Breaking

Browsing Category

স্থানীয় বাৰ্তা

দুদিন জখলাবন্ধা চিকিৎসালয় বন্ধ : জখলাবন্ধা চিকিৎসালয়ত চিকিৎসক, চিকিৎসা কৰ্মীৰ স্বাৱ পৰীক্ষা,…

কলিয়াবৰ : কভিড-১৯ সংক্ৰমিত ধুতিৰাম মুণ্ডাৰ সংক্ৰমণক লৈ স্বাস্থ‍্য বিভাগৰ বৰমূৰীয়াৰ আলোচনা জখলাবন্ধা চিকিৎসালয়ত। কভিড - ১৯ সংক্ৰমণৰ প্ৰতিৰোধকল্পে জখলাবন্ধা চিকিৎসালয় দুদিনৰ বাবে বন্ধৰ নিৰ্দেশ উৰ্দ্ধতন কৰ্তৃপক্ষৰ। এশ শতাংশ পৰিস্কৰণৰ
Read More...

বাঘজান কাণ্ডৰ সন্দৰ্ভত আয়োজন কৰা গণ শুনানীত অশগ্ৰহণ দল-সংগঠনৰ প্ৰতিনিধিৰ ।

তিনিচুকীয়া : বিগত ২৭ মে'ত বাঘজানৰ BGR ৫ নং তৈলখাদত সংঘটিত বিস্ফোৰণত ফলত অস্বাভাৱিক তেল আৰু গেছ নিৰ্গমন আৰু পৰৱৰ্তী সময়ত অগ্নিকাণ্ডৰ ফলত হোৱা বন্যপ্ৰানী, জৈৱবৈচিত্ৰ, বায়ু, পানীৰ গুনগত মানদণ্ড তথা বন আৰু পৰিৱেশৰ ওপৰত হোৱা অন্যান্য
Read More...

মুখ্যমন্ত্ৰীৰ সমষ্টিত জলপৰিবহনৰ পয়া লগা অৱস্থা, বাৰিষা নচলিলে চলিব কেতিয়া ৰ’ৰ’ জাহাজ,…

উজনি মাজুলী : মাজুলী আৰু যোৰহাট সংযোগী জল পৰিবহণ ব্যৱস্থাক উন্নীত কৰাৰ উদ্দেশ্যে অসম চৰকাৰে ২০১৮ চনৰ ১১ অক্টোবৰৰ পৰা প্রৱর্তন কৰিছিল অত্যাধুনিক ৰ’ ৰ’ জাহাজ। নিমাতি-মাজুলী ফেৰী সেৱালৈ অহা যুগান্তকাৰী পৰিবৰ্তনৰ দিনটোত উপস্থিত থাকি ফিটা কাটি
Read More...

খাৰুপেটীয়াত বৰষুণৰ পানীত খহি পৰিল পকী দলং। নিম্নমানৰ সামগ্রী ব্যৱহাৰ কৰাৰ অভিযোগ, তদন্তৰ দাবী ৰাইজৰ…

দলগাঁও : নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণ নহওঁতেই সাধাৰণ বৰষুণৰ পানীত খহি পৰিল ২৫ লাখ টকীয়া দলঙ। অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি কাম কৰাৰ বাবেই বৰষুণৰ পানীত খহি পৰাৰ অভিযোগ ৰাইজৰ। দৰঙৰ খাৰুপেটীয়া-ভকতপাৰা সংযোগী পথৰ বাহাবাৰী গাঁৱত নিৰ্মাণ হৈ থকা
Read More...

নলবাৰীৰ ৪৬ নং পূৱ নম্বৰ ভাগ গাঁও পঞ্চায়তত চলিছে ব্যাপক কেলেংকাৰী আৰু অৰাজকতা। পঞ্চায়তৰ সদস্যক হাজাৰে…

নলবাৰী : ৰাজ্যৰ বিভিন্ন পঞ্চায়তত সংঘটিত হৈ আহিছে দুৰ্নীতি। একাংশ পঞ্চায়ত প্ৰতিনিধিয়ে এতিয়া বিভিন্ন চৰকাৰী আঁচনিৰ নামত ব্যাপক কেলেংকাৰী আৰু দুৰ্নীতি সংঘটিত কৰি দুখীয়া ৰাইজক মাধমাৰ সোধোৱাত পৰিলক্ষিত হৈছে। প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰিব নাপায়
Read More...

