স্থানীয় বাৰ্তা

উদ্বেগজনক ভাৱে হ্ৰাস পাইছে পৰিভ্ৰমী পক্ষীৰ আগমন

অবিভক্ত নগাঁও জিলাৰ একাধিক নৈ, সুঁতি, তিনি কুৰিৰো অধিক বিল, জলাশয়,দলনি, পিটনিলৈ শীতৰ আগমনৰ প্ৰাকমূহুৰ্ততে আগমন ঘটে দেশী বিদেশী অগনন পৰিভ্ৰমী পক্ষীৰ। পৰিভ্ৰমী পক্ষীৰ...

বাক্সাৰ উত্তৰকুছিত ১৫ দিনীয়া মৌ পালন প্ৰশিক্ষণৰ সামৰণি

বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী উত্তৰকুছিত যোৱা ১ নৱেম্বৰৰ পৰা পোন্ধৰ দিনীয়াকৈ বনৰীয়া মৌ পালন আৰু পৰিচৰ্যাৰ ওপৰত অনুষ্ঠিত এক প্ৰশিক্ষণ শিবিৰৰ আজি সামৰণি পৰে...

টুপামাৰীত দিবা-নৈশ ভলীবলৰ ‌সফল সামৰণি

কামৰূপ জিলাৰ বকো সমষ্টিৰ নগৰবেৰাৰ টুপামাৰীত বৰতলা ডাইমণ্ড ক্লাবৰ উদ্যোগত টুপামাৰী আঞ্চলিক মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে দিবানৈশ প্ৰাইজমানী ভলীবল প্ৰতিযোগিতা সফলভাৱে সম্পন্ন হয়। ১৬ আৰু...

মাজুলীৰ ৰাস মহোৎসৱ আয়োজক সমিতিক বিত্তীয় সাহায্য বিতৰণ

বিগত ৮ ছেপ্টেম্বৰত সংঘটিত নিমাতীঘাটৰ দুৰ্ভাগ্যজনক নাও দুৰ্ঘটনাত অকাল মৃত্যুক আকোৱালি লৈছিল ৩ গৰাকীকৈ লোকে। দুৰ্ঘটনাটোত নি:স্বাৰ্থভাৱে পীড়িতসকলক...

লংঙ্কা কৃষ্ণ নগৰৰ নিগমানন্দ আশ্ৰমত দুদিনীয়া কাৰ্যসুচীৰে মহোৎসৱ পালন

হোজাই জিলাৰ অন্তৰ্গত লংঙ্কা কৃষ্ণ নগৰৰ নিগমানন্দ আশ্ৰমত কাম চলি থকাৰ মাজত সুৰেষানন্দ স্বৰসতী স্বামীজী আৰু মানব দৰদী দেবাদ্ৰী সৰকাৰৰ সহযোগীত দুদিনীয়া কৈ  মহোৎসৱৰ...

Popular