Breaking

Browsing Category

স্থানীয় বাৰ্তা

নাজিৰাৰ গড়গাঁও কোৱাৰেণ্টীন চেণ্টাৰত থকা ৫ জনৰ শৰীৰত কৰ’নাৰ অৱস্থিতি

নাজিৰা: বিশেষ ৰেল গাড়ীৰে চেন্নাইৰপৰা আহি মৰিয়নি জংচনত নমা নাজিৰাৰ ৫ জনকৈ যুৱকৰ শৰীৰৰত ক'ভিড - ১৯ৰ অৱস্থিতি ধৰা পৰাৰ পাছতেই সমগ্ৰ নাজিৰা মহকুমাতেই কৰ'নাৰ ত্ৰাসে জনসাধৰণক চুই গৈছে । সমগ্ৰ ভাৰতবৰ্ষত প্ৰায় ২লাখ লোক আক্ৰান্ত হৈ লকডাউন চলি
Read More...

কলিয়াবৰ মহকুমা কাৰ্য‍্যালয়ৰ কৰ্মচাৰীৰ বৰভগীয়াৰ বাসগৃহৰ পৰা চোৰে চুৰ কৰি নিলে নগদ ধন আৰু সোণৰ…

কলিয়বৰ : কলিয়াবৰত  দিনতে সংঘটিত হ'ল চুৰি কাৰ্য‍্য। ঘৰত কোনো নথকাৰ সুযোগতে দিনৰ পোহৰতে চোৰে লুট কৰিলে নগদ ধন আৰু সোণৰ আ-অলঙ্কাৰ।কলিয়াবৰ মহকুমাধিপতি কাৰ্য‍্যালয়ৰ কৰ্মচাৰী ধ্ৰুৱজ‍্যোতি বৰাৰ বৰভগীয়াৰ নিজ বাসগৃহৰ পৰা চোৰে দিনতে সৰকালে
Read More...

শ্ৰমিক মগৰীয়া ভাট্ৰা ৰ্কতন ৰেল শমিকৰ সপ্তাহ যোৰা প্ৰতিবাদ ।

তিনিচুকীয়া : আত্মনিৰ্ভৰ ভাৰতৰ কথা কোৱা প্ৰধান মন্ত্রী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰ সকলৰ মৰগীয়া ভাট্টা কৰ্তন কৰা হঠকাৰী নীতিৰ বিৰুদ্ধে আজিৰ পৰা সপ্তাহজোৰা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন
Read More...

তিনিচুকীয়া কাকপথাৰৰ টঙনাত এজন কৰ’ণাত আক্ৰান্ত

ডিৰাক সীমান্ত:  তিনিচুকীয়া জিলাৰ টঙনা চাহ বাগিছাত এজন কভিড ১৯ ত আক্ৰান্ত লোক ধৰা পৰিছে ৷ লোকজন টঙনা চাহ বাগিছাৰ বিলাশপুৰ লাইনৰ ৰমেশ বাক্সী ৷ শ্ৰমিক হিচাপে অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ নামচাইত কৰ্মৰত ৰমেশে প্ৰথম পৰ্য্যায়ৰ লক
Read More...

বিদ্যুৎ খণ্ড ব্যক্তিগত কৰণৰ বিৰুদ্ধে নাজিৰাত আসাম ষ্টেট পাৱাৰ ৱ’কাৰ্চ ইউনিয়নৰ প্ৰতিবাদ

নাজিৰা : বিদ্যুৎ খণ্ড ব্যক্তিগত কৰণৰ বিৰুদ্ধে নাজিৰাৰ গড়গাঁ‌ৱত অৱস্থিত বৈদ্যুতিক উপ-সংমণ্ডলৰ কাৰ্য্যালয়ত দেশত চলি থকা লকডাউনৰ মাজতে আজি  সামাজিক দূৰত্ব বৰ্তাই প্ৰতিবাদ সাব্যস্ত কৰে আসাম ষ্টেট পাৱাৰ ৱ'কাৰ্চ ইউনিয়ন গড়গাওঁ শাখাই। আসাম
Read More...

