Breaking

Browsing Category

স্থানীয় বাৰ্তা

আইন সেৱা প্ৰাধিকাৰী নগাঁৱৰ উদ্যোগত অনুষ্ঠিত আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ আৰু অবৈধ সৰবৰাহ…

ননৈ : সাম্প্ৰতিক সময়ত যুৱ সমাজৰ অধিকাংশই ড্ৰাগছৰ লগতে আন আন মাদক দ্ৰব্য সমূহৰ কবলত পৰি উচ্ছৃঙ্খল জীৱন-যাপন কৰি অহাৰ লগতে বহু অভিভাৱকেও ইয়াৰ পৰিণাম ভোগ কৰিবলগীয়া হৈছে। সেইবাবেই নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীয়ে "নিষিদ্ধ ড্ৰাগচ" ৰ
Read More...

হোজাইত উদ্যেগ জনক হাৰত বৃদ্ধি পাবলৈ ধৰিছে কভিড-১৯ পজিটিভৰ সংখ্যা ৷

হোজাই : হোজাই জিলাত উদ্যেগজনক হাৰত বৃদ্ধি পাবলৈ ধৰিছে কভিড-১৯ পজিটিভৰ সংখ্যা ৷ কালি নিশাৰ ফলাফল অনুসৰি হোজাই জিলাত নতুনকৈ 50 জনৰ শৰীৰত ধৰা পৰিছে কভিড-১৯ পজিটিভ ৷ ইয়াৰে ভিতৰত ডবকাত আছে তিনিজন ৷ ডবকাৰ চাৰিলেনযুক্ত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ
Read More...

গণ সংক্ৰমণৰ দিশে নেকি দৰং । ৰেৱতী কলিতা আৰু আব্দুল বাছিৰক লৈ ভয়াৱহ গণ সংক্ৰমণৰ আশাংকা ; বজাৰ সমাৰ…

মঙলদৈ : দৰং জিলাত কভিড-১৯ পজিটিভৰ ভয়াবহ গণ সংক্ৰমণ হোৱা পৰিলক্ষিত হৈছে। জিলা স্বাস্থ্য বিভাগে যোৱাকালি জিলাখনত নতুনকৈ ২৪ জন লোক কভিড ১৯ আক্ৰান্ত হোৱা বুলি এক প্ৰেছ বিবৃতিত জনোৱাৰ পিছতে জিলাখনত কভিড আক্ৰান্তৰ সংখ্যা ১৯৩ জনলৈ বৃদ্ধি পাইছে।
Read More...

লাকুৱাত মৌলবীয়ে মহিলাক চলালে যৌন নিৰ্যাতন : আৰক্ষী চকী ঘেৰাও, অৰ্ধ- সামৰিক বাহিনী মোতায়ন : অভিযুক্তক…

নাজিৰা : এটা মছজিদৰ মৌলবীৰ অপকৰ্মক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে উজনি অসমৰ তৈলনগৰী লাকুৱা। সভ্য সমাজক লজ্জিত কৰি মুছলমান সমাজৰ উপাসনাস্থলী মছজিদতে এজন মৌলবীয়ে এগৰাকী হিন্দু মহিলাক চিকিৎসা বিধান দিয়াৰ নামত শালীনতা হানি কৰাক লৈ সমগ্ৰ লাকুৱাতে
Read More...

ক’ৰোনা মহামাৰীৰ যুদ্ধত পুৱ গুৱাহাটী সমষ্টিৰ বাসিন্দাৰ সহযোগিতা । মুখ্যমন্ত্ৰী সাহৰ্য্য পুজিলৈ…

দৈনন্দিন বাৰ্তা ডেস্ক: বিশ্বসন্ত্ৰাস সৃষ্টি কাৰি কৰোনা ভাইৰাছে দেশৰ লগতে অসমতো এক আতংকৰ পৰিবেশ সৃষ্টি কৰিছে৷ ইয়াৰ বাবেই ৰাজ্য চৰকাৰ তথা স্বাস্থ্য বিভাগে দিন-ৰাতি একাকাৰ কৰি প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত যঠেষ্ট অগ্ৰনী ভুমিকা গ্ৰহণ কৰিছে ৷
Read More...

