Breaking

Browsing Category

স্থানীয় বাৰ্তা

ভকতপাৰাত প্ৰাৰ্থীৰ ঘৰতেই উদ্বোধনী সভা । মুদৈবড়ী সমষ্টি দখলৰ হুংকাৰ গণ সুৰক্ষাৰ ।

মঙলদৈ : মহামাৰীৰ বাবে বিটিএডিত পৰিষদীয় নিৰ্বাচন স্থগিত কৰা হৈছে যদিও প্ৰচাৰত কোনো প্ৰভাৱ পেলোৱা নাই এই মহামাৰীয়ে৷ আজি দৰং আৰু ওদালগুৰি জিলাৰ সীমামূৰীয়া ভকতপাৰাত ৩৫ নং মুদৈবড়ী সমষ্টিৰ গন সুৰক্ষা পাৰ্টিৰ প্ৰাৰ্থী নৰেন চন্দ্ৰ ডেকাৰ
Read More...

ক্ষতিগ্ৰস্ত মঠাউৰিৰ জৰুৰী মেৰামতি ব্যৱস্থা জলসম্পদ বিভাগৰ।

উজনি-মাজুলী : শেহতীয়াকৈ বৰষুণত ক্ষতিগ্ৰস্ত হোৱা মাজুলীৰ মঠাউৰিৰ অংশসমূহ জৰুৰী ভাৱে মেৰামতি কৰাৰ ব্যৱস্থা লৈছে জলসম্পদ বিভাগে। মঙ্গলবাৰে বিভাগটোৰ মাজুলী সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা ড০ ৰাজীৱ গোস্বামীয়ে সহকাৰী কাৰ্যবাহী অভিযন্তা অভয় কুমাৰ
Read More...

কোৱাৰেণ্টাইন আবাসীয়ে বিদ‍্যালয়ত পাতিলে ফুলনি বাগিচা ।

কলিয়াবৰ : "মন কৰিলেই চন, বাকৰি মাটিতেই ধন।" আপ্ত বাক‍্যশাৰীৰ সফল প্ৰয়োগেৰে "অলস মন চয়তানৰ বাসস্থান" বুলি কোৱা কথাষাৰ ভুল প্ৰমাণিত কৰিলে ষোল্লজন যুৱকে। ক'ৰণা মহামাৰীৰ এই সংকটপূৰ্ণ সময়ত কলিয়াবৰত এটি কোৱাৰেন্টাইন চেন্টাৰত থকা আৱাসীয়ে
Read More...

অবৈধ মদৰ ঘাটিত গেলেকী আৰক্ষীৰ অভিযান : বুজন পৰিমাণৰ লালী গুড় জব্দ ।

নাজিৰা : নাজিৰা মহকুমাৰ সীমান্তবৰ্তী গেলেকী হাতিপট্টীত যোৱা নিশা গেলেকী আৰক্ষীয়ে অবৈধ মদৰ ঘাটীত অভিযান চলাই বুজন পৰিমাণৰ লালী গুড় উদ্ধাৰ কৰে। অৱশ্যে মদৰ ঘাটীৰ লালীগুড় মজুতকাৰীজন পলাই সাৰিবলৈ সক্ষম হয়। জানিব পৰা মতে নিশা প্ৰায় ৮-৩০
Read More...

গেলেকী সীমান্তত অব্যাহত উত্তেজনা : শূন্যলৈ গুলী ফুটাই সন্দেহজনক নগা দুৰ্বৃত্তৰ সন্ত্ৰাস, চাহ বাগিচাৰ…

নাজিৰা : আন্তঃৰাজ্যিক সীমান্ত অঞ্চলৰ ভূমিৰ প্ৰতি ৰাজ্য চৰকাৰৰ চুড়ান্ত দায়িত্বজ্ঞানীনতা আৰু নিৰ্লীপ্ততাৰ বাবে আগ্ৰাসী নগা বাহিনীয়ে শিৱসাগৰ জিলাৰ অসম-নাগালেণ্ড সীমান্তবৰ্তী গেলেকীত যোৱা কেইটামান দিনত অসমৰ ৰাজহ ভূমিত চলোৱা ভয়াবহ আগ্ৰাসন
Read More...

