Breaking

Browsing Category

স্থানীয় বাৰ্তা

দৰঙৰ ভেৰুৱাৰ ভাস্কৰ কলিতা নামৰ যুৱকজনৰ দুয়োটা বৃক্ক বিকল ৷ অসমৰ ৰাইজৰ সহায় ভিক্ষা পত্নীৰ ৷

দৰঙৰ পৰা জয়দেৱ ডেকা ৷ দৰঙৰ এটা পৰিয়ালৈ নামি আহিছে কাল ধুমুহা ৷ দুটা বৃক্ক বিকল হৈ বিছনাত শৰ্যাশায়ী এজন যুৱক ৷ চিকিৎসাৰ বাবে প্ৰয়োজন ২৫ লাখ টকা ৷ নাম ভাস্কৰ কলিতা ৷ ছিপাঝাৰ সমষ্টিৰ ভেৰুৱাৰ ৩৩ বছৰীয়া যুৱক বিছনাত মৃত্যুৰ সৈতে চৎফতাই
Read More...

কাৰ্বিআংলং জিলাত ৩ টা কৈ দুৰ্ধষ চোৰাং চিকাৰী আটক ।

বোকাজান : কাৰ্বিআংলং জিলা আৰক্ষীয়ে আজি সেনা বাহিনী আৰু চি আৰ পি এফৰ সহযোগত গঁড় চিকাৰীৰ বিৰুদ্ধে জিলা খনত বৃহৎ অভিযান চলাই ৩ টা কৈ দুৰ্ধষ চোৰাং চিকাৰী আটক কৰাৰ লগতে বুজন সংখ্যক সজীৱ গুলীসহ বহু অস্ত্ৰশস্ত্ৰ উদ্ধাৰ
Read More...

পাখিমৰীয়া-খাগৰিজান উন্নয়ন খণ্ডত বি ডি অ’ৰ কমিচনৰাজ !

নগাঁও : নগাঁও জিলাৰ পাখিমৰীয়া আৰু খাগৰিজান উন্নয়ন খণ্ডত বিভিন্ন আঁচনি ৰূপায়ণৰ নামত কমিচন ৰাজ চলোৱাৰ অভিযোগ উঠিছে। বৰ্তমান দুয়োটা উন্নয়ন খণ্ডতে ৰাজনৈতিক প্ৰভাৱ খটুৱাই খণ্ড উন্নয়ন বিষয়াৰ পদ দখল কৰিবলৈ সক্ষম হোৱা শেৱালি
Read More...

নগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দেৱাশীষ বৈশ্যৰ তৎপৰতা : আৰ টি আইৰ তথ্য দিবলৈ কাৰা নিৰ্দেশ ।

নগাঁও :  নগাঁও জিলাৰ বিভিন্ন উন্নয়ন খণ্ডত সৌৰচাকি স্থাপনৰ নামত ব্যাপক দুৰ্নীতি- অনিয়ম সংঘটিত হোৱাৰ অভিযোগ সংবাদ মাধ্যমৰ  শিৰোনামা দখল কৰি আহিছিল। এই আচনি ৰূপায়ণৰ ক্ষেত্ৰত সংঘটিত হোৱা দুৰ্নীতি সন্দৰ্ভত সংবাদ মেলযোগে নগাঁও জিলাৰ
Read More...

শিলাদিত্যৰ সমষ্টিত হাহাকাৰ কৰি থকা শ শ বানাক্ৰান্তক সাহাৰ্য্য বিতৰণ কৰিলে মৰ্কজুল মা’আৰিফে।

হোজাই:  যোৱা চাৰি দিন ধৰি হোজাই জিলাৰ বানাক্ৰান্ত অঞ্চলৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে মৰ্কজুল মা'আৰিফৰ সাহাৰ্য বিতৰণ কাৰ্যসূচী।চতুৰ্থ দিনা অৰ্থাৎ সোমবাৰে হোজাই জিলাৰ হোজাই সমষ্টিৰ অন্তৰ্গত কেন্দুগুৰি, আমলীপুখুৰী আৰু ১২ ফুটিয়া গাওঁ
Read More...

