Breaking

Browsing Category

স্থানীয় বাৰ্তা

অসমৰ নীল বিপ্লৱত নৱ-সংযোজনেৰে স্বাৱলম্বী কৰাৰ প্ৰয়াস । গ্ৰাম‍্য অৰ্থনীতি উন্নয়নৰ বাবে ঘৰে-ঘৰে…

ঘৰে-ঘৰে পুখুৰী, ঘৰে-ঘৰে পুখুৰী", সেই পদক্ষেপৰ অন্তৰ্গত আজি অসমৰ ম‍ৎস‍্য উৎপাদনৰ ক্ষেত্ৰত সংযোজন হ'ল এক নৱ পদক্ষেপ। কলিয়াবৰৰ উলুৱনীত স্থাপিত কলিয়াবৰ একুৱাটেক। পোণ প্ৰথমে ইজৰাইলত আৰম্ভ হোৱা পুণৰাৱৰ্তন জলীয় কৃষি পদ্ধতিত মৎস পালনেৰে ৰাজ‍্যৰ
Read More...

টীয়ক চাহ বাগিছাত গছ পুলি ৰোপণ কাৰ্যসূচী ।

টীয়কৰ পৰা অঞ্জন প্ৰকাশ   কৃষি বিজ্ঞান কেন্দ্ৰ যোৰহাটৰ উদ্যোগত আৰু বেচৰকাৰী সন্থা ৰেঙণি এটি আশাৰ সহযোগত টীয়ক চাহ বাগিছাত আজি বিশ্ব পৰাবেশ দিৱসৰ লগত সংগতি ৰাখি গছ পুলি ৰোপণ কাৰ্যসূচী গ্ৰহণ কৰা হয়।বাগিছাত কৰ্মৰত কেইবাগৰাকীও শ্ৰমিকৰ
Read More...

পুনৰ বিতৰ্কত নগাঁৱৰ জি ডি নাৰ্ছিং । হোম ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি নগাঁৱৰ নাৰ্ছিং হোমত উত্তপ্ত…

নগাঁও এগৰাকী ৰোগীৰমৃত্যুক কেন্দ্ৰ কৰি আজি পুৱা এক উত্তপ্ত পৰিস্হিতিৰ স্হিতি হয় নগাঁৱৰ জিডি নাৰ্ছিং হোমত।জানিব পৰা মতে নগাঁৱৰ কাছমাৰীৰ হিৰণ্য বৰুৱা নামৰ এগৰাকী শিক্ষকৰ মৃত্যুক কেন্দ্ৰ কৰি এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।উল্লেখযোগ্য যে
Read More...

ক’ৰোণা মহামাৰীৰ পৰা পৰিত্ৰাণ বিচাৰি টীয়কৰ চটাইস্থিত দক্ষিণপাট গৃহ আশ্ৰমী সত্ৰত দুদিনীয়া…

টীয়কৰ পৰা অঞ্জন প্ৰকাশ  সমগ্ৰ বিশ্বৰ আজি অসুখ  দেশে দেশে মহামাৰী ক’ৰোনাৰ সংহাৰ জনতা গৃহবন্দী৷ প্ৰতিখন দেশৰ ব্যৱসায় বানিজ্য তথা অৰ্থনৈতিক অৱস্থা ক্ৰমাৎ জতিল হৈ আহিছে দেশৰ এনে জতিল অবস্থাৰ পৰা পৰিত্ৰাণ বিছাৰি  জনতাই আজি আঠু লৈছে
Read More...

সোণতলীৰ বগুৰিগুৰিত মছজিদৰ মাটি বেদখলৰ চেষ্টা ভূ-মাফিয়াৰ ৷ চাৰিজন আটক ৷

সোণতলী  মজজিদৰ নামত দান কৰা মাটি বেদখন কৰিবলৈ উঠি পৰি লাগিছে এটা ভূ-মাফিয়াৰ চক্ৰ ৷দক্ষিণ কামৰূপৰ বকো সমষ্টি অন্তৰ্গত বগুৰিগুৰিত সংঘটিত হৈছে এনে ঘটনা ৷ দীৰ্ঘদিনীয়া পৰিকল্পনাৰে মছজিদৰ মাটি বেদখন কৰিবলৈ লোৱা ভূ-মাফিয়া চক্ৰটোৰ বিৰুদ্ধে
Read More...

