Breaking

Browsing Category

স্থানীয় বাৰ্তা

ৰহনৰ জোন বড়াই দেখুৱাইছে কৰ্ম-সংস্কৃতিৰ উৎকৃষ্ট নিদৰ্শন ।

সোণাৰি:  নৱ প্ৰজন্মৰ সন্মুখত আদৰ্শ হিচাপে ঠিয় দিছে চৰাইদেউ জিলাৰ এগৰাকী মহিলাই। সাপেখাতি ৰহনৰ এইগৰাকী মহিলাই প্ৰকৃতাৰ্থত দেখুৱাইছে কৰ্ম সংস্কৃতিৰ উৎকৃষ্ট নিদৰ্শন। মহিলাগৰাকীৰ নাম জোন বড়া। চাৰিজনীয়া এটি সৰু পৰিয়ালৰ মহিলা গৰাকীয়ে
Read More...

মৰিগাৱৰ পৰা এজন যুৱক নিৰুদেশ মৰিগাৱৰ আহত গুৰি পৰা নিৰুদেশ যুৱক জন ।

মৰিগাওঁঃ   মৰিগাৱৰ জিলা সদৰ আৰক্ষী থানা অন্তৰ্গত  এজন যুৱক নিৰুদেশ মৰিগাৱৰ আহত গুৰি নিবাসী হন দাসৰ প্ৰথম পুত্ৰ সুমনাথ দাস নামৰ যুৱক জন ২৯ মে ত ঘৰৰ পৰা  চাইকেল লৈ উলাই যোৱাৰ পিছৰ পৰা বৰ্তমানলৈ নিৰুদেশ হয় আছে । জানিৱ পৰা মতে যুৱক জন 
Read More...

ইনষ্টিটিউচনেল কুৱাৰেন্টীনৰ পৰা হ’ম কুৱাৰেন্টীনঃ দুৰ্বোধ্য হৈছে কোনোৰ বাবে ।

নাজিৰা : দূৰণি ৰাজ্যৰ পৰা ৰে' ল অথবা আন বাহনেৰে অসমলৈ আহি পোৱা লোকসকলক প্ৰশাসনৰ ভূমিকাৰে কুৱাৰেন্টীন কেন্দ্ৰত বিধিগতভাৱে আৰু তাৎক্ষণিকতাৰে ভৰ্ত্তি কৰোৱা হৈছে । নাজিৰাৰ দৰে স্থানত নিৰ্দিষ্ট বাহনেৰে কুৱাৰেন্টীন গৃহত উপস্থিত কৰোৱাই
Read More...

নাগৰিক পঞ্জী সম্পূৰ্ণ নোহোৱাকৈ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাটো অতি দূৰ্ভাগ্যজনকঃ বিৰোধী দলপতি দেৱব্ৰত…

নাজিৰা  পৰা দিলীপ হাজৰিকা :   শাসনাধীষ্ঠ বি জে পি নেৰ্তৃত্বাধীন চৰকাৰে অসমত নাগৰিক পঞ্জীৰ প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱাকৈ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিবলৈ লোৱা কিৰ্য অতি দূৰ্ভাগ্যজনক । যিহেতু ৰাজ্যৰ জনগাথনি ভিত্তিত পুনৰ ২০২৬ ,চনত সমষ্টি বৃদ্ধি
Read More...

প্ৰধান শিক্ষকক প্ৰাণে মাৰাৰ ভাবুকি প্ৰাক্তন সভাপতিৰ।আৰক্ষী থানাত গোচৰ।

দলগাও পৰা  আবুল হাছেম ঃ মধ্যাহ্ন ভোজনৰ সামগ্ৰী বিতৰণক লৈ  প্ৰধান শিক্ষকক প্ৰাণে মাৰাৰ ভাবুকি দিয়া ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে দৰঙৰ খাৰুপেটীয়াত। এই ঘটনা সংঘটিত হৈছে  জিলাখনৰ দলগাও শিয়ালমাৰী শিক্ষা খণ্ডৰ অন্তৰ্গত ২নং মাগুৰমাৰী
Read More...

