Breaking

Browsing Category

স্থানীয় বাৰ্তা

নাজিৰাত দুখীয়া শিপিনীলৈ তাঁতশাল।

নাজিৰা : আজি নাজিৰা এম.চি ক্লাবত "হস্ততাত আৰু বস্ত্ৰ শিল্প বিভাগৰ বৃত্তিমুখী আঁচনিৰ অধীনত নাজিৰা সমষ্টিৰ ৩৪ গৰাকী শিপিনীক তাঁতশাল বিতৰণ কৰা হয়। ইয়াৰোপৰি তেখেতসকলক চৰকাৰীভাৱে পাঁচ হাজাৰ টকাকৈ মূলধন হিচাপে দিয়াৰ ব্যৱস্থা হয় । শিৱসাগৰৰ
Read More...

মহান অসমীয়া কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভালৈ শ্ৰদ্ধাঞ্জলি ।

কলিয়াবৰ : আজি ৰাভা দিৱস। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কলিয়াবৰটো অনাৰম্বৰ ভাৱে উদযাপন কৰা হয় ৫২ সংখ‍্যক ৰাভা দিৱস। কভিড-১৯ সংক্ৰমণ ৰোধৰ চৰকাৰী নীতি-নিয়ম পালন কৰি কেৱল শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিয়ে ৰাভা দিৱস উদযাপন কৰে কলিয়াবৰ শাখা সাহিত্য
Read More...

কলিয়াবৰৰ ঐতিহাসিক জয়সাগৰ দলনিৰ পাৰত গছপুলি ৰোপণ সামাজিক সংগঠন “প্ৰজন্ম”ৰ ।

দৈনন্দিন বাৰ্তা প্ৰতিবেদন: সাম্প্ৰতিক জটিল পৰিস্থিতিৰ প্ৰতি লক্ষ‍্য ৰাখি সকলো ধৰণৰ ৰাজহুৱা তথা সামাজিকভাৱে  শ্ৰদ্ধাঞ্জলি অনুষ্ঠান বাতিল কৰা হৈছে। সেয়ে বিষ্ণু ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত ব‍্যতিক্ৰমী কাৰ্য‍্যসূচীৰে কলাগুৰুলৈ শ্ৰদ্ধাঞ্জলি
Read More...

নতুনকৈ আৰু কোবিড আক্ৰান্ত ১৫, নাই ভ্ৰমণ বৃত্তান্ত ।

দৈনন্দিন বাৰ্তা প্ৰতিবেদন: কৰিমগঞ্জতো ব্যাপক হাৰত বৃদ্ধি পাইছে কৰণা আক্ৰান্ত ৰোগীৰ সংখ্যা। যোৱা দুইদিনতে ১৫ গৰাকীৰ দেহত কৰোনাৰ অৱস্থিতি ধৰা পৰিছে। আৰু সেই ১৫ গৰাকীৰ মাজত ১৪ গৰাকীয়ে আহিছিল বৰ্হিৰাজ্যৰ পৰা আৰু এওঁলোকক
Read More...

কৰিমগঞ্জ জেলৰ পৰা তিনি কয়দিৰ পলায়ন ।

কৰিমগঞ্জ : পুনৰ কৰিমগঞ্জ জেলৰ পৰা পলায়ন তিনিগৰাকী কয়দিৰ। এই চাঞ্চল্যকৰ ঘটনা সংগঠিত হৈছে কৰিমগঞ্জ জিলা কাৰাগাৰত। জানিব পৰা মতে হোজাইৰ ফয়জুৰ ৰহমান, পাথাৰৰকান্দি এলেকাৰ মাসুক আহমদ আৰু কৰিমগঞ্জৰ ওয়াহীদ
Read More...

