Breaking

Browsing Category

স্থানীয় বাৰ্তা

পুনৰ ১১ জনৰ শৰীৰত ক’ভিড-১৯ ৰ উপস্থিতি খাৰুপেটীয়াত ।

দলগাও দৰঙতো দ্ৰুত হাৰত বৃদ্ধি পাইছে ক'ভিড আক্ৰান্তৰ সংখ্যা । বুধবাৰৰ দিনটোত ছিপাঝাৰ সামূহিক স্বাস্থ্য কেন্দ্ৰত আছুতীয়া কক্ষত থকা দুজন আৰু খাৰুপেটীয়া মহাবিদ্যালয়ৰ কোৱাৰান্টাইন  চেন্টাৰত থকা  ১১ জন লোকৰ শৰীৰত ক'ভিড-১৯ ৰ উপস্থিতি ধৰা
Read More...

গুৱাহাটীৰ মাজমজিয়াত দিন-দুপৰতে বাইক চুৰি

গুৱাহাটী আজি দিনৰ প্ৰায় ১ বজাত গুৱাহাটীৰ বেলতলাৰ ড° ভৱেন্দ্ৰ নাথ শইকীয়া পথৰ পৰা এখন নীলা পালছাৰ বাইক, দুজন যুৱকে চুৰি কৰি লৈ যায়। এই সমগ্ৰ দৃশ্য চি.চি. কেমেৰাত ইতিমধ্যে বন্দী হৈছে। চি.চি টিভিত দেখা গৈছে যে অতি কৌশলেৰে দুজন যুৱকে বাইকখন
Read More...

চাহ শ্ৰমিকৰ নায‍্য প্ৰাপ্তিৰ দাবী আটছাৰ : অসম চাহ নিগমৰ অধীনস্থ বাগিচাসমূহৰ দুৰৱস্থা, চৰকাৰৰ নাই…

কলিয়াবৰ :  কলিয়াবৰ মহকুমাৰ ডিজু ভেলী চাহ বাগিচা চিকিৎসালয়ৰ দুৰৱস্থা। বাগিচাৰ চিকিৎসালয়খনত নাই চিকিৎসক, চিকিৎসাকৰ্মী, নাই পৰ্য‍্যাপ্ত ঔষধ। বছৰ-বছৰ ধৰি অসম চাহ নিগমৰ ডিজু ভেলী চাহ বাগিচাৰ কৰ্তৃপক্ষৰ আওকণীয়া মনোভাৱৰ বাবে দুখীয়া
Read More...

দৰঙত কভি’ড আক্ৰান্ত ৰোগী ২৬ জনলৈ বৃদ্ধি পালে ৷

দৰঙৰ পৰা জয়দেৱ ডেকা ৷ দৰঙৰ ছিপাঝাৰ প্ৰথমিক স্বাস্থ্যকেন্দ্ৰত কোৱাৰেইন্টাইনত থকা দুগৰাকী লোক কোভিদ-১৯ ত আক্ৰান্ত ৷ যোৱা ২৮ মে' তাৰিখে সৰু সজাই কোৱাৰেন্টাইন কেন্দ্ৰৰ পৰা পলাই অহা কোভিদ আক্ৰান্ত দৰঙৰ বেচিমাৰীৰ নিজামুদ্দিনৰ লগত
Read More...

নাজিৰাত ভাৰতীয় ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছৰ সংবাদমেল । তৈলক্ষেত্ৰ পুজিপতি গোষ্ঠীক গতোৱা , সংবিধান…

নাজিৰা  " ভাৰতবৰ্ষৰ পৰিবৰ্তন আৰু বিকাশৰ শ্ল'গান আওৰাই দিল্লী আৰু দিছপুৰৰ শাসনৰ গাদীত বহা বি জে পি নেৰ্তৃত্বাধীন চৰকাৰে পৰিবৰ্তনৰ নামত দেশৰ সুৰক্ষা আৰু বিকাশৰ বাবে গ্ৰহণ কৰা কাৰ্যই শ্ৰমিক -- কৃষক তথা জসাধাৰণক আতংকিত কৰি তুলিছে ।
Read More...