দিল্লী,চেন্নাই,গোৱা,শিলুগুৰি,মহাৰাষ্ট্ৰ,তেলেংগানা আদি বৰ্হিৰাজ্যৰ পৰা অহা ৩৭৬ গৰাকী ব্যক্তি ওৰাং…

ওদালগুৰি  পৰা নব কুমাৰ ডেকাঃ ওদালগুৰি জিলাৰ মাজবাট আৰক্ষী থানাৰ  অন্তৰ্গত মাজবাট মহাবিদ্যালয় শিৱিৰত ৯৮ জন ,  মাজবাট ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ ৫ জন,ৰৌতা আৰক্ষী থানাৰ অধীনস্থ  দণ্ড চহৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গাৰ্লছ
Read More...

অবিভক্ত নগাঁও জিলাত কাঠফুৰাৰ দৰে গঢ়ি উঠিছে অবৈধ ফাৰ্মাচী । ফাৰ্মাচীত ঔষধৰ পৰিবৰ্তে বিক্ৰী হয় নিচা…

এ জে আকন্দ‌, নগাঁও : অবিভক্ত নগাঁও জিলাত চিকিৎসা সেৱাৰ নামত চলিছে মুন্নাবাই এম বি বি এচৰ দপদপনি। জিলাখনৰ বিশেষকৈ চহৰৰ-নগৰ আৰু গাঁও অঞ্চলৰ একাংশ ভিতৰুৱা ঠাইত অবাধে চলাই গৈছে মন্নাবাইৰূপী চিকিৎসকে চিকিৎসা সেৱা। একাংশ সহজ-সৰল লোকৰ সৰলতাৰ
Read More...

জুৰীয়াৰ বৰালিমাৰী-ফুৰহানিআটি গাঁও পঞ্চায়ত একাধিক চৰকাৰী আঁচনিত কোটি টকীয়া কেলেংকাৰী ।

নগাঁওঃ নগাঁও জিলাৰ জুৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰালিমাৰী ফুৰহানি আটি গাঁও পঞ্চায়তত বিভিন্ন আচনি ৰূপায়ণৰ নামত কেৱল  নামমাত্ৰ কাম কৰি লুন্ঠন চলোৱাৰ অভিযোগ কৰিছে আৰ টি আই কৰ্মী এ জে আকন্দয়ে । উত্থাপিত অভিযোগ অনুসৰি, পঞ্চায়তটোৰ
Read More...

মাৰ্ঘেৰিটাত আৰম্ভ হল বিধান সভা নিৰ্বাচনৰ কোচ কাৱাজ ৷ বিধায়ক ভাস্কৰ শৰ্মা বনাম লক্ষ্য কোৱৰ কোনে লাভ…

তিনিচুকীয়াঃ কৰোনাৰ আতংকৰ মাজতেই তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত বলিবলৈ আৰম্ভ কৰিছে নিৰ্বাচনৰ গৰম বতাহ৷ কিয়নো ২০২১ৰ বিধান সভাৰ নিৰ্বাচনলৈ আৰু বেচি দিন নাই৷ সেয়েহে কিছুদিনৰ পৰা সমষ্টিটোত নিৰ্বাচনৰ গৰম বতাহ বলিবলৈ আৰম্ভ কৰা দেখিবলৈ পোৱা
Read More...

ক’লা বজাৰত চৰকাৰী চাউল : টীয়কৰ এজন সাংবাদিকক আটক ।

কাকজানঃ  যোৰহাট জিলাৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধীনৰ টীয়ক সমবায় সমিতিৰ টীয়ক বাম গুৱাল গাঁৱৰ সুলভ মূল্যৰ দোকানৰ এজেন্ট পার্থ হাজৰিকাক কালি টীয়ক আৰক্ষীয়ে আটক কৰে। প্ৰাপ্ত বাতৰি মতে দেশত চলি থকা লকডাউনৰ সময়ত ৰাজ্য চৰকাৰে দৰিদ্ৰ
Read More...