Breaking

Browsing Category

স্থানীয় বাৰ্তা

লংকা বন বিভাগৰ অভিযানত উদ্ধাৰ হৰিণা মাংস সহ পাঁচটাকৈ হস্ত নিৰ্মিত বন্দুক ।

লংকাঃ আজি  লংকাৰ নখূটী বন কাৰ্য্যলয়ৰ অন্তৰ্গত চাৰ্থেগাওত উদ্ধাৰ হয় হৰিণা মাংস সহ হস্ত নিৰ্মিত পাঁচটাকৈ বন্দুক । ঘটনা সন্দৰ্ভত জানিব পৰা মতে, লংকাৰ নখুটী বন কৰ্মীৰ নিয়মীয়া তহলদাৰীত  লামডিং সংৰক্ষিত বনাঞ্চলৰ সমিপৰ নখুটীৰ চাৰ্থেগাওৰ
Read More...

দিকচু গাওঁ পঞ্চায়তৰ প্ৰশংসনীয় পদক্ষেপ : মাটি কঠালৰ খেতিয়ে কঢ়িয়াইছে আশাৰ সঞ্চাৰ

নাজিৰা পৰা দিলীপ হাজৰিকাঃ অসমৰ পঞ্চায়তীৰাজ ব্যৱস্থাত বিভিন্ন দুৰ্নীতিৰ বাতৰিয়ে সঘন শিৰোনাম দখল কৰি থকা সময়তে শিৱসাগৰ জিলাৰ  এখন গাওঁ পঞ্চায়তে হাতত লোৱা উন্নয়নমূলক আঁচনিয়ে এতিয়া জনসাধাৰণৰ দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে | উল্লেখযোগ্য
Read More...

খটখটিত ব্ৰাউন চুগাৰ সহ আটক ৩ : নগদ ধন উদ্ধাৰ

বোকাজানঃ  অসম নগালেণ্ড সীমান্তৰ বোকাজান মহকুমাৰ খটখটিত আৰক্ষীয়ে অভিযান চলাই ১৪ গ্ৰাম ব্ৰাউন চুগাৰ আৰু নগদ ৪৫ হাজাৰ টকা উদ্ধাৰ কৰাৰ লগতে ৩ জনক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন লোক কেইজন লখিমপুৰৰ ৰচিদুল আলি, ডিফুৰ জেমচন
Read More...

চচিয়েল মিডিয়াত বিতৰ্কিত মন্তব্য কৰা যুৱকৰ ওপৰত হিন্দু ক্ৰান্তি দল নলবাৰী সমিতিৰ এজাহাৰ দাখিল ।

নলবাৰী : কৰ'ণা ভাইৰাচৰ সন্ত্ৰাস অব্যাহত থকাৰ মাজতে একাংশ লোকে চচিয়েল মিডিয়াত বিভিন্ন ধৰণৰ বিতৰ্কিত মন্তব্য কৰাক লৈ এতিয়া বিভিন্ন মহলত ব্যাপক লাভ কৰিছে । সেইমৰ্মে আজি হিন্দু ক্ৰান্তি দল নলবাৰী সমিতিয়ে নলবাৰী ঘগ্ৰাপাৰৰ বাঘমাৰা গাঁওৰ
Read More...

নলবাৰীত বিশ্ব ধপাত বিৰোধী দিৱস পালন ।

নলবাৰীঃ কৰ'ণা ভাইৰাচৰ ত্ৰাস আৰু সন্ত্ৰাসৰ মাজত ৰাজ্যিক ধপাত নিয়ন্ত্ৰত কোষৰ নিৰ্দেশ মৰ্মে নলবাৰী জিলা উপাযুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীৰ অনুমোদন আৰু উদগনিৰ আধাৰত নলবাৰী জিলাত এইবেলি কিছু সংক্ষিপ্ত কাৰ্যসূচীৰে  বিশ্ব ধপাত বিৰোধী দিৱস পালন
Read More...