বানপীড়িতৰ কাষে কাষে বিধায়ক গুৰুজ্যোতি : মোৱামাৰীত বানপীড়িতক বিতৰণ কৰিলে মাস্ক ।

মঙলদৈ : সদায় আৰ্তজনৰ কাষত ছাঁটোৰ দৰে লাগি থকা এগৰাকী জনপ্ৰতিনিধি ৷ সমষ্টিৰ কোনো লোক যি সমস্যাতে নপৰক কিয় সদায় আগত গৈ উপস্থিত হয় সেই যুৱ জনপ্ৰতিনিধি৷ হয় সেই গৰাকী জনপ্ৰতিনিধিয়ে হৈছে মঙলদৈ বিধানসভা সমষ্টিৰ যুৱ বিধায়ক গুৰুজ্যোতি দাস ৷
Read More...

চি পি আই নেতা শিৱ প্ৰসাদ বৰগোঁহাইৰ স্মৃতিচাৰণ সভা সম্পন্ন ।

নাজিৰা : আজি ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ নিষ্ঠাবান প্ৰবীন কৰ্মী কমৰেড শিৱপ্ৰসাদ বৰগোহাঁই দেৱৰ আদ্যশ্ৰাদ্ধৰ দিনটোত তেখেতক সোঁৱৰি এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয়৷ স্মৃতি চাৰণ সভাত সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত কৰ্মচাৰী তথা সমাজকৰ্মী গংগাপ্ৰসাদ
Read More...

নলবাৰীত মৌ-মাখিৰ বাহ বিতৰণ ।

নলবাৰী : প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ সকলো কৃষক সকলৰ আয় দুগুণ বৃদ্ধি কৰাৰ বাবে বিভিন্ন ধৰণৰ পৰিকল্পনা হাতত লোৱা দেখা গৈছে। সেইমৰ্মে প্ৰধান মন্ত্ৰী গৰাকীৰ এই পৰিকল্পনাক দিঠক ৰূপ দিয়াৰ উদ্দেশ্যে বিবেকানন্দ পাৰ্বতীয়া কৃষি অনুসন্ধান
Read More...

ডবকা যমুনানৈত অচিনাক্ত মৃতদেহ উদ্ধাৰ, পৰিচয় বিচাৰি হাহাকাৰ আৰক্ষীৰ ।

ডবকা : হোজাই জিলাৰ ডবকাৰ যমুনানৈত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। শনিবাৰে সন্ধিয়াৰ ভাগত যমুনানৈত পানীত উপঙি থকা অৱস্থাত এই মৃতদেহটো আৰক্ষীয়ে উদ্ধাৰ কৰে। হোজাইৰ নাম ডবকা  গাঁৱৰ নৈৰ পৰা উদ্ধাৰ হয় এই মৃতদেহটো। প্ৰায়
Read More...

গহপুৰ সেৱা ভাৰতী পুৰ্বাঞ্চলৰ উদ্যোগত ৰক্তদান কাৰ্যসূচী, উপস্থিত বিধায়ক উৎপল বৰা ।

দৈনন্দিন বাৰ্তা ডেস্ক : ৰক্তদান জীৱন দান ৷ এই মহান উদ্দেশ্যক সাক্ষী কৰি দেওবাৰে গহপুৰ শংকৰদেৱ শিশু নিকেতনত অনুস্থিত কৰা হয় ৰক্ত দান শিবিৰ। বিজেপি যুৱ মচাৰ ৩৪ জন কৰ্মীয়ে ৰক্ত দান কৰে। গহপুৰ সেৱা ভাৰতী পুৰ্বাঞ্চলৰ উদ্যোগত অনুষ্ঠিত হোৱা
Read More...