ঢকুৱাখনা মাজ জালভাৰীত সমবায় এজেণ্টৰ চাউল কেলেংকাৰী ।

ঢকুৱাখনা ঢকুৱাখনা মাজ জালভাৰী সমবায় এজেণ্টৰ বিৰুদ্ধে প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি ভুৱা হিতাধিকাৰীৰ নামত চাউল বিতৰণৰ অভিযোগ উত্থাপিত হৈছে। উল্লেখযোগ্য যে ঢকুৱাখনা মাজ জালভাৰী গাঁৱৰ অনন্ত শইকীয়া নামৰ এজেণ্ট জনে বহু বছৰ ধৰি সমবায়
Read More...

হোজাইত কোৱাৰেণ্টাইনৰ ভয়ত চলন্ত ৰেʼলৰ চেইন টানি পলোৱাৰ চেষ্টা ৫৬ জন যাত্ৰীৰ।

হোজাই মুম্বাইৰ পৰা ডিব্ৰুগড়লৈ যাত্ৰী কঢ়িয়াই অনা যাত্ৰীবাহী ৰেলৰ চেইন টানি পলায়নৰ চেষ্টা হোজাই জিলাৰ বহু যাত্রীৰ।নিশা দুই বজাত হোজাই ৰে'ল ষ্টেচন পাৰ হোৱাৰ কিছু মূহুৰ্তৰ পাছতেই হঠাৎ ৰেলখনৰ চেইন টানি পলায়নৰ চেষ্টা চলাইছিল হোজাই
Read More...

বকোৰ বদলা-ৰাঙ্গাপানীত মাতৃস্নেহৰ অপুৰ্ব নিদৰ্শন ৷

 সোণতলী পৃথিৱীৰ এক অন্যতম শব্দ হৈছে মা৷ যাৰ বিষয়ে বৰ্ণনা কৰিলে হয়তো দিন-ৰাতি এক হৈ পৰিব৷ মা হৈছে এজন পূৰ্নাংঙ্গ নাৰী৷ সন্তান গৰ্ভধাৰন, সন্তান জন্ম দিয়াৰ লগতে তাক ডাঙৰ দীঘল কৰাজনেই হৈছে মা যাক অভিভাৱক হিচাপে আমি জানো৷ মা হৈছে সন্তানৰ
Read More...

দিখৌ নদীৰ বুকুত জাহ যোৱাৰ উপক্ৰম ঐতিহাসিক গৰখীয়া দ’ল : বিজ্ঞান সন্মত ভাৱে সৌন্দৰ্যবৰ্ধন আৰু…

দিলীপ হাজৰিকা : নাজিৰা : ছশ বছৰীয়া আহোম ৰাজত্ব কালৰ গৌৰৱময় ইতিহাসৰ সোণালী স্বাক্ষৰ বহন কৰা পৌৰানিক কৃৰ্তিচিহ্ন সমূহৰ উপযুক্ত সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধনৰ ক্ষেত্ৰত চৰকাৰী বিয়াগোম বিভাগ আছে যদিও বিভাগীয় বিষয়া -- কৰ্মচাৰীৰ
Read More...

দৰঙত গীতেৰে কৰ’না ভাইৰাছৰ সজাগতা সৃষ্টিৰ প্ৰয়াস শিক্ষক সোনাৰাম ডেকাৰ

মঙলদৈ পৰা অজয় ডেকা। কৰ’না মহামাৰীৰ বাবে সমগ্ৰ দেশত চলি থকা লকডাউনৰ ৰাজ্যখনৰ প্ৰতিখন শিক্ষানুষ্ঠান বন্ধ হৈ পৰিছে। লকডাউনৰ সময়ছোৱাত দৰং জিলাৰ পৰীক্ষিত নাৰায়ণ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী প্ৰধান শিক্ষক সোনাৰাম ডেকাই
Read More...