Breaking

Browsing Category

স্থানীয় বাৰ্তা

নগাঁৱত ক’ভিড আক্ৰান্তৰ সংখ্যা ৪৫৫ জনলৈ বৃদ্ধি : চুটি কটাই ঘৰৰ পৰা ওভটি অহা মিছা সেনা ছাউনীৰ ১৮…

নগাঁও : অতি উদ্বেগজনক ভাৱে নগাঁঁও জিলাত বৃদ্ধি পাইছে কৰ'নাত আক্ৰান্ত লোকৰ সংখ্যা।  কালি সন্ধিয়াৰ পৰা আজি বিয়লি পৰ্যন্ত জিলাখনত মুঠ ৪৪ গৰাকী লোক ক'ভিড-১৯ ত আক্ৰান্ত হোৱাটো নিশ্চিত কৰা হৈছে বুলি নগাঁও জিলাৰ স্বাস্থ্য বিভাগৰ সূত্ৰই জনাইছে।
Read More...

অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ জাননীক বৃদ্ধাঙুষ্ঠ প্ৰদৰ্শন অইল ইণ্ডিয়া লিমিটেডৰ ।

দৈনন্দিন বাৰ্তাৰ সেৱা, ডিৰাক সীমান্ত : যোৱা ২৭ মে'ৰ পূৱা বাঘজান বি জি আৰ ৫ নং গেছ কূপত বিস্ফোৰণ সংঘটিত হৈ অপৰিবৰ্তিত অৱস্থাত নিৰ্গমন হৈ আছিল তেল সংমিশ্ৰিত গেছ । চিংগাপুৰৰ পৰা অহা বিশেষজ্ঞ দলটোৱে ১৪ দিনৰ দিনা তেল সংমিশ্ৰিত গেছ নিৰ্গমণ
Read More...

হয় আমাক গুলীয়াই মাৰক ! নহলে আমাক ৰক্ষা কৰক। যমুনামুখৰ নিখাৰি নৈপৰীয়া ৰাইজৰ আতংক ।

ডবকা: যমুনামুখত ভয়াৱহ খহনীয়াই নিদ্ৰা হৰণ কৰিছে নৈ পৰীয়া ৰাইজৰ । হোজাইৰ যমুনামুখৰ ১০ টা কৈ পৰিয়াল খহনীয়াৰ কবলত পৰিছে । যমুনামুখ পাতিদয়া গাঁৱৰ দহটা পৰিয়ালৰ বাসগৃহ নিখাৰী নৈৰ গৰাখহনীয়াত অধিকাংশ ম্যাদি মাটিসহ বাৰী জাহ যায়।
Read More...

ভাৰত চীন সীমান্তত শ্বহীদ হোৱা বীৰ সেনা জোৱান সকলক “ৰাম সেনা” নলবাৰী সমিতিৰ পৰা বন্তি…

দৈনন্দিন বাৰ্তা ডেস্ক: ভাৰত- চীন সীমান্তত দেশৰ হকে শ্বহীদ হোৱা বীৰ জোৱান সকলক আজি সন্ধিয়া নলবাৰী চহৰৰ গোল পাৰ্কৰ চকত ৰাজহুৱা ভাৱে বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জনোৱা হয় । ৰাম সেনা নলবাৰী সমিতিয়ে অনুষ্ঠিত কৰা এই ৰাজহুৱা বন্তি
Read More...

বিধায়িকা আঙুৰলতা ডেকাৰ বিৰুদ্ধে ফেচবুকত অশ্লীল মন্তব্য দিয়া যুৱকক গ্ৰেপ্তাৰ ।

নগাঁও :  ৰাজ্যত  চাইবাৰ অপৰাধীৰ সক্ৰিয়তা দিনক দিনে বৃদ্ধি পাই অহাৰ মাজতে এইবাৰ চাইবাৰ অপৰাধীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে জনপ্ৰতিনিধি। বিশেষকৈ চ'ছিয়েল মিডিয়া ফেচবুকত একাংশ লোকে নীতিবহির্ভূত মন্তব্যৰে  জনপ্ৰতিনিধিক আক্ৰমণ কৰা কৰা কার্যই
Read More...

