Breaking

Browsing Category

স্থানীয় বাৰ্তা

১৫ শ পৰিয়ালক অকলেই পানীৰ মাজৰ পৰা উদ্ধাৰ কৰিলে এগৰাকী মহান ব্যক্তিয়ে।

 হোজাই  দিন ৰাতি একাকাৰ কৰি বানৰ মাজত আবদ্ধ হৈ থকা শ শ পৰিয়ালক উদ্ধাৰ কৰি মানৱতাৰ নিদৰ্শন ডাঙি ধৰিলে কান্ধুলিমাৰী গাৱৰ সমাজ সেৱক জাইদুৰ ৰহমানে।তিনিদিনীয়া নেৰানেপেৰা বৰষুণৰ ফলত কপিলীৰ বাঢ়নি পানীত আবদ্ধ হৈ থকা হোজাই সমষ্টিৰ
Read More...

দিহিং পাটকাই সুৰক্ষাৰ দাবীত টীয়কত আছু তথা অন্যান্য সংগঠনৰ মানৱ শৃংখল

টীয়কৰ পৰা অঞ্জন প্ৰকাশ দিহিং পাটকাই  সংৰক্ষিত অভয়াৰণ্য সুৰক্ষাৰ দাবীত আৰু মুক্ত কয়লা খননৰ বিৰোধিতাৰে টীয়ক আঞ্চলিক ছাত্ৰ সন্থা, শিমলুগুৰি মৌজা আছু, যুৱ ছাত্ৰ পৰিষদ, চুতীয়া ছাত্ৰ সন্থা, আটছা টীয়ক উপ শাখা আৰু টি এম পি কেই টীয়ক
Read More...

দৰঙৰ কাহিতলীত গৰকাপ্তানি বিভাগে নিৰ্মাণ কৰা বি ইউ জি দলং খুলি নিয়াৰ চেষ্টা দুৰ্বৃত্তৰ ৷

দৰঙৰ পৰা জয়দেৱ ডেকা  দৰঙত বানপানী আৰু লকডাউনৰ সুবিধা গ্ৰহন কৰি গৰকাপ্তানি বিভাগে কোটি টকা খৰছ কৰি নিৰ্মাণ কৰা এখন বি ইউ জি দলং ৰাতি খুলি নিয়াৰ চেষ্টা দুৰ্বৃত্তৰ ৷ জিলাখনৰ আন্ধেৰীঘাট-- জয়ন্তীপুৰ সংযোগী পথৰ পৰা হুছেইনচুবুৰীলৈ যোৱা পথৰ
Read More...

পথৰ দাঁতিত শ্ৰমৰ মৰ্যাদাৰে জীৱন সংগ্ৰামত নামি পৰিছে শিক্ষিত যুৱক বিশ্বজিৎ ,মৃদুলে

নগাঁও লকডাউনে  চাৰিওফালে জুৰুলা কৰাৰ সময়তে ৰাজ্যত প্ৰকাশ পাইছে কৰ্মসংস্কৃতিৰ এখনৰ পিছত আন এখন ছৱি ৷ কৰ্ম সংস্কৃতিৰ আন  এক নিদৰ্শন  দেখা পোৱা গ'ল নগাঁও চহৰত ৷ ডিঙিত অসমীয়াৰ স্বাভিমান গামোচা। হাতত দগা-পাল্লা । লাজ নহয়,হাতে-কামে
Read More...

“কা” বিৰোধী ঐক্য মঞ্চ,টিংখাঙৰ আহবানত দিনজোৰা অনশন, অখিল গগৈ ,বলদেৱ তেলী ,দেবাংগনা…

টিংখাং নাগৰিকত্ব সংশোধনী আইন বিৰোধী ঐক্য মঞ্চ, টিংখাঙৰ তৰফৰ পৰা আহবান জনোৱা দিন জোৰা অনশন কাৰ্যসূচীৰ প্ৰতি সমৰ্থন জনাই আজি  সমষ্টিৰ বিভিন্ন ঠাইত বিভিন্ন দল সংগঠন ব্যক্তিয়ে অনশন কাৰ্যসূচী ৰূপায়ণ কৰে।সমষ্টিটোৰ অন্তৰ্গত
Read More...

