Breaking

Browsing Category

স্থানীয় বাৰ্তা

চাপৰি অঞ্চল আৰু নদীপৰীয়া এলেকাৰ বান পৰিস্থিতিৰ পৰ্যবেক্ষণ উপায়ুক্ত বিক্ৰম কৈৰীৰ।

উজনি-মাজুলী : মাজুলী জিলাৰ নামনি অংশত মঠাউৰিৰ বাহিৰ ফালে অৱস্থিত এলেকাসমূহত ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰি নদীৰ বাঢ়নি পানীয়ে সৃষ্টি কৰা বান পৰিস্থিতি আজি পৰ্যবেক্ষণ কৰে মাজুলীৰ উপায়ুক্ত  বিক্ৰম কৈৰীয়ে। মাজুলী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী
Read More...

দৰঙৰ শাকতোলা নৈৰ বাঢ়নী পানীয়ে ছিগিলে মথাউৰি।

ছিপাঝাৰ : পুনৰ ৰুষ্ট হৈ পৰিছে দৰঙৰ শাকতোলা নৈ। প্ৰতি বছৰৰ দৰে এইবাৰো ছিঙিলে বাঢ়নী পানীয়ে শাকতোলা নৈৰ মথাউৰি। মূষলধাৰ বৰষুণৰ ফলত নদী খনৰ পশ্চিম দিশৰ মথাউৰি ছিঙি ক্ষতিগ্ৰস্ত হয় মঙলদৈৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কবিকাৰা গাঁৱ, ডাহি, জনৰামচৌকাৰ লগতে
Read More...

ধূলাত অসম গ্ৰামীণ বিকাশ বেংকত ডকাইতি । নগদ ধন নিয়াত ব্যৰ্থ ডকাইতৰ দল ।

দলগাও : দৰঙৰ ধূলাস্হিত অসম গ্ৰামীণ বিকাশ বেংক শাখাত সংঘটিত হয় এক ডকাইতি কান্ড । ঘটনা সম্পৰ্কে জানিব পৰা মতে ডকাইতৰ দলে শুক্ৰবাৰে নিশা ধাৰাসাৰ বৰষুণৰ মাজতেই ধূলাৰ অসম গ্ৰামীণ বিকাশ বেংকৰ দুৱাৰৰ তলা ভাঙি ভিতৰত প্ৰবেশ কৰি দুটাকৈ আলমাৰী আৰু
Read More...

ক’ৰোনা মুক্ত হওক পৃথিৱী কামনাৰে “ক’ৰোনা পূজা”।

দৈনন্দিন বাৰ্তা ডেস্ক : সাম্প্রতিক বিশ্বত্রাস কৰা নামটো হ’ল ন’ভেল ক’ৰোনা ভাইৰাছ ৷ এই বীজাণুৰ বিৰুদ্ধে যুঁজ অব্যাহত আছে৷ বিশ্বৰ বিভিন্ন ঠাইত গৱেষণাগাৰত বীজাণুৰ বিৰুদ্ধে অস্ত্ৰ- ঔষধ, প্ৰতিষেধক, সংক্ৰমণ ৰোধৰ বাবে বিভিন্ন  বাধা আৰোপ চলি
Read More...

উজনি মাজুলীত পানীত পৰি এজনৰ মৃত্যু ।

উজনি-মাজুলী : উজনি মাজুলী ফুলনি আৰক্ষী চকীৰ অন্তৰ্গত কোটাই নাহৰণিৰ নিৱাসী দুলাল বৰাৰ পুত্ৰ   নিত্যানন্দ বৰা ( ৪৮)  নামৰ লোকজন পানীত পৰি অকাল মৃত্যুক সাৱতি  লয় ৷ ঘটনা অনুসৰি কালি  সন্ধ্যা ঘৰৰ পৰা কিবা কাম থকা বুলি ওলাই যোৱা লোকজন বহু
Read More...

অশীতিপৰ মহিলা তৰুলতা দেৱীৰ ‘এৰি অহা সময়’ উন্মোচন।

দিপীলা :  দৰঙৰ দিপীলাৰ আলিখাপাৰা গাঁৱৰ ধৰ্মপ্ৰাণা আৰু অশীতিপৰ মহিলা, সফল মাতৃ তৰুলতা দেৱীয়ে নিজৰ জীৱনৰ কিছু কথা সামৰি ৰচনা কৰা ' এৰি অহা সময়' নামৰ গ্ৰন্থখনি আজি লেখিকাৰ নিজাঘৰত অনুষ্টুপীয়াকৈ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। লেখিকাৰ পুত্ৰ
Read More...

মাজুলীৰ কৃতিমানক সম্বৰ্ধনা বিদ্যাৰ্থী পৰিষদৰ ।

উজনি-মাজুলী : যোৱা ২৫ জুনত ঘোষনা কৰা উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ মাজুলীৰ লগতে স্থানীয় অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা ছাত্র ছাত্ৰীসকলক  ঘৰে ঘৰে গৈ ৰাষ্ট্ৰবাদী ছাত্র সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে সামাজিক
Read More...

কলিয়াবৰত লুইতৰ বানৰ সংহাৰ : বানৰ কৱলত কলিয়াবৰৰ বৰঘূলীৰ বিস্তীৰ্ণ অঞ্চল।

কলিয়াবৰ : এতিয়া ৰাজ‍্যত বছৰৰ দ্বিতীয়টো বানৰ সংহাৰ। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈৰ বাঢ়নী পানীয়ে ৰাজ‍্যৰ প্ৰায় কেইখন জিলাতে তাণ্ডৱ অব‍্যাহত ৰাখিছে। নেৰা-নেপেৰা বৰষুণৰ ফলত পৰিস্থিতি অধিক অৱনতি ঘটিছে বহুকেইখন জিলাত। নগাঁও জিলাৰ কলিয়াবৰতো
Read More...

জামুগুৰিহাটত অৱসৰপ্ৰাপ্ত কৃতি শিক্ষকৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে ।

জামুগুৰিহাট : জামুগুৰিহাটৰ অন্তৰ্গত মুঢ়াদল গাঁও নিবাসী তথা উত্তৰ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক প্ৰফুল্ল হাজৰিকাৰ আজি পুৱা পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত হাজৰিকাৰ বয়স আছিল ৭২ বছৰ। কোনো ধৰণৰ বিশেষ শাৰীৰিক
Read More...

মাজুলী জিলা কংগ্ৰেছৰ “শ্বহীদ সন্মান দিৱস” কাৰ্যসূচী পালন ।

উজনি-মাজুলী : সৰ্বভাৰতীয় কংগ্ৰেছ সমিতিৰ নিৰ্দেশ অনুসৰি দেশৰ প্ৰতিখন ৰাজ্য, জিলা, আৰু ব্লক সমিতি সমূহে চীনা সৈন্যৰ হাতত শ্বহীদ হোৱা দেশৰ বীৰ জোৱান সকলক সন্মান জনোৱাৰ উদেশ্যে গড়মূৰত কালি "শ্বহীদ সন্মান দিৱস" শীৰ্ষক কাৰ্যসূচী পালন কৰে। উক্ত
Read More...