আৰু গুৰুত্ব হীনতাৰ বাবেই শিৱসাগৰ জিলাৰ বৃহত্তৰ বাকচুবাসী জনগণে বছৰ বছৰ ধৰি বিধ্বস্ত দিচাং নদীৰ মথাউৰিয়ে দি যাতায়ত কৰাত যমৰ-যাতনা ভুগিবলগা হৈছে। ৰাইজে চৰকাৰী কৰ্তৃপক্ষক বাৰম্বাৰ আবেদন-নিবেদন কৰিও
Read More...

ভাৰত স্বাধীনতাৰ ৭০ টা বছৰেও উন্নয়নৰ আঁচনিৰে ঢুকি নোপোৱা এটি জৰাজীৰ্ণ পথে জ্বলা-কলা খুৱাইছে লাটুম…

নাজিৰা : দেশৰ স্বাধীনতাৰ ৭০ টা বছৰেও চৰকাৰৰ উন্নয়নৰ আঁচনিয়ে ঢুকি নোপোৱা অতিকে জৰাজীৰ্ণ বোকাৰে পৰিপূৰ্ণ পথ মেৰামতিত ব্যস্ত হৈ পৰিল আৱাল বৃদ্ধ-বনিতা। যোৱাকালি এই জৰাজীৰ্ণ পথটোত গছৰ ডাল ৰুই প্ৰতিবাদ সাব্যস্তও কৰিলে অঞ্চলটোৰ ৰাইজ তথা  
Read More...

টীয়কত বিধায়ক ৰূপজ্যোতি কুৰ্মী বিৰুদ্ধে এজাহাৰ “অসম প্ৰেমী যুৱ ছাত্ৰ সমাজৰ” : ধৰ্ষিতা…

টীয়ক : আমগুৰি হালোৱাটিং অঞ্চলৰ এগৰাকী যুৱতী ধৰ্ষণৰ বলি হৈ গৰ্ভধৰাণ কৰিছিল আৰু আমগুৰিৰ এজন চিকিৎসকে অবৈধভাৱে গৰ্ভপাত কৰাৰ বিৰুদ্ধে যথেষ্ট সৰৱ হৈ পৰা দেখা গৈছিল বিধায়ক কুৰ্মীক৷ তেঁও নিজে হালোৱাটিং আৰক্ষী থানাত ঘটনাৰ সন্দৰ্ভত এজাহাৰ দাখিল
Read More...

চিপিআইৰ প্ৰতিবাদত উত্তাল নাজিৰা : কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক চোকা সমালোচনা ।

নাজিৰা : "কা" বিৰোধী সমন্বয় সমিতিৰ অংশীদ্বায়িত্ব দল হিচাপে চি পি আইয়ে আজি নাজিৰাত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ প্ৰতিবাদকাৰী সকলে পে’ট্ৰল ডিজেলৰ বৰ্দ্ধিত মূল্য হ্ৰাস কৰা, আৰক্ষী সেনাৰ হাতত মুক্ত হত্যা নিৰ্যাতন দমনৰ অধিকাৰ প্ৰদান কৰা
Read More...

খাৰঘুলিৰ নিৰ্মীয়মান জাইকা প্ৰজেক্টৰ কামৰ বুজ ল’লে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য : বছৰৰ শেষৰ…

গুৱাহাটী : গুৱাহাটী মহানগৰীৰ খাৰঘুলিত জাইকা নামৰ ব্যক্তিগত প্ৰতিষ্ঠানটো নিৰ্মাণ কৰি থকা পানী প্ৰকল্প আঁচনিৰ আজি গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ পৰিদৰ্শন কৰে৷ মন্ত্ৰী গৰাকীয়ে জাইকাৰ প্ৰজেক্টত উপস্থিত হৈ গুৱাহাটী পানী যোগান আছনিৰ ১৯১ এম এল
Read More...