নামখলাত যুৱকৰ মৃতদেহ উদ্ধাৰ ৷

নামখলাৰ পৰা দ্বীপেন ডেকাৰ ৰিপৰ্ট নামখলাৰ সৰাবাৰীত যুৱকৰ মৃতদেহ উদ্ধাৰ। কৰ’না আতংক আৰু লক ডাউন ৰ মাজতে আজি পুৱা ৭:০০মান বজাত দৰঙৰ সৰাবাৰী হাইস্কুলৰ ওচৰত পৰিতক্ত্য অৱস্থাত এটি মৃতদেহ উদ্ধাৰ হয় ৷ মৃতদেহটো প্ৰায় ৩৪ বছৰ বয়সৰ যুৱকৰ।
Read More...

জামুগুৰিহাটৰ দৰিদ্ৰ পৰিয়ালৰ তিনি মেধাৱী ছাত্ৰ ছাত্ৰীক সহায়ৰ বাবে আগবাঢ়ি আহিল সু-হৃদয়বান লোক ৷

জামুগুৰিহাট দৰিদ্ৰতাকো নেঁওচি সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতাৰে উৰ্ত্তীৰ্ণ হোৱা জামুগুৰিহাটৰ  তিনি মেধাৱী ছাত্ৰ ছাত্ৰী ক্ৰমে মৰণকুৰীৰ নীলাক্ষী বৰা,হাটীঙা ৰামপুৰৰ শান্তনু হাজৰিকা আৰু বামুণবাৰী গাঁৱৰ ভাৰতী দেৱীৰ বাতৰি
Read More...

নগাঁৱৰ দুটা সমষ্টিক সংযোগ কৰা এটা গুৰুত্বপূৰ্ণ পথৰ বিধ্বস্ত ৰূপে জলাকলা খুৱাইছে পথচাৰীক ৷

ননৈ নগাঁও জিলাৰ বটদ্ৰৱা আৰু নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত নগাঁও গ্ৰাম্য পথ সংমণ্ডলৰ অধীনস্থ এটি অতি গুৰুত্বপূৰ্ণ পথ নগাঁও-বৰভেটি-কাছমাৰী-চকলাঘাট চাৰিআলি মাজ-জাজৰি হৈ জাজৰি শিমলুতল সংযোগী পথটি ৷ নগাঁও চহৰৰ পৰা বৰভেটি-কাছমাৰী-চকলাঘাট
Read More...

জুইৰ লেলিহান শিখাৰ মাজত মুখ্যমন্ত্ৰীৰ অভয়দান অৰ্থহীন ! বাঘজান কাণ্ডৰ প্ৰশ্ৰয় দিয়া প্ৰতিজন অপৰাধীক…

নাজিৰা যোৱা ২৭ মে'তেই তেল গেছৰ উদ্গীৰণ ঘটি সমগ্ৰ বাঘজান গাঁও আৰু ডিব্ৰু-ছৈখোৱাৰ সৈতে সংলগ্ন মাগুৰী মটাপুং বিল আৰু কলীয়াপানীলৈ কঢ়িয়াই অনা অশনি সংকেতক জনসাধৰণৰ পৰা লুকুৱাই ৰখাৰ প্ৰচেষ্টা চলি ৰোৱাৰ সন্দেহ ঘনীভূত হৈছে । তেল গেছ নিগৰ্মণৰ
Read More...

এম্বুলেন্সৰ পৰা পলায়ন কৰা কোভিড আক্ৰান্ত ৰোগীক আটক ।

নগাঁও  কোভিড-১৯ ত আক্ৰান্ত এজন ৰোগীয়ে কালি নিশা ১০৮ এম্বুলেন্সৰ পৰা পলায়ন কৰা এক ঘটনাক কেন্দ্ৰ কৰি নগাঁৱত চাঞ্চল্যৰ সৃষ্টি হয় । অৱশ্যে আৰক্ষীয়ে নিশাই কোভিড আক্ৰান্ত লোকজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে  তেলেংগানাৰ পৰা
Read More...