অনশনত বহিব দৰঙৰ কভিড চিকিৎসা সহায়ক কৰ্মচাৰী। ২৩ বছৰে মাহিলী ২ হাজাৰ টকাত খটুৱাইছে চিকিৎসালয়ে।

অজয় ডেকা,মঙলদৈঃ জুলাইৰ পৰা দৰঙত কভিড ৰোগীৰ চিকিৎসাৰে জড়িত প্ৰায় ৬০ গৰাকী অস্হায়ী কৰ্মচাৰীয়ে পালন নকৰে দায়িত্ব। নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি ভয়াবহ মহামাৰীৰ সময়ত দায়িত্ব পালন কৰিছে যদিও চিকিৎসালয় পৰিচালনা সমিতিয়ে কৰ্মচাৰী সকলক
Read More...

চিকিৎসা আৰু আৰক্ষী কৰ্মীক সম্বৰ্ধনা জ্ঞাপন প্ৰাক্তন বিধায়িকা সুশীলা হাজৰিকাৰ ।

পশ্চিম যোৰহাটঃ  যোৰহাট জিলাৰ দেৰগাঁও বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়িকা তথা অসম ৰাজ্যিক বি জে পিৰ উপ সভানেত্ৰী সুশীলা হাজৰিকাই আজি পুলিবৰ আৰক্ষী থানাৰ আৰক্ষীসকল আৰু দহোটীয়া ৰাজ্যিক চিকিৎসালয়ৰ কৰ্মকৰ্তাক এখন মাস্ক আৰু একোখনকৈ
Read More...

কৰিমগঞ্জত ভূমিস্খলনৰ ফলত ৬ গৰাকী ব্যক্তিৰ সলিল সমাধি

ৰাহুল পাল, কৰিমগঞ্জ কৰিমগঞ্জৰ কালিগঞ্জত সংঘটিত হয় এক মৰ্মান্তিক ঘটনা। ভূমিস্খলনত মাটিৰ তলত সলিল সমাধি ঘটিল ৬ গৰাকী লোকৰ। একেটা পৰিয়ালৰ ৫ গৰাকী সদস্যৰ লগতে আন এটা পৰিৱালৰ এগৰাকী। ঘটনা কৰিমগঞ্জৰ কালিগঞ্জ থানা এলাকাৰ ৰহিমপুৰ গাঁওৰ। যোৱা
Read More...

নগাঁও চহৰত নিশা যুৱকৰ অস্বাভাৱিক মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা : আৰক্ষীৰ শূন্যলৈ গুলী চালনা ।

নগাঁও  নগাঁও চহৰৰ আমিনপট্টিৰ এজন যুৱকৰ অস্বাভাৱিক মৃত্যুক কেন্দ্ৰ কৰি ৰহস্যৰ  সৃষ্টি হৈছে । প্ৰাপ্ত তথ্য মতে,আমিনপট্টিৰ ইমদাদ আহমেদ নামৰ যুৱকজন কালি সন্ধিয়া নিজ গৃহৰ পৰা ওলাই যোৱাৰ পিছত ঘৰলৈ ঘূৰি অহা নাছিল । আনহাতে আজি পুৱা যুৱকজনৰ
Read More...

ধুমুহাত নাজিৰা মহকুমাৰ প্ৰান্তে প্ৰান্তে ঘৰ-দুৱাৰ ভাঙি বিস্তৰ ক্ষতি ।

দিলীপ হাজৰিকা : নাজিৰা আজি বিয়লি প্ৰায় ৩-৪৫ বজাত নাজিৰাৰ ওপৰৰে যোৱা এজাক প্ৰচণ্ড ধুমুহাই মহকুমাটোৰ প্ৰান্তে প্ৰান্তে বহু পৰিয়ালৰ ঘৰ-দুৱাৰ, গছ-গছনি ভাঙি বিস্তৰ ক্ষতিসাধন কৰে। নাজিৰা নগৰৰ সমীপৰ বৰবৰুৱা গাওঁ পঞ্চায়তৰ অন্তৰ্গত ৫ নং
Read More...