Breaking

Browsing Category

স্থানীয় বাৰ্তা

প্ৰায় ৫ ঘন্টীয়া উদ্ধাৰ অভিযানৰ অন্তত উদ্ধাৰ হ’ল ছাত্ৰৰ মৃতদেহ । নলবাৰীৰ শুকেকুছিত শোকাকুল…

নলবাৰী  উৎকন্ঠাৰ অন্তত আজি বিয়লিৰ ভাগত উদ্ধাৰ হ'ল বানে উটুৱাই নিয়া ছাত্ৰৰ মৃতদেহ । লগে লগে কান্দোনৰ ৰোল উঠিল নলবাৰীৰ চামতা অঞ্চলত । জিলাখনৰ চামতাৰ কাউচাপাৰা গাওঁৰ পুতুল আলীৰ একমাত্ৰ পুত্ৰ সন্তান মইদুল হকক  বুঢ়াদিয়া নৈৰ মথাউৰি চিগি
Read More...

সোণতলীত দলং মেৰামতি কাম আৰম্ভ কৰিলে ঠিকাদাৰে : দৈনন্দিন বাৰ্তাত প্ৰকাশ হৈছিল দলং নিৰ্মানৰ দুৰ্নীতিৰ…

সোণতলী   বৃহস্পতিবাৰৰ পৰা আৰম্ভ হল আৰিকাটি বৰদিয়া নয়াপাৰা সংযোগী কাঠৰ দলংৰ মেৰামতিৰ কাম ৷ এক বছৰ পূৰ্বে বকোৰ বিধায়িকা নন্দিতা দাসে SOPD ৰ অধীনত ৬৮ লাখ টকাৰ এখন কাঠৰ দলংখন নিৰ্মানৰ বাবে আধাৰশিলা স্থাপন কৰিছিল ৷ তাৰে কিছুদিন পিছত
Read More...

নাজিৰাৰ শিমলুগুৰি জংচনত দ্বিতীয় খন শ্ৰমিক এক্সপ্ৰেছত বহি: ৰাজ্যৰ পৰা আহিল ১৬ জন শ্ৰমিক ।…

দিলীপ হাজৰিকা : নাজিৰা প্ৰথম,দ্বিতীয়,তৃতীয়,চতুৰ্থ পৰ্য্যায়ৰ লকডাউনৰ পিছত শিৱসাগৰ জিলাৰ শিমলুগুৰি ৰে'ল জংচনত আহি পালেহি দ্বিতীয়খন শ্ৰমিক ৰেল৷ তামিলনাডু কম্বতুৰৰ পৰা অহা শ্ৰমিক এক্সপ্ৰেছ পুৱা ৯.১৫ বজাত শিমলুগুৰি জংচন আহি পোৱাৰ
Read More...

ডবকাৰ চাংমাজীত অঘটন ৷ বাঢ়নী পানীয়ে উটুৱাই নিলে এজনক ৷

ডবকাৰ প্ৰতিবেদক হোজাইত বানপানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে আজি ডবকাত সংঘটিত হল অঘটন ৷ ডবকাত বাঢ়নী পানীয়ে এজন যুৱকক উটুৱাই লৈ যায় ৷ যুৱকজন চাংমাজী গাঁও পঞ্চায়তৰ ৯ নং ৱাৰ্ডৰ ৰহিম উদ্দিনৰ ২৫ বছৰীয়া  পুত্ৰ ইকৰাম হুছেইন বুলি জানিব
Read More...

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ সৰৱ প্ৰতিবাদঃ ভয় দেখুৱাই গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰাৰ পৰিণতি বিষম…

দিলীপ হাজৰিকা : নাজিৰা - নাজিৰাৰ বিধায়ক তথা অসম বিধান সভাৰ বিৰোধী নেতা দেৱব্ৰত শইকীয়াই অসম চৰকাৰৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰি জনতাৰ অধিকাৰ নস্যাৎ কৰা চৰকাৰৰ ধাৰবাহিক কাণ্ডৰ প্ৰতিবাদ কৰিছে । শীঘ্ৰে চৰকাৰে এনে কাৰ্য্যৰ পৰিণতি
Read More...