লকডাউনত খাদ্য সামগ্ৰীৰ অস্বাভাৱিক মূল্য বৃদ্ধিৰ ওপৰত চৰকাৰে নাকি লগাওক : দেৱব্ৰত শইকীয়া ।

নাজিৰা : "মুখ্যমন্ত্ৰী মহোদয়ে খাদ্য আৰু যোগান বিভাগৰ মন্ত্ৰী আৰু বিষয়া কৰ্মচাৰী সকলৰ লগত লকডাউনৰ সময়ত যাতে খাদ্য সামগ্ৰীৰ অভাৱ নহয় তাৰেই সন্দৰ্ভত এখন বৈঠকত মিলিত হোৱা বুলি খবৰ পাইছিলো। কিন্তু আমি যোৱা ৩ মহীয়া লকডাউনৰ সময়ত সকলোৱে
Read More...

চাহ বাগিচাৰ উপ-কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ দাবীত সৰৱ চাহ মজদুৰ সংঘ : ৩০ জুনৰ পৰা আন্দোলনৰ কাৰ্যসূচী…

নাজিৰা : অসমৰ চাহ বাগিচা সমূহত কৰ্মৰত উপ-কৰ্মচাৰীসকলৰ মাহেকীয়া দৰমহা বৃদ্ধিৰ দাবীত সৰৱ হৈ পৰিছে অসম চাহ মজদুৰ সংঘ। উপ-কৰ্মচাৰী সকলৰ দৰমহা বৃদ্ধিৰ বাবে দীৰ্ঘদিন ধৰি দাবী জনাই অহাৰ পিছতো কৰ্তৃপক্ষই বৰ্তমানেও কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ
Read More...

অসম আন্দোলনৰ আগশাৰী নেতা-কৃৰ্তি শিক্ষক অজিত কুমাৰ গগৈৰ দেহাৱসান । নাজিৰাত শোকৰ ছাঁ ।

নাজিৰা : নাজিৰা মহকুমাৰ ৰেৱতী কপহুৱা গাঁৱৰ নিবাসী ছয়বছৰীয়া অসম আন্দোলনৰ আগশাৰী নেতা কূৰ্তি শিক্ষক তথা প্ৰাক্তন প্ৰধান শিক্ষক লক্ষীকান্ত গগৈৰ সুযোগ্য সন্তান অজিত কুমাৰ গগৈ (৫৯)ৰ কালি বিয়লি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন
Read More...

মঙলদৈৰ শাকতোলা মথাউৰি চিঙি ৭ খন গাঁৱত বানৰ তাণ্ডৱ। বিধায়ক সহ ৩ বিভাগৰ তৎপৰতা, ২-৫ কোটিৰে হব পুণৰ…

মঙলদৈ : পশ্চিম মঙলদৈৰ ডাঁহী মৌজাৰ ৭ খনকৈ গাওঁ প্লাৱিত কৰিছে শেহতীয়া বানে। শুক্ৰবাৰে নিশা শাকতোলা নদীৰ কেওঁটপাৰা-কবিকাৰাৰ মাজৰ অংশ চিঙি পেলাই বাঢ়নী পানীয়ে৷ প্ৰায় ৪০ ফুট বহলকৈ চিঙি যোৱা অংশৰে পানী সোমায় বৃহত্তৰ অঞ্চলটোৰ গাওঁ সমূহলৈ।
Read More...

দৰঙত এগৰাকী মহিলাক দীৰ্ঘদিন ধৰি ব্লেকমেইলিং কৰা যুৱকৰ আত্মহননৰ অপচেষ্টা ৷

দৰং : দৰঙত এগৰাকী মহিলাক ব্লেকমেইলিং কৰা যুৱকৰ আত্মহননৰ অপচেষ্টা ৷ ছিপাঝাৰ থানাৰ অন্তৰ্গত গনেশ কুৱৰীৰ ২নং মাজৰচুবা গাঁওৰ ইমৰাণ হুছেইন নামৰ যুৱকজনে ওচৰৰে এগৰাকী মহিলাক দীৰ্ঘদিনৰ পৰা অশ্লীল ফটো ভাইৰেল কৰাৰ ব্লেকমেইলিং কৰাত মহিলা গৰাকীয়ে
Read More...