টিংখাঙৰ কোৱাৰেণ্টাইন শিৱিৰৰ ১৩ গৰাকীক বিদায় ।

টিংখাং বহি: ৰাজ্যৰ পৰা আহি সাত দিন কোৱাৰেণ্টাইন শিৱিৰত থকাৰ অন্তত আজি ১৩ জন ব্যক্তিক নিজ গৃহলৈ যাবলৈ অনুমতি দিয়া হ'ল। তেওঁলোকে আগন্তুক সাত দিন নিজ গৃহত স্বাস্থ্য বিভাগৰ সম্পূৰ্ণ নীতি নিয়ম পালন কৰি হোম কোৱাৰেণ্টাইনত থাকিব লাগিব বুলি
Read More...

গ্ৰাম্য অৰ্থনীতিৰ ধবজাবাহক কন্যকাৰ আদৰ্শ প্ৰতিজন বিধায়কে লোৱা উচিত ৷ কন্যকাৰ আদৰ্শ ৰাজ্যজুৰি…

জামুগুৰিহাটঃ গ্ৰাম্য অৰ্থনীতিৰ ধবজাবাহকস্বৰূপ জামুগুৰিহাটৰ কন্যকা বহুমুখী কৃষি পামৰ গুৰিধৰোতা বিধায়ক পদ্ম হাজৰিকাই কন্যকাৰ আদৰ্শ ৰাজ্যজুৰি বিয়পোৱাৰ ক্ষেত্ৰত নেতৃত্ব লঁওক৷যাৰ জৰিয়তে ৰাজ্যৰ প্ৰতিটো সমষ্টিৰ নিবনুৱা যুৱক যুৱতীসকলে
Read More...

আৰক্ষীলৈ গামোচা গড়গাঁও সৰ্বোদয় সমাজৰঃ কভিড যোদ্ধালৈ প্ৰেৰণা ।

নাজিৰাঃ ঐতিহাসিক গড়গাঁও ৰাজকাৰেঙৰ কাষত প্ৰতিষ্ঠিত মূক্তি-যোদ্ধাসকলৰ স্বতন্ত্ৰ গ্ৰামসভাৰ পৰিয়ালবৰ্গৰ হৈ ৩১ মে'ৰ দুপৰীয়া নাজিৰা আৰক্ষী থানাৰ আৰক্ষীৰ লোকসকলক এখনি প্ৰশংসা পত্ৰ সহ একোখনিকৈ জাতীয় জীৱনৰ চানেকি স্বৰূপ ফুলাম গামোচাৰে
Read More...

দেৱাশীষ,প্ৰণৱজ্যোতিৰ হত্যাকাৰীক দৃষ্টান্তমূলক শাস্তিৰ দাবী তাই আহোম জাতীয় পৰিষদৰ।

টিংখাংঃ  যোৰহাট জিলাৰ মৰিয়নীৰ গাভৰু চাহ বাগিচাত একাংশ উম্মুক্ত লোকে দেৱাশীষ গগৈ নামৰ উদীয়মান যুৱক এজনক পাশৱিক অত্যাচাৰ কৰি অতি নৃশংসভাৱে হত্যা কৰা কাৰ্যক তাই আহোম জাতীয় পৰিষদে তীব্ৰ ভাষাৰে গৰিহণা দিছে।ঘটনাটোৰ লগত জড়িত দোষী অতি
Read More...

বাতিল হ’ল মূখ্যমন্ত্ৰীৰ হোজাই ভ্ৰমণ । বানক্ৰান্তৰ বুজ ল’বলৈ হোজাইলৈ অহা কথা আছিল…

লংকাঃ  আজি হোজাই জিলাৰ বানাক্ৰান্ত সকলৰ বুজ ল'বলৈ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল অহা কথা আছিল যদিও ,বহি: ৰাজ্যৰ পৰা শ্ৰমিক ৰেলযোগে হোজাইলৈ দুই হাজাৰ লোক অহাক লৈ বাতিল কৰা হয় মূখ্যমন্ত্ৰীৰ হোজাই ভ্ৰমণ । বিধায়ক শিলাদিত্য দেবে
Read More...