নাজিৰাত অনুপ,দাদু,ধুনুৰ ছত্ৰছায়াত দিনে নিশাই অবৈধ মাটি খনন : কোৰাণেৰে ধন চপাইছে আৰক্ষী,ৰাজহ চক্ৰ…

দিলীপ হাজৰিকা : নাজিৰা  -- শিৱসাগৰ জিলা বন সংমণ্ডল বিভাগৰ একাংশ বিষয়া আৰু নাজিৰা মহকুমাৰ একাংশ আৰক্ষী বিষয়াৰ ছত্ৰছায়াত নাজিৰা মহকুমাৰ অন্তৰ্গত শেনআলি,চানবেচা,বাউলীমৈদাম,কপহুৱা,মাদুৰি,মঠিয়াছিগা,মেজেঙ্গা,নামতি,গেলেকীত  দিনে নিশাই
Read More...

বৰঘূলী আক্ৰমণৰ লগত জড়িত দুজন গ্ৰেপ্তাৰ । ২৬ মে’ত সংঘটিত হৈছিল জল সম্পদ বিভাগৰ ঠিকাদাৰ-কৰ্মচাৰী…

কলিয়াবৰ কলিয়াবৰ মহকুমাৰ বৰঘূলীত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ মাজতে সংঘটিত হৈছিল এক আক্ৰমণৰ ঘটনা। যোৱা ২৬ তাৰিখে কলিয়াবৰ বৰঘূলীত গৰাখহনীয়া প্ৰতিৰোধত নিয়োজিত একাংশ ঠিকাদাৰ,জলসম্পদৰ কৰ্মচৰীক আক্ৰমণত জড়িতৰ অভিযোগত দুজনক গ্ৰেপ্তাৰ।  ভাৰতীয়
Read More...

ৰূপহীহাটত শিশুৰ মুখৰ আহাৰ কাঢ়ি খাইছে একাংশ কৰ্মী-বিষয়া-মুখ্য সেৱিকাই । ১২০ টকাৰ বিপৰীতে অংগনবাদী…

 এ জে আকন্দ‌, নগাঁও শিশু, কিশোৰী, গৰ্ভৱতী মহিলা, প্ৰসূতি আৰু পুষ্টিহীনতাত ভোগা শিশুক পুষ্টিকৰ আহাৰ খুওৱাৰ নামত ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৰূপহীত সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে। আন
Read More...

বহিঃৰাজ্য ফেৰৎ টিংখাঙৰ তিনি আক্ৰান্ত।

টিংখাং ডিব্ৰুগড় জিলাৰ টিংখাং অঞ্চলৰ তিনিজন লোক কৰু'ণা ভাইৰাছত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে।জানিব পৰা মতে টিংখাঙৰ বাঘমৰা গাঁৱৰ দুলেন কোঁচ(২৬)আৰু কেন্দুগুৰি নাহৰপাৰা বৰবিল গাঁৱৰ ক্ষিৰোদ বকলিয়াল(২০)।কৰু'ণা পজিটিভ বুলি চিনাক্ত হোৱা
Read More...

মঙলদৈ অসামৰিক চিকিৎসালয়ত মুঠ ২ জন ক’ভিড আক্ৰান্ত ৰোগী

মঙলদৈ, মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ক'ভিড আক্ৰান্ত লোকৰ সংখ্যা ২ জনলৈ বৃদ্ধি পালে। নতুনকৈ ভৰ্তি হোৱা ক'ভিড আক্ৰান্ত ব্যক্তিজন হ'ল লালপুলৰ নদীকাষৰ নিজামুদ্দিন আলী (২০)। বুধবাৰে আবেলি প্ৰথমজন ক'ভিড আক্ৰান্তক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছত
Read More...