Breaking

Browsing Category

স্থানীয় বাৰ্তা

বিজেপিত যোগদান কৰাৰ প্ৰশ্নই নাহে ; বিপিএফৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হম : বিধায়ক চৰণ বড়ো ।

ওদালগুৰি : মই বিজেপিত যোগদান কৰাৰ কোনো প্ৰশ্ন আহিব নোৱাৰো। বিটিচিৰ আঞ্চলিক দল হিচাপে আগন্ত্তুক ২০২১ ৰ নিৰ্বাচনত মাজবাট সমষ্টিৰ পৰাই  অৱতীৰ্ণ হম। এই মন্তব্য বিপিএফ কেন্দ্ৰীয় সমিতিৰ যুৱ মৰ্চাৰ সভাপতি তথা  ৭০ নং  মাজবাট বিধান সভা সমষ্টিৰ
Read More...

মাজবাটত প্ৰধান মন্ত্ৰী আবাস যোজনাৰ ঘৰ দিয়াৰ নামত শতাধিক দুখীয়া পৰিয়ালৰ পৰা ৩,২০০ টকাকৈ সংগ্ৰহ । বি…

ওদালগুৰি : ওদালগুৰি জিলাৰ  ৭০ নং মাজবাট বিধানসভা সমষ্টিৰ আৰু ৩৯ নং পাঁচনৈ চেৰফাং বিটিচি পৰিষদীয় সমষ্টিৰ ৰৌতা গেট আৰু পাঠকপুৰ গাঁৱত আজি শতাধিক পুৰুষ-মহিলা ওলাই আহি পাঁচনৈ চেৰফাং ব্লক বি পি এফৰ এছ টি বোৰ্ডৰ সদস্য তথা প্ৰাক্তন কাৰ্যবাহী
Read More...

নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু অখিল ভাৰতীয় বিদাৰ্থী পৰিষদ সহযোগত কোভিড ১৯ ৰ ওপৰত সজাগতা অভিযান ।

নগাঁও : বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা কৰোনা কোভিড ১৯ মহামাৰীৰ বিৰুদ্ধে সজাগ কৰিবলৈ আজি নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু অখিল ভাৰতীয় বিদাৰ্থী পৰিষদ নগাঁও জিলা সমিতিৰ সহযোগত আজি নগাঁও চহৰত কৰোনা ভাইৰাছৰ প্ৰতিৰোধৰ সম্পৰ্কত এক  সজাগতা অভিযান কৰা
Read More...

বাঘজানৰ ঘটনাৰ সন্দৰ্ভত বাঘজান মিলনজ্যোতি যুৱ সংঘৰ সংবাদমেল : অইল ইণ্ডিয়া আৰু ৰাজ্য চৰকাৰক শেষ সকীয়নি…

ডিৰাক সীমান্ত : যোৱা ২৭ মে'ৰ পূৱা বাঘজান বি জি আৰ ৫ নং গেছ কুপত বিস্ফোৰণ সংঘটিত হৈ অপৰিবৰ্তিত অৱস্থাত নিৰ্গমন হৈ আছিল তেল সংমিশ্ৰিত গেছ । চিংগাপুৰৰ পৰা অহা বিশেষজ্ঞ দলটোৱে ১৪ দিনৰ দিনা তেল সংমিশ্ৰিত গেছ নিৰ্গমণ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা
Read More...

নগাঁৱত ক’ভিড আক্ৰান্তৰ সংখ্যা ৪৮৩ গৰাকীলৈ বৃদ্ধি ।

নগাঁও : নগাওঁ জিলাত ক'ভিড-১৯ ত আক্ৰান্তৰ সংখ্যা দিনে দিনে বৃদ্ধি পাবলৈ ধৰিছে। অৱশ্যে বিগত দিন কেইটাৰ তুলনাত আজি মাত্ৰ চাৰিজন লোক ক'ভিড-১৯ ত আক্রান্ত হোৱাটো জিলা স্বাস্থ্য বিভাগে নিশ্চিত কৰিছে। ইয়াকে লৈ জিলাখনত ক'ভিড আক্ৰান্তৰ সংখ্যা
Read More...

বেতজান চাহ বাগিচাৰ নৈশ চকীদাৰক হত্যা । ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ : গোর্খা ছাত্ৰ সন্থাৰ গৰিহণা ।

ডিৰাক সীমান্ত : তিনিচুকীয়া জিলাৰ মাকুম থানাৰ অন্তৰ্গত বেতজান চাহ বাগিচাত যোৱা নিশা এক হত্যাকাণ্ড সংঘটিত হয় । বাগিছাখনৰ নৈশ চকীদাৰৰ দায়িত্বত থকা জেকি বাইগাৰ নামৰ লোকজনক কোনো অচিনাক্ত দুৰ্বৃত্তই কৰ্তব্যৰত অৱস্থাত চোকা অস্ত্ৰেৰে আঘাট হানী
Read More...

বানপানীক লৈ নগাঁও জিলা প্ৰশাসনৰ তৎপৰতা ।

নগাঁও : কৰ'না আতংকৰ সময়ত সাম্ভাৱ্য বানপানীৰ জটিলতা আৰু ব্যৱস্থাপনা সন্দৰ্ভত নগাঁও জিলা উপায়ুক্ত কাৰ্য্যালয় সভা-কক্ষত কালি  জিলা দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ উদ্যোগত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। জিলা উপায়ুক্ত যাদৱ শইকীয়াৰ সভাপতিত্বত
Read More...

জামুগুৰিহাটত আন এগৰাকীৰ দেহত ক’ভিড পজিটিভ, ভীতিবিহ্বল জনসাধাৰণ ।

জামুগুৰিহাট : জামুগুৰিহাটৰ কেৱাৰীচুক গাঁৱৰ যুৱতী শান্তি বৰা(১৮)ৰ দেহত যোৱা ১৮ জুনত ক’ভিড পজিটিভ ধৰা পৰাৰ পিছতেই সমগ্ৰ অঞ্চলটি প্ৰশাসনে কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰাৰ পিছত কভিড’ত আক্ৰান্ত শান্তি বৰাৰ পৰিয়ালৰ ১৫ গৰাকী লোকৰ স্বোৱাব
Read More...

প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে যোৱা শুকুৰবাৰে বাঘজান ৱেলতো নিষিদ্ধ ঘোষণা কৰাৰ পিছত কালি উঠাই লোৱা জাননি…

তিনিচুকীয়া : বাঘজান বিজিআৰ নং ৫ ৱেল অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অনুমতি অবিহনে উৎপাদন চলাই আছে- এই কথা আমি কোৱা নাই স্বয়ং প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে যোৱা শুকুৰবাৰে এক বিবৃতি যোগে প্ৰকাশ কৰিছিল। কিন্তু অতি
Read More...

হয়বৰগাঁওৰ পুৰণি এ টি ৰোডৰ ব্যৱসায়ী সকলৰ উদ্যোগত শ্বহীদক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ।

নগাঁও : ভাৰত - চীন সীমান্তত দেশৰ হকে প্ৰাণ অাহুতি দিয়া বীৰ শ্বহীদ সকলৰ অাত্মাৰ শান্তিৰ অৰ্থে হয়বৰগাঁওৰ পুৰণি এ টি ৰোডৰ ব্যৱসায়ী সকলৰ উদ্যোগত আজি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শ্বহীদ সকলৰ আত্মাৰ সদগতিৰ
Read More...