বাংলাদেশৰ পৰা নাজিৰাৰ লুটফুৰ ৰহমানে কঢ়িয়ালে শান্তিৰ “বা-বাপু সেৱা ৰত্ন” বটা ।

নাজিৰা : নেপালৰ গান্ধী পোৰা ফাউণ্ডেচনে মানৱ সমাজলৈ আগবঢ়োৱা সেৱাৰ বাবে প্ৰতিষ্ঠানটোৰ বাংলাদেশ শাখাৰ পৰা ২০২০ বৰ্ষৰ  মহামানৱ মহাত্মা গান্ধীৰ শান্তিৰ "বা-বাপু সেৱা ৰত্ন" বটা নাজিৰাৰ লুটফুৰ ৰহমানে কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। অলপতে বাংলাদেশত
Read More...

মাজুলীৰ দুৰ্গম চাপৰিত সফলতাৰে অসম সামূহিক নিৰীক্ষণ কাৰ্যসূচী সম্পন্ন।

মাজুলী : মাজুলী জিলাৰ আঁহতগুৰি আৰু দক্ষিণ আঁহতগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰৰ মাজৰ দুৰ্গম চাপৰিসমূহত সফলতাৰে 'অসম সামূহিক নিৰীক্ষণ কাৰ্যসূচী'  (আছাম কমিউনিটী ছাৰ্ভিলেন্স প্ৰগ্ৰাম) সম্পূৰ্ণ কৰে মাজুলীৰ নৌকা চিকৎসালয় টীম (বোট
Read More...

দিখৌ নদীৰ বাঢ়নি পানীয়ে সৃষ্টি কৰা দূৰ্গতৰ কাষত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ।

নাজিৰা : মুখলধাৰ বৰষুণৰ ফলত  হঠাৎ বাঢ়ি অহা দিখৌ পানীয়ে সৃষ্টি কৰা ভয়াৱহ পৰিস্হিতিৰ বুজ লবৰ বাবে   বিৰোধী দলপতি তথা নাজিৰা বিধায়ক দেৱব্ৰত শইকীয়াই দলীয় কৰ্মী সকলৰ সৈতে বানাক্ৰান্ত অঞ্চল পৰিভ্ৰমণ কৰে। প্ৰথমে বিহুবৰ, চন্টক , কেন্দুগুৰী,
Read More...

দৰঙৰ বড়ীচৌকাত কংগ্ৰেছী গুণ্ডাৰ আক্ৰমণত বিজেপিৰ নেতা আহত হোৱা ঘটনাত বিধায়ক বিনন্দ কুমাৰ শইকীয়াৰ…

দৰং: দৰঙত নিৰ্বাচনৰ বহু পূৰ্বেই সংঘটিত হল হিংসাত্মক ঘটনা । সোমবাৰে নিশা পাথৰিঘাটৰ সমীপৱৰ্তী বড়িচৌকাত বিজেপিৰ যুৱ মৰ্চাৰ পাথৰিঘাট মণ্ডলৰ সভাপতি ভূষণ চন্দ্ৰ ডেকা সহ ভাতৃ মিন্টু কুমাৰ ডেকাক কংগ্ৰেছ কৰ্মী চফিকুল ৰহমানৰ  নেতৃত্বত এটা দলে পোনতে
Read More...

মাজবাটত মহিলাৰ দেহত কভিড’ ১৯ প্ৰজিটিভ : অঞ্চল জুৰি তীব্ৰ চাঞ্চল্য ।

মাজবাট : ওদালগুৰি জিলাৰ মাজবাট আৰক্ষী থানাৰ এলেকাৰ মাজবাট ৰেলৱে ষ্টেচনৰ ক'লনিৰ বাসিন্দা কৃষ্ণ চেত্ৰীৰ পত্নী বিমলা থাপা (৩৯)ৰ দেহত  কভিড'১৯ পজিটিভ ধৰা পৰাৰ লগে লগে অঞ্চল জুৰি তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে । জানিব পৰা মতে মহিলা গৰাকী পশ্চিম
Read More...