Breaking

Browsing Category

স্থানীয় বাৰ্তা

কৰিমগঞ্জত সদৰ থানাত বাইকৰ উজান ।

কৰিমগঞ্জ : কৰিমগঞ্জ সদৰ থানাত বাইকৰ উজান। এখনৰ পিছত এখন বাইক। যেন বাইকৰ মেলাহে লাগিছে। ইজনৰ পিছত সিজন বাইকৰ মালিক আহিছে আৰু লৈ গৈছে একো একোখন বাইক। কৰিমগঞ্জ আৰক্ষীয়ে চুৰি হোৱা মটৰচাইকেল উদ্ধাৰ কৰি বাইকৰ উজান লগাইছে। ৯ খনকৈ
Read More...

নগাঁৱৰ জাজৰি আৰু আলিটাঙনিত বন বিভাগৰ অভিযানত চোৰাং কাঠ ফলা মিল সহ জেনেৰেটৰ জব্দ ৷

 নগাঁও : নগাঁও বন সংমণ্ডল বিষয়া ৰাজেন চৌধুৰীৰ নিদ্দেশ মৰ্মে সদৰ বনাঞ্চলিক বিষয়া জয়ন্ত গোস্বামীৰ  নেতৃত্বত যোবা এটি দলে আজি জিলা খনৰ জুৰীয়া আলিটাঙনিত দুটাকৈ চোৰাং কাঠ ফলা মিলত অভিযান চলাই এটা মিলৰ পৰা এটা কাঠ ফলা মেচিন আৰু আন এটাৰ মিলৰ
Read More...

নগাঁৱত ট্ৰেভেল হিষ্ট্ৰি নথকা কিশোৰীৰ দেহত কোভিড পজিটিভিক লৈ আতংকিত ৰাইজ । মহিলা আৰক্ষী সহ ১১জন…

নগাঁও : এজন যুৱকে পলুৱাই নিয়া ভ্ৰমণ বৃত্তান্ত নথকা এগৰাকী কিশোৰীৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰাৰ পাচত নগাঁৱত কৰ'না ভাইৰাছক লৈ জনসাধাৰণ অধিক শংকিত হৈ পৰিছে ।কিশোৰীগৰাকীক উদ্ধাৰকাৰী ১১ জন আৰক্ষীৰ লোকক কোৱাৰেন্টাইন থাকিবলগীয়া হোৱা ঘটনাই
Read More...

মাজুলীৰ গড়কাপ্টানী বিভাগত ব্যাপক দুৰ্নীতি : মাজুলীৰ পহুমৰা-গুৱালবাৰী সংযোগী পকী দলং নিৰ্মানত…

উজনি-মাজুলী : মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীৰ গড়কাপ্তানী বিভাগত চলি থকা নৱনিৰ্মীত বাট, পথ, উন্নয়নমূলক কাম সমূহত ব্যাপক অনিয়ম সংঘটিত হৈ অহাৰ বাতৰি প্ৰকাশ হৈ অহাৰ পিছতো বিভাগৰ উচ্চ পদস্থ বিষয়া সকলে নিৰব ভূমিকা গ্ৰহন কৰাৰ অভিযোগ উঠিছে ৷ শাসকীয়
Read More...

নাজিৰাত বান পীড়িত অঞ্চলত-ছাত্র পৰিষদৰ সজাতি দল ।

নাজিৰা : নাজিৰাত ভয়ংকৰ ৰূপত  বাঢ়ি অহা দিখৌ নৈৰ বাঢ়নি পানীক লৈ আতংকিত হৈ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলা সমিতি আৰু নাজিৰা আঞ্চলিক সমিতিয়ে আজি নাজিৰা মহকুমাধিপতি সম্প্ৰীতি গোস্বামীক স্মাৰক পত্ৰ প্ৰদান কৰে। ধাৰাবাহিক ভাৱে
Read More...