দলং, পকী নলা আৰু পথ নিৰ্মাণৰ দাবীত ফিল’বাৰীত চাহ জনগোষ্ঠীৰ ছাত্ৰ সংগঠনৰ পথ অৱৰোধ ।

ডিৰাক সীমান্ত : অসমৰ বিভিন্ন ঠাইৰ লগতে তিনিচুকীয়া জিলাত বিগত কিছুদিন ধৰি হোৱা মুষলধাৰ বৰষুণৰ ফলত ডুমডুমা আৰু মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত কেইবাখনো দলং বাঢ়নী পানীয়ে উটুৱাই নিয়ে৷ এই দলং সমূহৰ লগতে অঞ্চলটোৰ পথ আৰু পকী নলা পুণৰ নিৰ্মাণৰ দাবীত
Read More...

নগাঁও আৰু কাছাৰ পেপাৰ মিল দুটাৰ ঋণ পৰিশোধ আৰু কৰ্মচাৰী সকলৰ বকেয়া-দৰমহা পৰিশোধ কৰি পুনৰ্জীৱিত…

নাজিৰা : দীৰ্ঘদিন বন্ধ হৈ থকা নগাঁও কাগজ কল আৰু কাছাৰৰ কাগজ কল দুটা পুনৰোজ্জীৱিত কৰি অসম তথা ভাৰতৰ আৰ্থ-সামাজিক উত্তৰণৰ লগতে নিয়োগৰ ব্যৱস্থা কৰি বি জে পি নেৰ্তৃত্বাধীন চৰকাৰৰ নিৰ্বাচনৰোত্তৰৰ প্ৰতিশ্ৰুতি পালন কৰিবৰ বাবে অসম বিধান সভাৰ
Read More...

সোণতলীত বৰ্নাত্যৰ হাহাকাৰ, জনপ্ৰতিনিধিৰ সাহায্য বিতৰণ ।

সোণতলী : দক্ষিণ কামৰূপৰ বকো সমষ্টিৰ সোণতলীত কালি স্থানীয় জনপ্ৰতিনিধি, চিকিৎসকৰ দল এটাই বানপীড়িত অঞ্চল পৰিদৰ্শন কৰি সাহায্য বিতৰণ কৰে৷ জানিব পৰামতে বকোৰ সোণতলীৰ প্ৰায় ত্ৰিশখনকৈ গাঁও সম্পূৰ্ণ বানপানীৰ কবলত পৰিছে৷ ব্ৰহ্মপুত্ৰৰ জলপৃষ্ট দিনত
Read More...

হোজাইত পিতৃহাৰা পাচ সন্তানক ৫০ হেজাৰ টকাৰ সাহাৰ্য মৰ্কজুল মা’আৰিফৰ ৷

হোজাই : হোজাই জিলাৰ যমুনামুখ সমষ্টিৰ অন্তৰ্গত পুৱ জাৰুনী (গনিপুৰ)গাৱৰ এজন ব্যক্তি যোৱা শুক্ৰবাৰে ৰাতি আকস্মিক মৃত্যু হয় ৷ গাঁওখনৰ বাজিদুৰ ৰহমান লস্কৰ নামৰ প্ৰায় ৫২ বছৰ বয়সীয়া চাইকেল মেৰামতি কৰা লোকজনে হটাৎ মৃত্যুক আকোৱালি লয় ৷ তেওঁৰ
Read More...

বিটিচিত কোচ ৰাজবংশীৰ লোকক প্ৰাৰ্থীত্ব দিয়া দলক সমৰ্থন জনাব আক্ৰাছুৱে ।

মঙলদৈ : বিটিচি নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সদৌ কোচ ৰাজবংশী ছাত্র সন্থা চমুকৈ আক্ৰাছুৰ তৎপৰতা বৃদ্ধি পাইছে। আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিয়ে আজি মঙলদৈ চিলাৰায় ভৱনত এখন সংবাদমেল অনুষ্ঠিত কৰি বিটিচি নিৰ্বাচনত যি দলে কোচ ৰাজবংশী
Read More...