Breaking

Browsing Category

স্থানীয় বাৰ্তা

বেংকসমূহে লাভ কৰা নাই চৰকাৰৰ নিৰ্দেশাৱলী।লকডাউনকালীন চৰকাৰী সাহাৰ্য ঘোষণাতে আবদ্ধ।

গুৱাহাটী দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে লকডাউনৰ দীঘলীয়া সময়ছোৱাত ক্ষয়-ক্ষতিৰ সন্মুখীন হোৱা অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহৰ সকাহৰ বাবে এলানি আৰ্থিক অনুদানমূলক আঁচনি ঘোষণা কৰিছিল।
Read More...

কোৱাৰেণ্টাইনৰ নিয়ম উলংঘাকাৰীৰ বিৰুদ্ধে অধিক কঠোৰ হওঁক : হিন্দু যুৱ ছাত্ৰ ।

গুৱাহাটী কোৱাৰেণ্টাইনৰ নিয়ম উলংঘাকাৰীৰ বিৰুদ্ধে অধিক কঠোৰ হ’বলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে হিন্দু যুৱ ছাত্ৰ পৰিষদ, অসমে। আজি বাতৰি কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিৰ জৰিয়তে এই দাবী উত্থাপন কৰি পৰিষদৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্যই কয় যে
Read More...

৩৮ জনলৈ বৃদ্ধি দৰঙত ক’ভিড আক্ৰান্তৰ সংখ্যা । কনটেইনমেন্ট জ’ন ঘোষণা খাৰুপেটীয়া…

মঙলদৈ  দৰঙত দ্ৰুত হাৰত বৃদ্ধি পাব ধৰিছে ক'ভিড আক্ৰান্তৰ সংখ্যা । দৰঙত চিকিৎসাধীন হৈ থকা ক'ভিড আক্ৰান্তৰ সংখ্যা ৩৮ জনলৈ বৃদ্ধি পালে । বৃহস্পতিবাৰে নিশা ৪ জন লোকৰ দেহত ক'ভিডৰ উপস্থিতি ধৰা পৰাৰ পিছত শুকুৰবাৰে আন ১৩ জনৰ শৰীৰত ধৰা পৰে ক'ভিডৰ
Read More...

বিশ্ব পৰিবেশ দিৱসত দেৱালত চিত্ৰ অংকনেৰে কৰোনাৰ বিৰুদ্ধে সজাগতা সৃষ্টি নগাঁৱৰ এটি পৰিয়ালৰ ।

নগাঁও বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত কৰোনা ভাইৰাছ সংক্ৰমণৰ ক্ষেত্ৰত লবলগা সৱধানতা আৰু সজাগতা সৃষ্টিৰ লক্ষ্যৰে নগাঁও চহৰৰ এটি পৰিয়ালৰ কেইজনমান  সদস্যই চলোৱা ব্যতিক্ৰমী প্ৰয়াসে বহুতৰে দৃষ্টি আকর্ষণ কৰে। নগাঁও চহৰৰ চীনাপট্টি অঞ্চলৰ  
Read More...

বটদ্ৰৱা উন্নয়ন খণ্ডত আচনি ৰূপায়ণৰ নামত লুন্ঠনৰ বজাৰ । একাধিক পঞ্চায়তৰ দায়িত্ব বহন কৰিছে কেবাজনো…

এ জে আকন্দ‌, নগাঁও  দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ বাবে কংগ্ৰেছ চৰকাৰক অসম ৰাইজে উৎখাত কৰি দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য শহনশীলতা গ্ৰহণ কৰাৰ শ্লোগান দিয়া বিজেপিক শাসনৰ গাদীত বহাইছিল। কিন্তু সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন চৰকাৰখনৰ দিনতো বিভিন্ন বিভাগত
Read More...

ফণীধৰ বৰাৰ মৃত্যুক লৈ আজিও উত্তাল জাজৰি : উচিত শাস্তিৰ দাবী। ফাষ্ট ট্ৰেক আদালতত গোচৰ চলোৱাৰ…

নগাঁও আৰক্ষীৰ প্ৰহাৰত চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱতি লোৱা জাজৰিৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক ফণীধৰ বৰাৰ হত্যাৰ উচিত শাস্তিৰ দাবীত আজি বন্ধ ৰখা হয় জাজৰি বজাৰ। উল্লেখযোগ্য যে সদৌ অসম ছাত্ৰ সন্থাৰ হাতীচোং আঞ্চলিক শাখাৰ প্ৰাক্তন
Read More...

দৰঙত এখন বৃহৎ নেমু বাগান মুকলি : মুকলি কৰে বিধায়ক গুৰুজ্যোতি দাসে । দৰং জিলা একলাখ বৃক্ষ ৰোপন গোটৰো…

মঙলদৈ পৰা অজয় ডেকা এখন বৃহৎ নেমু বাগিচা মুকলি কৰি দৰং জিলা প্ৰশাসনে শুকুৰবাৰে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰে । শালৈপাৰা প্ৰাথমিক বিদ্যালয়ৰ চৌহদৰ প্ৰায় ৩ বিঘা জোৰা মাটিৰ ১৬৫ জোপা নেমুগছৰ এই বাগানখনৰ মুকলি কৰে মঙলদৈ সমষ্টিৰ বিধায়ক
Read More...

বিধায়ক শিলাদিত্যৰ পত্নী – পুত্ৰক হোম কোৱাৰেন্টাইন। এন আৰ চিত নাম কটা যোৱা সকলে হোজাইত ৰেলৰ…

লংকা কালি বিমান যোগে কলিকতাৰ পৰা গুৱাহাটীলৈ অহা হোজাইৰ বিধায়ক শিলাদিত্য দেবৰ পত্নী আৰু পুত্ৰ ক স্বাস্থ্য বিভাগে আজি বিধায়কজনৰ লংকাৰ জোৰাপুখুৰীস্হিত নিজ গৃহত হোম কোবাৰেণ্টাইনত কৰিছে ।
Read More...

বিস্ফোৰণৰ নৱম দিনলৈকে অনিয়ন্ত্ৰিত অৱস্থাত বাঘজান তৈলখাদ : জীৱন, সম্পত্তিৰ নিৰাপত্তা বিচাৰি পাঁচ…

ডিৰাক সীমান্ত,  শ শ অসমীয়াৰ জন জীৱনকলৈ হেতালী খেলিছে অইল ইণ্ডিয়া কতৃপক্ষই ৷ চৰকাৰেও ভাও ধৰিছে চকুমুদা কুলিৰ ৷ যাৰ পৰিণতিত সকলো থাকিও বিগত ৯ টা দিনে জীৱনৰ মোহত আশ্ৰয় শিৱিৰত থকা শ শ ৰাইজে আজি প্ৰতিকুল বতৰকো নেউচি বাহিৰ কৰিলে প্ৰতিবাদী
Read More...

শিমলুগুৰি জংচনৰ লেভেল কচিঙত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা : ১ জন আহত ।

ফাৰহাদ আহমেদ লস্কৰ, গেলেকী লক ডাউনৰ কিছু শিথিলতাৰ সুযোগ লৈ উদণ্ড মটৰ চাইকেল আৰোহীৰ তাণ্ডৱ । বাট-পথ বিধ্বস্তৰ বিপৰীতে তীব্ৰবেগী বাহনৰ আতংক । নাজিৰা মহকুমা অন্তৰ্গত শিমলুগুৰি ৰে'ল জংচনৰ কাষতে থকা লেভেল কচিঙত ৪জুনৰ নিশা এখন নম্বৰ
Read More...