Breaking

Browsing Category

স্থানীয় বাৰ্তা

বাঘজান তৈলক্ষেত্ৰৰ উদ্গীৰণৰ নৱম দিনঃ জনসাধৰণৰ সুৰক্ষাক গৌণ কৰা হৈছে কিয় ? অইল, অ’এন জি চিত…

দিলীপ হাজৰিকা : নাজিৰাঃ জুইৰ উত্তাপত দহি যোৱাৰ দৰে  উৎকট প্ৰদূষণত এফালৰপৰা ৰাইজৰ বাৰীত উৎপাদিত ফচল আৰু পোহনীয়া জীৱ-জন্ত্তকে ধৰি প্ৰকৃতিৰ পৰিৱেশ  ধ্বংস কৰি মানুহক ঘৰ-বাৰী এৰি যোৱাৰ আতংক জাপি দিয়াৰ অধিকাৰ অইল ইণ্ডিয়াই ক'ত পালে ? এই
Read More...

ৰাজপথৰ সংকীৰ্ণ বজাৰেহে বিপদ কঢ়িওৱাৰ আশংকা ঘনীভূতঃ ক’ৰোনাৰ আশংকাতে বন্ধ দৈনিক বজাৰ ।

দিলীপ হাজৰিকা : নাজিৰাঃ নাজিৰা নগৰত পৌৰসভাৰ দ্বাৰা পৰিচালিত দৈনিক বজাৰৰ দুৰাৱস্থাৰ মাজতে আহি পৰা ক'ৰোনাৰ সংক্ৰমণৰ পৰা ব্যৱসায়ী আৰু গ্ৰাহক ৰাইজক সুৰক্ষিত ৰখাৰ স্বাৰ্থত লকডাউনৰ ঘোষনাৰ লগে লগে বজাৰখন বন্ধ হৈ পৰে ।  আনহাতে অতিশয় ঘোপ-মৰা
Read More...

মাশ্বৰুম খেতিৰে স্বাৱলম্বিতাৰ অপূৰ্ব নিৰ্দশন বৰবাৰী-বামুনিৰ জয়ন্ত কলিতা-তুলু বৰাৰ ৷

দৈনন্দিন বাৰ্তাৰ সেৱা,ননৈ নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত বৰবাৰী-বামুনিৰ ধনতলা জংঘল গাঁৱৰ এহাল কৰ্মোদ্যমী দম্পতীয়ে নিজৰ বুদ্ধিমত্ৰাৰ পৰিচয়ৰে তথা বাহুৰ বলেৰে কৰি গৈছে আন এক জীৱন সংগ্ৰাম ৷ লকডাউনৰ এই ভয়াৱহ পৰিস্থিতিৰ সময়তো থমকি
Read More...

হোজাইত পুনৰ ৰেলৰ চেইন টানি পলায়ন যাত্ৰীৰ ।

লংকা : আজি হোজাইৰ  শংকৰদেৱ নগৰত  স্বাস্থ্য মন্ত্ৰী হিমন্ত  বিশ্ব শৰ্মা উপস্থিত থকা সময়তে হোজাইত বিয়লি উপস্থিত হোৱা  ব্ৰহ্মপুত্ৰ মেইলত  পুনৰ ৰে'লৰ চেইন টানি যাত্ৰীৰ পলায়ন কৰা ঘটনাই তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উল্লেখ্য যে  আজি
Read More...

হোজাইত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ সভা । হোজাই স্বাস্থ্য বিভাগত খালী থকা পদসমূহ শীঘ্ৰেই…

হোজাই হোজাই জিলাত দ্ৰুতগতিত কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ সময়তেই শনিবাৰে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,বিত্ত আদি বিভাগৰ মন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মা ,তেজপুৰ লােক সভা সমষ্টিৰ সাংসদ পল্লৱলােচন দাস আৰু স্বাস্থ্য ও পৰিয়াল
Read More...

নগাঁও কলেজৰ একাংশ ছাত্ৰ-ছাত্ৰীৰ প্ৰশংসনীয় পদক্ষেপ : অভিভাৱকে দিয়া টিফিন খৰচৰ এটা অংশ ৰাহি কৰা ধনেৰে…

এ জে আকন্দ‌, নগাঁও নগাঁও মহাবিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে গ্ৰহণ কৰা এক অভিনৱ কাৰ্যসূচীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। মহাবিদ্যালয়খনৰ পঙ্কজ বৰা, সৌৰভ দাস, ধিৰাজ কাশ্যপ নাথ, সুপ্ৰিয়া চৰকাৰ, পিন্স ডেকা আদিকে ধৰি
Read More...

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা শিৱসাগৰত ক’ভিড-১৯ ৰোগৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত…

শিৱসাগৰ ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, বিত্ত, শিক্ষা আদি বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যোৱা নিশা শিৱসাগৰ জিলাত উপস্থিত হৈ জিলাখনত প্ৰশাসনৰ লগতে বিভিন্ন বিভাগে ক'ভিড-১৯ ৰোগৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত গ্ৰহণ কৰা
Read More...

ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু আণ্ডাৰ ৱ’ৰ্ল্ড ডন ডাউদ ইব্রাহিমৰ !

দৈনন্দিন বাৰ্তাৰ আন্তৰ্জাতিক ডেস্ক ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে আণ্ডাৰ ৱ’ৰ্ল্ড ডন ডাউদ ইব্রাহিমৰ৷ চোৰাংচোৱাৰ সূত্ৰত প্ৰকাশ এই খবৰ৷ প্ৰাপ্ত তথ্য মতে পাকিস্তানৰ কৰাচী চহৰৰ লিয়াকট সামৰিক হাস্পতালত ডাউদ ইব্রাহিমক ভৰ্ত্তি কৰোৱা হৈছিল৷
Read More...

অসম – নাগালেণ্ড সীমান্তৰ গেলেকী দেওপানীত সেনা-আৰক্ষীৰ অভিযানঃ পিষ্টল-গুলীসহ এজন দুধৰ্ষ ডকাইত…

নাজিৰা যোৱা নিশা নাজিৰা মহকুমাৰ অসম-নাগালেণ্ড সীমান্তবৰ্তী গেলেকী দেওপানীত সেনা-আৰক্ষীৰ যুটীয়া অভিযানত এজন দুধৰ্ষ ডকাইত আটক হয়।আটকাধীন দুধৰ্ষ ডকাইতজনৰ পৰা এটা পিষ্টল আৰু কেইবাজাই গুলী উদ্ধাৰ কৰে।ঘটনা সন্দৰ্ভত জানিব পৰা মতে যোৱা নিশা
Read More...

টীয়কত শিল্পী সাংস্কৃতিক কৰ্মীলৈ কৃতজ্ঞতামূলক সাহায্য প্ৰদান ।

টীয়কৰ পৰা অঞ্জন প্ৰকাশ । সাম্প্ৰতিক পৰিস্থিতিৰ সন্মুখীন হৈ শিল্পজীৱী বৰেণ্য ব্যক্তি সকল আৰ্থিক সংগ্ৰামৰ সন্মুখীন হৈছে । এই সময়ত সাংস্কৃতিক কৰ্মী তথা শিল্পীসকলে সমাজলৈ আগবঢ়োৱা সেৱাৰ স্বীকৃতি স্বৰূপে তেওঁলোকৰ কাষত থিয় দিয়াটো সামাজিক
Read More...