চ’ছিয়েল মিডিয়াত ছিপাঝাৰৰ বিধায়কৰ বিৰুদ্ধে অশ্লীল মন্তৱ্য কৰি ৰঙাঘৰৰ আলহী যুৱক ৷

দৰং: চ'ছিয়েল মিডিয়াত ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াৰ  বিৰুদ্ধে অশ্লীল মন্তব্য কৰি ৰঙাঘৰৰ আলহী  দৰঙৰ এজন যুৱক ৷ বিজেপি যুৱ মৰ্চাৰ সদস্যৰ এজাহাৰৰ ভিত্তিত যুৱকজনক আটক কৰে ছিপাঝাৰ আৰক্ষীয়ে ৷ ফেইচবুকত  ছিপাঝাৰৰ সমষ্টিৰ বিধায়ক
Read More...

নাজিৰা বিহুবৰত জঘন্য ঘটনা : ডাইনী সন্দেহত এজনক হত্যাৰ অপচেষ্টা । উত্তপ্ত পৰিস্থিতি : ৯ জনক…

নাজিৰা : বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ চৰম উৎকৰ্ষৰ  যুগত আজিও এচাম লোকে অন্ধবিশ্বাসৰ কৱলত পৰি ডাইনী সন্দেহতে  জঘন্য ঘটনা সংঘটিত কৰিছে। তেনে এক  অন্ধবিশ্বাসৰ কৱলত পৰি  নাজিৰাৰ বিহুবৰ ওপৰ নামচাই এলেকাত এচাম উম্মত্ত লোকে ডাইনীৰ সন্দেহত বাদল চাউৰা
Read More...

দৰঙৰ চমতীয়াপাৰাত ৬ষ্ঠ আন্তৰাষ্ট্ৰীয় যোগ দিৱস পালন পশ্চিম মংগলদৈ যৌগিক চিকিৎসালয়, যৌগিক মহাবিদ্যালয়ত…

দৰং: আজি আন্তৰাষ্ট্ৰীয় যোগ দিৱস ৷ সমগ্ৰ দেশৰ লগতে দৰঙতো পালন কৰা হয় ৬ষ্ঠ আন্তৰাষ্ট্ৰীয় যোগ দিৱস ৷ দৰঙৰ পশ্চিম মংগলদৈ যৌগিক চিকিৎসালয় আৰু যৌগিক মহাবিদ্যালয়ৰ লগতে দৰং যোগ শিক্ষক সংস্থাই পালন কৰে আন্তৰাষ্ট্ৰীয় যোগ দিৱসটি ৷ বিশ্বত্যাস
Read More...

শ্বহীদ ভাৰতীয় সেনা বাহিনীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন লগতে চীনা বৰ্জন সন্দৰ্ভত হিন্দু ক্ৰান্তি দল নলবাৰী…

নলবাৰী : ভাৰতীয় সেনা বাহিনীক চীনে সীমাত ষড়যন্ত্ৰ ৰচিত কৰি নিহত কৰা বাবে সমগ্ৰ ভাৰতবৰ্ষৰ জনগনই শ্বহিদ সকলৰ আত্মাৰ চিৰ শান্তিৰ বাবে অশ্ৰু ভৰা শ্ৰদ্ধাঞ্জলি অৰ্পন কৰাৰ লগতে আজি হিন্দু ক্ৰান্তি দল নলবাৰী জিলা সমিতিয়েও পুষ্পাঞ্জলি অৰ্পন কৰি
Read More...

নামখলাৰ দিপীলাত জাতীয় উন্নয়ন পৰিষদৰ ৰাভা দিৱস পালন ।

দৈনন্দিন বাৰ্তা : জাতীয় উন্নয়ন পৰিষদৰ উদ্যোগত দিপীলা আঞ্চলিক ৰাইজৰ সহযোগত বিষ্ণু ৰাভা দিৱসটি লকডাউনৰ সকলো নীতি নিয়ম মানি অনুষ্টুপীয়াকৈ পালন কৰে৷ পুৱা বিষ্ণুৰাভা প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে নিৰঞ্জন বৈশ্যই। বন্তি প্ৰজ্বলন আৰু
Read More...