Breaking

Browsing Category

স্থানীয় বাৰ্তা

জামুগুৰিহাটত অৱসৰপ্ৰাপ্ত কৃতি শিক্ষকৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে ।

জামুগুৰিহাট : জামুগুৰিহাটৰ অন্তৰ্গত মুঢ়াদল গাঁও নিবাসী তথা উত্তৰ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক প্ৰফুল্ল হাজৰিকাৰ আজি পুৱা পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত হাজৰিকাৰ বয়স আছিল ৭২ বছৰ। কোনো ধৰণৰ বিশেষ শাৰীৰিক
Read More...

মাজুলী জিলা কংগ্ৰেছৰ “শ্বহীদ সন্মান দিৱস” কাৰ্যসূচী পালন ।

উজনি-মাজুলী : সৰ্বভাৰতীয় কংগ্ৰেছ সমিতিৰ নিৰ্দেশ অনুসৰি দেশৰ প্ৰতিখন ৰাজ্য, জিলা, আৰু ব্লক সমিতি সমূহে চীনা সৈন্যৰ হাতত শ্বহীদ হোৱা দেশৰ বীৰ জোৱান সকলক সন্মান জনোৱাৰ উদেশ্যে গড়মূৰত কালি "শ্বহীদ সন্মান দিৱস" শীৰ্ষক কাৰ্যসূচী পালন কৰে। উক্ত
Read More...

আৰক্ষী অধীক্ষকৰ সৈতে উপায়ুক্ত বিক্ৰম কৈৰীৰ মঠাউৰি পৰিদৰ্শন । শেহতীয়া অৱস্থাৰ চৰজমীন পৰীক্ষণ ।

উজনি-মাজুলী :  মাজুলীৰ উপায়ুক্ত বিক্ৰম কৈৰীয়ে কালি ব্ৰহ্মপুত্ৰৰ হালধিবাৰী-বেচামৰা-দক্ষিণপাট মঠাউৰি পৰিদৰ্শন কৰি মঠাউৰিৰ শেহতীয়া অৱস্থাৰ চৰজমীন বুজ লয়। উপায়ুক্ত গৰাকীয়ে আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনৰ সৈতে প্ৰায় চাৰে তিনিঘণ্টা ধৰি
Read More...

কলাত ৯৪ শতাংশ, বিজ্ঞান, বাণিজ্য, কাৰিকৰীত ১০০ শতাংশৰে সাফল্য চামগুৰি সত্ৰ ৰাৱনাপাৰ আদৰ্শ উচ্চতৰ…

উজনি-মাজুলী : ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত পূব মাজুলীৰ চামগুৰি সত্ৰ ৰাৱনাপাৰ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে সন্তুোষজনক ফলাফল লাভ কৰিবলৈ সক্ষম হয়। বিদ্যালয়খনৰ পূৰ্বৰ বছৰ সমূহৰ দৰে সফলতাৰ ধাৰাবাহিকতা
Read More...

সোণতলীত প্ৰথমটো বানপানীত বিধ্বস্ত কৃষিভূমি, মৎস পালক : কৃষকৰ মূৰে-কপালে হাত ।

সোণতলী :  ৰাজ্যখনত বিগত কেইদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমুহ উফন্দি উঠাত‌ নৈপৰীয়া অঞ্চলসমুহত পানী উপচি পৰিছে। ৰাজ্যখনৰ কেবাখনো জিলাত প্ৰথমটো বানপানীয়ে কালৰূপ ধাৰণ কৰাত হাহাকাৰৰ সৃষ্টি হৈছে বন্যাৰ্ত্য সকলৰ
Read More...

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ডিষ্টিংচনেৰে জিলিকি উঠিল দৰিদ্ৰ পৰিয়ালৰ সন্তান অভিজিৎ গগৈ ।

নাজিৰা : দৰিদ্ৰতা ছাত্ৰ-ছাত্ৰী অধ্যয়নৰ বাবে হেঙাৰ হ'ব নোৱাৰে তাৰে প্ৰমাণ কৰি দেখুওৱালে নাজিৰাৰ চূণপোৰা হেমেনাবাৰীৰ দৰিদ্ৰ পৰিয়ালৰ এগৰাকী সন্তানে।চূণপোৰা হেমেনাবাৰীৰ নিবাসী  জীৱন গগৈ আৰু তুলু গগৈৰ পুত্ৰ অভিজিৎ গগৈয়ে গড়গাওঁ এম জি এম
Read More...

পাৰিপাৰ্শ্বিক প্ৰভাৱ নিৰ্ধাৰণ প্ৰাধিকৰণৰ অধ্যক্ষ পদত অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা প্ৰদ্যুৎ কুমাৰ…

দৈনন্দিন বাৰ্তাৰ ডিজিটেল ডেস্ক: কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়ে এক নিৰ্দেশনা যোগে ৰাজ্যিক পৰ্যায়ৰ পাৰিপাৰ্শ্বিক প্ৰভাৱ নিৰ্ধাৰণ প্ৰাধিকৰণ, অসমৰ এখন  কমিটি পুনৰ গঠন কৰি দিছে৷ ১৯৮৬ চনৰ পৰিৱেশ সংৰক্ষণ আইন
Read More...

আত্মঘাতী হল এগৰাকী ছাত্ৰী।

কৰিমগঞ্জ : উচ্চমাধ্যমিক পৰীক্ষাত উৰ্ত্তীন হ'ব নোৱাৰি মৃত্যুৰ পথ আকোৱালি লয় এগৰাকী ছাত্ৰীয়ে । আত্মহত্যাৰ পথ বাছিলোৱা ছাত্ৰী গৰাকীৰ ঘৰ কৰিমগঞ্জ চহৰৰ বিপিনপাল ৰোড এলেকাত। কৰিমগঞ্জ মহাবিদ্যালয়ৰ বানিজ্য শাখাৰ ছাত্ৰী আছিল ৰাজশ্ৰী দেব। মাধ্যমিক
Read More...

ছিপাঝাৰত আৰক্ষী বিষয়াৰ মানসিক অত্যাচাৰত আত্মাহত্যাৰ চেষ্টা যুৱকৰ ।সংকটজনক অৱস্থাত চিকিৎসালয়ত…

ছিপাঝাৰ :  ছিপাঝাৰ থানাৰ ভাৰপ্ৰাপ্ত  আৰক্ষী বিষয়া চন্দ্ৰ কলিতাৰ আতিষৰ্য্যত অতিষ্ঠ হৈ এজন যুৱকে আত্মহত্যা কৰাৰ পথ বাচি ল'বলগীয়া হোৱা ঘটনাই সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, ছিপাঝাৰ থানাৰ অন্তৰ্গত গনেশ কুৱৰীৰ ২ নং
Read More...

জুয়ে পোৰা সোণ হৈ উজ্বলিল মাজুলীৰ নিকিতা ।

উজনি মাজুলী : দৰিদ্ৰতা যে শিক্ষাৰ বাবে হেঙাৰ হব নোৱাৰে তাকেই পুনৰ এবাৰ প্ৰমাণ কৰি দেখুৱালে মাজুলীৰ নিকিতা তামুলীয়ে | মানুহ ঘৰলৈ যাবলৈ নাই কোনো বাট পথৰ ব্যৱস্থা ৷ আনৰ ঘৰৰ বাৰিৰ চুকেৰে হেঙাৰ পাৰ হৈ ফিচাৰিৰ পাৰে পাৰে গৈ পায় নিকিতাৰ বাসগৃহ ৷
Read More...