বাঘজান তৈলক্ষেত্ৰ পৰিৰ্দশন নকৰাকৈ অইলৰ চি এম ডিৰ সংবাদমেল । সাংবাদিকৰ প্ৰশ্নত বিবুধিত চি এম ডি ।

তিনিচুকীয়া : তিনিচুকীয়া জিলা উপাযুক্তৰ কাৰ্যালয়ত অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য পৰিচালন সঞ্চালক সুশীল কুমাৰ মিশ্ৰ(CMD) আৰু কাৰ্যবাহী সঞ্চালকৰ উপস্থিতিত আজি এখন সংবাদ মেল আয়োজন কৰে। বাঘজানৰ তৈল খাদৰ পৰা নিৰ্গমন হৈ থকা গেছ আৰু
Read More...

অনাহাৰী সকলক দুপুৰীয়া এসাজ বিতৰণ কৰিলে শিলাদিত্য দেৱে ।

লংকা  কৰ'ণা মহামাৰী ফলত সমগ্ৰ ভাৰতৰ লগতে অসমতো বলৱত  থকা লকডাউনৰ ফলত বিশেষ কৈ পথচাৰী,  মগনীয়া,  অনাহাৰী  লোকসকলৰ পানীত হাঁহ নচৰা অৱস্থা সৃষ্টি হৈছিল। লংকা চহৰতো  তাৰ পূৰ্ণ প্ৰতিফলন পৰিছিল  এই সকল লোকক সহায় কৰাৰ উদ্দেশ্যে লংকাৰ কিছু
Read More...

দুবছৰত ৬ বিঘা মাটিত বনাঞ্চল সৃষ্টিৰ প্ৰয়াস : যাদৱ পায়েঙৰ আদৰ্শৰে অনুপ্ৰাণিত ঢকুৱাখনাৰ যুৱক মনদ্বীপ।

ঢকুৱাখনা পৰা ৰাজীৱ বৰুৱা ৰাজ্যৰ বিভিন্ন ঠাইত এচাম মানুহে প্ৰাকৃতিক জৈৱ-বৈচিত্ৰ্য বিনষ্ট কৰি বনাঞ্চল ধ্বংসৰ কাৰ্য  অব্যাহত ৰখাৰ লগতে শেহতীয়াকৈ দিহিং পাটকাই বনাঞ্চলৰ সমীপত চৰকাৰে কয়লা খননৰ অনুমতি দি আওপকীয়াকৈ বনাঞ্চল ধ্বংসৰ লগতে জৈৱ
Read More...

চীনৰ বুলেটৰ প্ৰত্যুত্তৰ : চীনা সামগ্ৰী বৰ্জনৰ আহ্বান ‘থ্ৰী ইডিয়ট’ খ্যাত ছোনম ৱাংচুকৰ ।

দৈনন্দিন বাৰ্তাৰ নিজা সেৱা লাডাখত চীনৰ আগ্ৰাসনৰ বিপৰীতে সেই দেশৰ পণ্য বৰ্জনৰ আহ্বান কৰিছে 'থ্ৰী ইডিয়ট' খ্যাত ছোনম ৱাংচুকে ৷ তেওঁৰ আহ্বানৰ উপৰি 'টিকটক' এপৰ পৰা আঁতৰি আহিল অভিনেতা তথা মডেল মিলিন্দ ছুমন ৷ লগতে দিলে চীনা পণ্য বৰ্জনৰ আহ্বান
Read More...

ক’ৰোনাত আক্ৰান্ত দুমহীয়া দেৱশিশুটি সুস্থ হৈ ঘৰলৈ আহিল ।

মোৰাঝাৰ পৰা ছাদিকুজ জামান মাৰাত্মক কৰ'নাৰ সৈতে যুঁজি ঘৰ পালেহি হোজাইৰ মোৰাঝাৰৰ চাৰ্টাজ উদ্দিন ,যোৱা ১৯ মেত মুম্বাইৰ পৰা নিজৰ ঘৰলৈ প্ৰথমবাৰলৈ সপৰিয়ালে আহিছিল মোৰাঝাৰৰ দেৱস্থানৰ চৈফুদ্দিন। কিন্তু অসম অহাৰ পাছতে পিতৃ আৰু
Read More...