Breaking

Browsing Category

স্থানীয় বাৰ্তা

নাজিৰাত ক’ৰনা ৰোগীক লৈ ফেচবুকত ভুৱা প্ৰচাৰ : ১ জন গ্ৰেপ্তাৰ ।

গেলেকী  সামাজিক মাধ্যমত অপপ্ৰচাৰ চলাই আতংকিত কৰিব বিচৰা লোকৰ ওপৰত শেন চকু অসম আৰক্ষী চাইবাৰ চেইলৰ । ছ'চিয়েল মিডিয়া ফেচবুকত আপত্তিজনক মন্তব্যৰে ভুৱা প্ৰচাৰ চলাই আটক হ'ব লগা হ'ল নাজিৰাৰ এজন যুৱক । ৪জুনৰ দিনা নাজিৰা মহকুমা ৰজাপুলৰ
Read More...

গড়গাঁও কোৱাৰেন্টীন কেন্দ্ৰৰ আবাসী পলোৱাৰ ভূৱা বাৰ্তাঃ নাজিৰাত আটক ১ ।

নাজিৰা নাজিৰাৰ গড়গাঁও কলেজ চাব-ডিভিজনেল কোৱাৰেন্টাইন কেন্দ্ৰত বৰ্তমানলৈকে ৫৪ জন আবাসী থকা বুলি জানিব পৰা গৈছে । সময়ে সময়ে স্বাৱ পৰীক্ষাৰ ফলাফলত নিগেটিভ পোৱা বহুকেইজন আবাসীক কেন্দ্ৰটোৰ পৰা ঘৰলৈ যাবলৈ দিয়াৰ লগতে পৰৱৰ্ত্তী সাদিন হোম
Read More...

লোক সংস্কৃতিৰ বিশিষ্ট গবেষক চাও লোকেশ্বৰ গগৈ চিকিৎসাধীন । আশু আৰোগ্যৰ প্ৰাৰ্থনা ।

ৰহা লোক সংস্কৃতিৰ বিশিষ্ট গবেষক , ৰহাৰ এগৰাকী জেষ্ঠ নাগৰিক , অৱসৰপ্ৰাপ্ত শিক্ষাবিদ , ৰহা নগৰৰ ১নং ৱাৰ্ডৰ গড়মাৰি নিবাসী চাও লোকেশ্বৰ গগৈ চিকিৎসাধীন । যোৱা কালি লোক সংস্কৃতিৰ গবেষক গৰাকীৰ শাৰীৰিক অসুস্হতাৰ
Read More...

মংগলদৈ সমষ্টিত অসম আদৰ্শ গ্ৰাম যোজনাৰ ৫০ লাখ টকা আঁচনিৰ শুভ উদ্বোধন সাংসদ দিলীপ শইকীয়াৰ ৷

দৰঙৰ পৰা জয়দেৱ ডেকা দৰঙত " অসম আদৰ্শ গ্ৰাম যোজনা " ৰ অধিনত ৫০ লাখ টকাৰ কেইবাটাও আঁচনিৰ শুভ উদ্বোধন কৰে মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই ৷ মংগলদৈ বিধানসভা সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত এক বিপ্লৱৰ সূচনা কৰি অতি
Read More...

আজমল পাৰফিউম কোম্পানীৰ কৰ্মচাৰী ছমহীয়া সন্তানক বিষ খোৱাই -পিতৃয়ে কিয় আত্মহত্যা কৰিলে ?

কৰিমগঞ্জ কৰিমগঞ্জৰ বাৰইগ্ৰাম এলেকাৰ ইলাশপুৰ গাঁওত আজি এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । সন্তানক বিষ খোৱাই নিজেও  আত্মহত্যা কৰিলে এগৰাকী পিতৃয়ে  । পিতৃ মঞ্জুৰ আহমেদে পুত্ৰক বিষপান কৰাই নিজেও বিষ পান কৰিছিল । এই ঘটনাৰ পিছত  পৰিয়ালৰ লোকে
Read More...