দ্বিতীয় দিনাও বিপদসীমাৰ ওপৰেদি প্ৰৱাহীত দিখৌ নদীৰ বাঢ়নি পানী । তিনিটাকৈ পৰিয়ালৰ ঘৰ – ভেটি ওচন…

নাজিৰা : যোৱাকালি হঠাতে ফেনে-ফুটুকাৰে বাঢ়ি অহা দিখৌ নদীৰ বাঢ়নি পানী আজি দ্বিতীয় দিনাও বিপদসীমাৰ ওপৰেদি প্ৰৱাহমান । দিখৌ নদীৰ বাঢ়নি পানীয়ে নাজিৰা মহকুমাটোৰ বৰশিল, বিহুবৰ, লক্ষ্মীজান, চণ্টক বৰমিছিং, বগৰীগুৰী, তেতেলিগুৰী , সোন্দৰ পুখুৰী ,
Read More...

উজনিৰ চাহ আধ্যুষিত এলেকাত ভয়াবহ অন্ধবিশ্বাসৰ ঘটনা : ডাইনী বুলি চুবুৰীয়া আৰু আত্মীয়ই ভাতৰ পাতৰ পৰা…

নাজিৰা : মৰিয়নিৰ গাভৰু চাহ বাগিচাত একাংশ চাহ বাগিছাৰ লোকে বৰ্বৰতাৰ পৰিচয় দাঙি ধৰি দেৱাশীষ গগৈৰ দৰে এজন প্ৰকৃতি প্ৰেমী ছাত্ৰক  মৰিয়াই হত্যা কৰাৰ দৰে ঘৃণনীয় ঘটনাৰ ২১ দিনৰ  পাছতে পুনৰ শিৱসাগৰ জিলাত সংঘটিত হৈছে আন এক গণ উন্মাদনাৰ ঘটনা। ১৯
Read More...

দৰং-ওদালগুৰি সীমান্তৰ কুহিয়াৰকুছিত এটা মৃতদেহক লৈ উত্তেজনা।

দৰং : দৰং-ওদালগুৰিৰ সীমান্তৰ কুঁহিয়াৰকুছিত এটি মৃতদেহক কেন্দ্ৰ কৰি এক  উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। খৈৰাবাৰী আৰক্ষী থানা এলেকাৰ এই গাঁওখনত  প্ৰশাসনে আৰক্ষী  মোটায়েম কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ঘটনা বিবৰণী মতে, লক ডাউনৰ বাবে
Read More...

নাজিৰাত দিখৌৰ নৈৰ বাঢ়নি পানীয়ে সৃষ্টি কৰিছে ভয়ংকৰ পৰিস্থিতি ।

নাজিৰা : কৰ'ণাৰ ভয়াৱহতাৰ মাজতেই আজি পুৱাৰে পৰি হঠাৎ বাঢ়ি অহা দিখৌৰ বাঢ়নী পানীয়ে নাজিৰা মহকুমাৰ বিভিন্ন অঞ্চলত ভয়ংকৰ পৰিস্থিতি সৃষ্টি কৰি তুলিছে । বিশেষকৈ সোন্দৰ পুখুৰী, বাউলী মৈদাম,বামুণ পুখুৰী , চণ্টক বিহুবৰ , লক্ষ্মীজান , চানবছা ,
Read More...

দৰঙৰ ঘোঁৰাবান্ধা পঞ্চায়তৰ উপ-সভাপতিৰ নাভূত – নাশ্ৰুত কাণ্ড ৷

দৈনন্দিন বাৰ্তা : দৰঙত সংঘটিত হৈছে নাভূত - নাশ্ৰুত কাণ্ড ৷ জিলাখনৰ ছিপাঝাৰ সমষ্টিৰ ঘোঁৰাবান্ধা পঞ্চায়তত অঘটন ৷ পঞ্চায়ত সচিব আৰু সভাপতিৰ সন্মুখতে সভাপতিৰ আসনত বহিল উপ-সভানেত্ৰী ৷ ইয়াকে লৈ ব্যাপক প্ৰতিক্ৰিয়া ৷ দৰং জিলাৰ ছিপাঝাৰ
Read More...