Breaking

Browsing Category

স্থানীয় বাৰ্তা

জামুগুৰিহাটৰ কোৱাৰেন্টাইন চেন্টাৰত আন এগৰাকীৰ দেহত ক’ভিড পজিটিভ ৷ ৬৭ গৰাকীৰ ফলাফল নিগেটিভ অহাত গৃহলৈ…

জামুগুৰিহাট : মাৰাত্মক ক’ৰনা ভাইৰাছে সমগ্ৰ ৰাজ্যতে লৈছে ভয়াবহ ৰূপ ৷ সজাগ সচেতনতাৰ অবিহনে এই ভাইৰাছৰ পৰা পৰিত্ৰাণ পোৱাতো অসম্ভৱ হৈ পৰিছে ৷ প্ৰতিদিনেই আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ সময়তেই জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ
Read More...

ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰিৰ বাঢ়নি পানীত প্লাৱিত নামনি মাজুলীৰ কৰতিপাৰ গাওঁ পঞ্চায়ত ; বান সাহাৰ্য শিবিৰ…

উজনি-মাজুলী: ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰি নদীৰ বাঢ়নি পানীয়ে মাজুলী জিলাৰ মঠাউৰিৰ বাহিৰ ফালে থকা এলেকাসমূহ প্লাৱিত কৰিছে। ইতিমধ্যে জিলা প্ৰশাসনে বানৰ কৱলত পৰা জনসাধাৰণক আপাতকালীন সহায়-সাহাৰ্য আগবঢ়াবলৈ জিলাখনৰ দুৰ্যোগ প্ৰশমন ব্যৱস্থাপনা
Read More...

বেবেজীয়া জুনিয়ৰ কলেজৰ সাফল্যত উৎফুল্লিত অঞ্চলবাসী ।

নগাঁও : নগাঁও জিলাৰ বেবেজীয়াৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান বেবেজীয়া জুনিয়ৰ কলেজে  সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত সন্তোষজনক ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱাত শিক্ষানুষ্ঠানখনৰ লগতে স্থানীয় ৰাইজৰ মাজত সন্তুষ্টি লাভ কৰিছে
Read More...

সোমবাৰৰ পৰা গুৱাহাটীত সম্পূৰ্ণ লকডাউন ।

দৈনন্দিন বাৰ্তাৰ ডিজিটেল ডেস্ক : ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ বাবে গুৱাহাটীত পৰিস্থিতি ক্ৰমাত্‍ জটিল হৈ পৰিছে। প্ৰতিদিনে বৃদ্ধি পাইছে ক’ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। উল্লেখ্য যে গুৱাহাটীত প্ৰতিদিনে শতাধিক ট্ৰেভেল হিষ্ট্ৰী নথকা লোক আক্ৰান্ত
Read More...

ক’ৰোণাত আক্ৰান্ত মুম্বাইৰ প্ৰতিষ্ঠিতদেৱনীয়াৰ আলোচনীৰ বেটুপাত মডেল ইশিকা বৰা ।

নগাঁও : অসমৰ পৰা গৈ মুম্বাইৰ গ্লেমাৰ জগতত প্ৰতিষ্ঠিত হোৱা, ব্যয়বহুল দেৱনীয়াৰ আলোচনীৰ ৫টাকৈ সংখ্যাৰ বেটুপাতত স্থান পোৱা ইশিকা বৰা আক্ৰান্ত হৈছে ক'ৰোণাত। নগাঁও জিলাৰ কামপুৰৰ পৰা গৈ মুম্বাইৰ গ্লেমাৰ জগতত প্ৰতিষ্ঠিত হোৱা ইশিকাই বিগত এটা দশক
Read More...

মুষলধাৰে অহা এজাক বৰষুণত কাকপথাৰৰ বিভিন্ন অঞ্চল জলমগ্ন । ঘৰ দুৱাৰ বুৰ গল বহু লোকৰ ; মৎস্য, শস্যৰ…

ডিৰাক সীমান্ত : ইটোৰ পিছত সিটো দুৰ্যোগে দেখা দিয়া ৰাজ্যখনত পুনৰ ৰুষ্ট হৈ পৰিছে প্ৰকৃতি। ক'ৰণা মহামৰীয়ে ৰাইজৰ অৰ্থনৈতিক অৱস্থা কোঙা কৰাৰ পাছতে এইবাৰ বৰুণ দেৱতাইও মানৱ জাতিৰ ওপৰত ৰুষ্ট হৈ পৰিছে। নেৰা নেপেৰাকৈ মুখলধাৰে দি থকা
Read More...

জামুগুৰিহাটত গণ সংক্ৰমণৰ আশংকা : ক’ভিড আক্ৰান্তই ঘুৰি ফুৰিছিল বজাৰ সমাৰ কৰি ।

জামুগুৰিহাট : জামুগুৰিহাটত মাৰাত্মক ভাইৰাছ ক'ভিড-১৯ৰ গণ সংক্ৰমণৰ আশংকা ঘনীভূত হৈছে। মাৰাত্মক ভাইৰাছ বিধৰ দ্বাৰা শেহতীয়াকৈ আক্ৰান্ত হোৱা জামুগুৰিহাটৰ এজন যুৱকে অঞ্চলটোৰ বিভিন্ন স্থানত বজাৰ সমাৰ কৰি ঘুৰি ফুৰাৰ পৰিপ্ৰেক্ষিততে এই
Read More...

ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰিৰ জলস্তৰ ক্ৰমশঃ বৃদ্ধি , বানজনিত যিকোনো পৰিস্থিতিৰ বাবে সাজু মাজুলী জিলা…

উজনি-মাজুলী : ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰি নদীৰ জলস্তৰ ক্ৰমশঃ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি মাজুলী জিলাত সম্ভাৱ্য বানজনিত যিকোনো পৰিস্থিতিৰে তাৎক্ষণিকভাৱে মোকাবিলাৰ বাবে জিলাখনৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰণালীক সম্পূৰ্ণ সস্তম কৰি তুলিছে জিলা
Read More...

বানপীড়িতক উপযুক্ত সাহাৰ্য প্ৰদানৰ দাবী মৰাণ ছাত্ৰৰ ।

তিনিচুকীয়া : বিগত দুদিন ধৰি ৰাজ্যত হোৱা মুষলধাৰ বৰষুণৰ ফলত ৰাজ্যত বান পৰিস্থিতি ভয়াবহ হৈ পৰিছে। তিনিচুকীয়া জিলাতো বান পৰিস্থিতিয়ে লৈছে সংহাৰী ৰূপ। জিলাখনৰ বিভিন্ন প্ৰান্ত এতিয়া জলমগ্ন হৈ আছে আৰু বহু অঞ্চলৰ ঘৰ-দুৱাৰ বাঢ়নী পানীয়ে উচন
Read More...

দিখৌ নদীৰ বাঢ়নি পানীত সলিল সমাধি ঘটা দুটা পৰিয়ালক ৪ লাখ টকাকৈ সাহাৰ্য ৰাজ্যিক দূৰ্যোগ ব্যৱস্থাপনা…

নাজিৰা : দিখৌ নদীৰ বাঢ়নি পানীত সলিল সমাধি ঘটা শিৱসাগৰ জিলাৰ দুটা পৰিয়ালক ৪ লাখ টকাকৈ অৰ্থ সাহাৰ্য আগবঢ়াইছে অসম চৰকাৰৰ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগে। অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ স্বতন্ত্ৰ মন্ত্ৰী যোগেন মহনে দিখৌ
Read More...