নাজিৰাত দিখৌ নৈপৰীয়া ৰাইজৰ হাহাকাৰ : তীব্ৰ গড়াখহনীয়াত ঘৰ-বাৰী হেৰুৱালে ৫ পৰিয়ালে ।

নাজিৰা : কৰ'না সংক্ৰমণৰ লকডাউনৰ চতুৰ্থটো পৰ্য্যায় অতিক্ৰম কৰাৰ মূহুৰ্ত্ততে প্ৰকৃতিৰ চিৰাচৰিত বাৰিষাৰ বৰষুণত দিখৌৰ বাঢ়নি পানীয়ে সৃষ্টি কৰা প্ৰৱল সোঁতত যোৱা দুটা দিনত নদীৰ পাৰত বসবাস কৰা পৰিয়াল সমূহৰ দুৰ্গতি অধিক বাঢ়ি গৈছে ।  প্ৰৱল
Read More...

নগাঁৱৰ দুই স্বাস্থ্যকৰ্মীৰ লগতে সামৰিক বাহিনীৰ জোৱানৰ দেহত কোভিড-১৯ পজিটিভ : স্বাস্থ্যকৰ্মীৰ নাই…

নগাঁও : নগাঁও জিলাত কোভিড-১৯ ত আক্ৰান্তৰ সংখ্যা চাৰি শতাধিক অতিক্রম কৰাৰ সময়তে নগাঁৱৰ দুজন স্বাস্থ্য কৰ্মীৰ দেহত একেদিনাই কোভিড-১৯ চিনাক্ত হোৱাত জিলাখনৰ জনসাধাৰণ  শংকিত হৈ পৰিছে। বিশেষকৈ কোভিড-১৯ আক্রান্ত স্বাস্থ্যকৰ্মী দুগৰাকীৰ কোনো
Read More...

নাজিৰাত সংবাদমেল যোগে ৫০ লাখ লোকলৈ বিজেপিৰ জনসংযোগ পত্ৰলৈ আঙুলিয়ালে বিৰোধী দলপতিয়ে : ৰাইজক দিয়া ২০১৬…

 নাজিৰা: শাসনৰ বাঘজৰী ধৰি ক্ষমতাত অধিষ্ঠিত হোৱাৰ সময়ত বিজেপি দলৰ কাম কৰাৰ সংকল্প প্ৰকাশ আৰু চাৰিটা বছৰ অতিক্ৰম কৰি হাতত মাথো এবছৰ থকাৰ সময়ত ৰাইজৰ ওচৰলৈ পোনৰ হাতত লৈ অহা দেশৰ প্ৰধান মন্ত্ৰীজনৰ লগতে ৰাজ্যখনৰ  মুখ্যমন্ত্ৰী জনৰ  পত্ৰৰ
Read More...

জখলাবন্ধাত চৰকাৰী ভূমি বেদখল কৰাক লৈ উত্তেজনা, ৰাজপথ অৱৰোধ । স্থানীয় যুৱকৰে মুকলি সঙ্ঘাত বেদখলকাৰী…

কলিয়াবৰ : শুকুৰবাৰে বিয়লি স্থানীয় যুৱকৰ প্ৰতিবাদত উত্তেজিত হৈ পৰে জখলাবন্ধাৰ ৰাজপথ ।জখলাবন্ধাৰ ৱঙ্কটেশ্বৰ প্ৰাথমিক বিদ‍্যালয়ৰ সমীপৰ চৰকাৰী মাটি বেদখল মুক্ত কৰাক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি। ৩৭ নং ৰাষ্ট্ৰীয় পথ অৱৰোধ প্ৰতিবাদী যুৱকৰ।
Read More...

ৰাহুল গান্ধীৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি কাকপথাৰ ডিৰাকত “অংগীকাৰ দিৱস” পালন ।

কাকপথাৰ: সমগ্ৰ দেশৰ লগতে আজি কাকপথাৰ ডিৰাকতো ডিৰাক মণ্ডল কংগ্ৰেছ সমিতি উদ্যোগত প্ৰাক্তন প্ৰধান মন্ত্ৰীৰ পুত্ৰ, যুৱ নেতা তথা কেৰেলাৰ ৱাইনাড লোক সভা সমষ্টিৰ সাংসদ ৰাহুল গান্ধী জন্ম দিনৰ লগত সংগতি ৰাখি "অংগীকাৰ দিৱস" পালন কৰে । ডিৰাক মণ্ডল
Read More...