Breaking

Browsing Category

স্থানীয় বাৰ্তা

কন্টেইনমেন্ট জ’ন ঘোষণা কেৱাৰীচুক গাওঁ ।

জামুগুৰিহাট : শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ প্ৰথমগৰাকী কৰ'না আক্ৰান্তক কালি নিশা চিনাক্ত কৰা হয়। ক'ভিড-১৯ৰ উপস্থিত ধৰা পৰা যুৱতীগৰাকী হ'ল অঞ্চলটোৰ গেৰেকীচুক (কেৱাৰীচুক)ৰ শান্তি বৰা(২১)। কৰ্মসূত্ৰে দিল্লীৰ নইদাত থকা যুৱতীগৰাকী ৰাজ্যলৈ ঘূৰি
Read More...

ডবকা ভেলৌগুৰিত জঘন্য ঘটনা, ১৪ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি ঘৰতেই পেলাই থৈ গল মৃতদেহ ।

ডবকা : জঘন্য, অমানৱীয়, মৰ্মান্তিক এক শিহৰণকাৰী ঘটনা সংঘটিত হৈছে ডবকাৰ ভেলৌগুৰি আদৰ্শ গাঁৱত। এগৰাকী নাবালিকা কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰি ঘৰতেই পেলাই থৈ গল মৃতদেহ। এই ঘটনাই অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাটো সংঘটিত
Read More...

হোজাইৰ নীলবাগানত কোৱাৰেন্টাইন হৈ থকা লোকসকলৰ এক প্ৰশংসনীয় পদক্ষেপ ।

ডবকা : যি সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত কোৱাৰেন্টাইন কেন্দ্ৰ/হোম কোৱাৰেন্টাইন হৈ থকা  লোক সকলৰ একাংশই স্বাস্থ্য কৰ্মী আৰু আৰক্ষীক দুৰ্ব্যৱহাৰ কৰি অহাৰ অভিযোগ উত্থাপিত  হৈ আহিছে, তেনে সময়তে হোজাই জিলাৰ নীলবাগান দাৰুল উলুম মেথিগাঁও মাদ্ৰাছা
Read More...

জলসম্পদ বিভাগৰ নাজিৰা উপ-সংমণ্ডল কাৰ্যালয়ত সহকৰ্মী অভিযন্তাক ছুৰিকাঘাতৰ ঘটনা : অৱশেষত চাকৰিৰ পৰা…

নাজিৰা : জলসম্পদ বিভাগৰ নাজিৰা উপ-সংমণ্ডল কাৰ্যালয়ত সহকাৰী কাৰ্যবাহী অভিযন্তা আৰু কণিষ্ঠ অভিযন্তাৰ মাজত সংঘটিত হোৱা ছুৰিকাঘাতৰ ঘটনাৰ মূল অভিযুক্ত অৰুণ চন্দ্ৰ বৰা নামৰ কণিষ্ঠ অভিযন্তা গৰাকী অৱশেষত চাকৰিৰ পৰা নিলম্বিত হ'ল। এক সূত্ৰৰ পৰা জনা
Read More...

বকোৰ ছমৰীয়াত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, জনসম্পৰ্ক কাৰ্যসূচীৰ শুভাৰম্ভ ।

সোণতলী :  কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত ছমৰীয়াত কালি মুখ্যমন্ত্ৰীগৰাকীয়ে জনসম্পৰ্ক অভিযান কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে৷ জনসম্পৰ্ক অভিযানকালত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মোডী চৰকাৰৰ কাৰ্যকালৰ সফলতাৰ এটি খতিয়ান আৰু
Read More...

ক’ৰোনাৰ বাবে নিয়ম সলনি কৰিবলৈ বাধ্য হ’ল ৰামনুজনৰ অধ্যক্ষই : ৰামানুজনৰ ছাত্ৰ-ছাত্ৰীক…

নগাঁও : উচ্চতৰ মাধ্যমিকৰ কলা আৰু বিজ্ঞান শাখাৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত বিগত বৰ্ষসমূহত চমকপ্রদ সফলতাৰ ধাৰা অক্ষুণ্ণ ৰখা নগাঁও চহৰৰ ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ত মোবাইল ফোন অথবা লেপটপ ছাত্ৰ-ছাত্ৰীৰ বাবে নিষিদ্ধ কৰাৰ বাতৰিয়ে প্ৰতিবাৰেই
Read More...

আলোকৰ বিশেষ সম্বৰ্ধনা অনুষ্ঠান ।

জামুগুৰিহাট : বিশ্বনাথ জিলাৰ নাগশংকৰ মৌজাৰ এক অন্যতম সামাজিক, সাংস্কৃতিক আৰু স্বেচ্ছাসেৱী অনুষ্ঠান আলোকৰ উদ্যোগত বিগত বৰ্ষসমূহৰ দৰে এইবাৰো ইতিহাস প্ৰসিদ্ধ শ্ৰীশ্ৰী নাগশংকৰ দেৱালয়ৰ সহভূমি চমাৰ দলনিস্থ দক্ষিণ নাগশংকৰ উচ্চ মাধ্যমিক
Read More...

হোজাইত আছাম টার্গেটেড ছার্ভিলিয়েঞ্চ প্রগ্রাম ” (ATSP)। এসপ্তাহৰ ভিতৰত ৫০ হেজাৰতকৈ অধিক লােকৰ কোভিড…

হোজাই : সমগ্ৰ দেশৰ লগতে অসমতাে কভিড - ১৯'ক আৰু অধিক কাৰ্য্যকৰীভাৱে প্ৰতিৰােধ আৰু নির্মুল কৰাৰ লক্ষ্যৰে অসমৰ স্বাস্থ্য বিভাগে ১৭ জুন ২০২০ তাৰিখৰ পৰা “ আছাম টার্গেটেড ছার্ভিলিয়েঞ্চ প্রগ্রাম ” ( ATSP ) শীর্ষক এক গুৰুত্বপূৰ্ণ কাৰ্যসূচী
Read More...

নলবাৰীত জ্বলিল চীনৰ ৰাষ্ট্ৰপতি প্ৰতিমূৰ্তি সহ পতাকা।

নলবাৰী : সমগ্ৰ বিশ্বজুৰি এতিয়াও অব্যাহত আছে কৰণা ভাইৰাচৰ সন্ত্ৰাস । এনে মহামাৰীৰ সন্ত্ৰাস চলি থকাৰ সময়তে বৰ্তমান  ভাৰতবৰ্ষৰ চুবুৰীয়া দেশ চীন সৈতে যুদ্ধ সংকুল বাতাবৰণৰ সৃষ্টি হয় আছে । তেনে সময়তে লাডাখৰ চীন ভাৰতৰ সীমান্তত ভাৰতীয়
Read More...

কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান পৰিদৰ্শন শীৰ্ষ বন বিষয়াৰ ।অতিৰিক্ত প্ৰধান মুখ‍্য বন সংৰক্ষক এম. কে. যাদৱৰ…

কলিয়াবৰ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ কঠাল চাং বন শিৱিৰত অনুষ্ঠিত হয় এক সংবাদ মেল। কলিয়াবৰ আৰক্ষী তথা বিশেষ কৰ্তব‍্যৰত বাহিনীৰ সহযোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান কৰ্তৃপক্ষই চাৰি চোৰাং চিকাৰী আটক কৰি এক সফল অভিযান সম্পন্ন কৰে। যাদৱে
Read More...