লংকা সংহত শিশু উন্নয়ন প্ৰকল্পৰ নিম্ন মানৰ খাদ্য সামগ্ৰী বিতৰণ ।

লংকা  লংকাৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত নখুটী  অঞ্চলত নিম্নমানৰ খাদ্য সামগ্ৰী বিতৰণ । চাউল, মটৰ মাহৰ বস্তাবোৰত   পিন পিনাই ফুৰিছে পোক পতংগ‌ই । লংকা শিশু উন্নয়ন প্ৰকল্পৰ পৰা নখুটী অঞ্চলত থকা অংগনাবাদী কেন্দ্ৰ সমূহত শিশুসকলৰ
Read More...

বৰ্হি:ৰাজ্যৰ পৰা অহা লোকক স্বাস্থ্য পৰীক্ষা কৰিবলৈ আহ্বান::আমছু

খাৰুপেটীয়া  সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ "আমছু"ৰ দৰং জিলা সমিতিৰ সভাপতি আলেপ উদ্দিনে দিয়া এক প্ৰেছ বিজ্ঞপ্তিৰ জড়িয়তে জনায় যে সমগ্ৰ বিশ্বতে কৰোণা ভাইৰাছে আতংকৰ সৃষ্টি কৰি আহিছে। এই "কৰোণা ভাইৰাছ"ৰ পৰা ৰক্ষা পাবলৈ ভাৰত
Read More...

বাঘজানত পাইপ লাইনত বিস্ফোৰণ হৈ গেছ নিৰ্গত হোৱা ঘটনাত মৰাণ জাতীয় মহিলা পৰিষদ আৰু চুতীয়া ছাত্ৰ সন্থাৰ…

কাকপথাৰ   মৰাণ জাতীয় মহিলা পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভানেত্ৰী আৰু সম্পাদিকা ক্ৰমে দীপা শইকীয়া বড়া আৰু হেমা মৰাণে বাতৰি কাকতলৈ দিয়া এক বিবৃতি যোগে জনাইছে যে অইল ইণ্ডিয়াই কৰ্দৈগুৰি অঞ্চলৰ বাঘজান গাঁৱত দীৰ্ঘদিন ধৰি  স্থানীয় লোকসকলৰ
Read More...

আৰ টি আইৰ তথ্যত ফাদিল জুৰীয়া উন্নয়ন খণ্ডৰ বৃহৎ কেলেংকাৰী : আৰক্ষী থানাত গোচৰ ৰুজু ।

টুকটুকী, নগাঁও নগাঁও জিলাৰ জুৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত বিভিন্ন গাঁও পঞ্চায়তত বিগত সময়ছোৱাত এম জি এনৰেগাকে প্ৰমুখ্য কৰি বহুকেইটা গুৰুত্বপূৰ্ণ আঁচনি ৰূপায়নত সংঘটিত হৈছে কেৱল দুৰ্নীতি আৰু লুণ্ঠন । আনকি এই আঁচনিবোৰৰ লগত জড়িত একাংশ
Read More...

নগাঁৱৰ হাতীজুযোৱাত বেংক চি এছ পিৰ অবাধ লুন্ঠন । হাতৰ ছাপ ব্যৱহাৰ কৰি ভূৱা একাউন্টৰ জৰিয়তে একাধিক…

নগাঁও  দেশৰ খাটি খোৱা ৰাইজৰ কষ্ঠোপাৰ্জিত ধন সহজে বেংকত সঞ্চয় কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত ভাৰতীয় বেংকসমূহে দেশজুৰি প্ৰৱৰ্তন কৰিছে লাখ লাখ গ্ৰাহক সেৱা কেন্দ্ৰ চমুকৈ চি এছ পি কেন্দ্ৰ। সংশ্লীষ্ট স্থানীয় বেংক সমূহত পঞ্জীয়নভুক্ত
Read More...