গৰৈমাৰীত গাওঁ পঞ্চায়তৰ কংগ্ৰেছী সভানেত্ৰীক কংগ্ৰেছ দলৰ পৰা বহিস্কাৰ : দল বিৰোধী কাৰ্যকলাপ ও…

সোণতলী দক্ষিণ কামৰূপৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত তথা গৰৈমাৰী উন্নয়ন খণ্ডৰ অধীনস্থ দুখনকৈ গাওঁ পঞ্চায়তৰ পঞ্চায়ত সভানেত্ৰীক দলৰ পৰা বহিস্কাৰ কৰা হয়। উল্লেখ্য যে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ কামৰূপ জিলা কংগ্ৰেছ কমিটীৰ নিৰ্দেশমৰ্মে গৰৈমাৰী
Read More...

পালছাৰ বাইক চুৰিঃ ব্যৰ্থ আৰক্ষীৰ ।

গুৱাহাটী ।  মহানগীৰত লকডাউনৰ মাজতে চুৰি হ'ল এখন পালছাৰ বাইক।প্ৰাপ্ত তথ্যমতে  বেলতলা চাৰ্ভে অঞ্চলৰ ইয়ুকো বেংকৰ সমীপতে সংঘটিত হয় এইচুৰি কাণ্ড।বাইকখনৰ গৰাকী তথা সংবাদকৰ্মী মোছাদ্দিক হোছেইন উক্ত স্থানত কম্পিউটাৰৰ বিশেষ কামত ব্যস্ত
Read More...

নগাঁৱত অসম মানৱ অধিকাৰ আয়োগৰ দল : কোৱাৰেন্টাইন চেন্টাৰ আৰু নগাঁও কাৰগাৰ পৰিৰ্দশন ।

নগাঁও আজি অসম মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ ন্যায়াধীশ টি, ভায়োহাই, সদস্য এন, কে, বৰা আৰু ডি, কে, শইকীয়া আহি নগাঁওত উপস্থিত হয়। তেওঁলোকে প্ৰথমে নগাঁওৰ অৱৰ্ত ভৱনত উপস্থিত হৈ জিলা প্ৰশাসনৰ লগত এক বৈঠকত মিলিত হয়। এই বৈঠকত জিলা উপায়ুক্ত
Read More...

জাজৰিত আৰক্ষীৰ বৰ্বৰতাৰ বলি হ’ল গাওঁৰক্ষী বাহিনীৰ সভাপতিঃ আৰক্ষী থানাৰ ভিতৰত আৰক্ষী লেই লেই…

বটদ্ৰৱা যিসময়ত আৰক্ষীয়ে লকডাউন মাজত কৰ'ণাৰ বিৰুদ্ধে প্ৰাণে পনে যুঁজি জনসাধাৰণৰ কাষত থাকি কৰ'ণা যুঁজৰ অক্লান্ত সেনানী হিচাপে সেৱাৰ মানসিকতা অৱ্যাহত ৰাখিছিল সেই সময়ত নগাওঁ জিলাৰ জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অৱস্থিত কোৱাৰাইন্টাইন
Read More...

অগপত গৃহকন্দল,অতুল-কেশৱৰ সমিতি অবৈধ। আই টি ছেলৰ পৰা বাদ পৰিল প্ৰফুল্ল-উৎপল-বৃন্দাবন-পবিন্দ্ৰ।

গুৱাহাটী । লকডাউনৰ মাজতে অসম গণ পৰিষদ দলৰ মাজত দেখা দিছে গণবিদ্ৰোহে।দলৰ নেতৃত্বই 'কা' বিৰোধী বিধায়কক এঘৰীয়া কৰি বাংলাদেশীক নাগৰিকত্ব দিয়াৰ পক্ষত শক্তি সঞ্চয় কৰিছে।লগতে অবৈধভাবে বৰ্তমানৰ নেতৃত্বই দলৰ পদবী খামুচি থকাৰ অভিযোগ
Read More...