Breaking

Browsing Category

স্থানীয় বাৰ্তা

জেঠ মহীয়া বানৰ কবলত সোণতলীৰ বহু অঞ্চলৰ কৃষি ভুমিঃ কৃষকৰ মাজত হাহাকাৰ ৷

সোণতলী বিগত কেইবাদিন ধৰি হৈ থকা  মুষলাধাৰ বৰষুণৰ ফলত কলহী নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে ছয়গাঁও সমষ্টিৰ অন্তৰ্গত কেইবাখনো গাঁৱৰ খেতি পথাৰ৷ জানিব পৰামতে ধাৰাসাৰ বৰষুণৰ ফলত দক্ষিণ কামৰূপত সৃষ্টি হৈছে ভয়াৱহ বানৰ৷ ভয়াৱহ বানে প্লাৱিত
Read More...

লংকাত বানপীৰিত ৰাইজৰ বুজ ল’বলৈ উপস্হিত হ’ল মন্ত্ৰী কেশৱ মহন্ত ।

লংকা   ক'ৰণাৰ আতংকৰ মাজতেই, ৰাজ্যত বানৰ সংহাৰী ৰূপ । তাৰ সমান্তৰাল ভাৱে লংকা লস্কৰপথাৰ অঞ্চলৰ কাষেৰে বৈ যোৱা কপিলীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে কপিলীপৰীয়া বিভিন্ন অঞ্চল । উক্ত কপিলীপৰীয়া বানাক্ৰান্ত ৰাইজৰ কাষত আজি উপস্হিত হয় মন্ত্ৰী
Read More...

কৃষিমন্ত্ৰীৰ গৃহ সমষ্টিত কৃষকৰ কান্দোনঃ বানৰ বাবে কেঁচাতে কাটিছে বড়ো ধান

মুৰফুলনী গোলাঘাট জিলাত কৰু'ণা মহামাৰীৰ সংহাৰৰ মাজতে ভূতৰ ওপৰত দানহ পৰাদি এতিয়া বানৰ তাণ্ডৱ ।বানৰ বাবে নুমলীগড়ৰ বহু কৃষকৰ নিদ্ৰা নাই এতিয়া।বানৰ বাবে কেঁচাতে কাটিব লগীয়া হৈছে বড়ো ধান।কৃষি মন্ত্ৰীৰ গৃহ সমষ্টিতে বান্ধ চিঙি কৃষকৰ শ শ
Read More...

ওৰাং মাজবাট,ৰৌতাৰ কোৱাৰেনটাইন ব্যৱস্থাপনাত ২৩০ জনলৈ বৃদ্ধি, ৰৌতা কোৱাৰেনটাইন ব্যৱস্থাৰ পৰা ৬২গৰাকী…

ওদালগুৰি ওদালগুৰি জিলাৰ মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত মাজবাট মহাবিদ্যালয় শিৱিৰত ৯৮ জন , মাজবাট ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ ৫ জন,ৰৌতা আৰক্ষী থানাৰ অধীনস্থ দণ্ড চহৰীয়া উচ্চতম মাধ্যমিক বিদ্যালয়ৰ গাৰ্লছ হোষ্টেলত
Read More...

নগাঁৱৰ অধিকাংশ উন্নয়ন খণ্ডতে সৌৰ চাকি স্থাপনৰ নামত কেলেংকাৰী

নগাঁও নগাঁও জিলাৰ বাজিগাঁও উন্নয়ন খণ্ডত সৌৰ চাকি স্থাপনৰ নামত ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উঠিছে। আৰ টি আই কৰ্মী আব্দুল জলিল আকন্দ‌ই অভিযোগ কৰা মতে, বাজিগাঁও উন্নয়ন খণ্ডত তথ্য জনাৰ অধিকাৰ আইন আইনৰ অধীনত যোৱা ২১
Read More...

হোজাইৰ ঠেপেলাগুৰিত বানপানীৰ মাজতে পথৰ কাষতেই সত্কাৰ মৃতব্যক্তিক ।

লংকা  হোজাইত কপিলী নৈৰ জলপৃষ্ঠ ফেনেফূটুকাৰে বঢ়াত ,নৈ খনৰ কাষৰীয়া বহু অঞ্চল বৰ্তমান জলমগ্ন। হোজাই জিলাৰ  যমুনাচিট,ৰাইকটা,কোমৰাকটা,ঠেপেলাগুৰী,নভঙা আদি কৰি বহু অঞ্চল বৰ্তমান বানৰ কৱলত। বৰ্তমানো অপৰিবৰ্তিত ৰূপত বান । সেয়েহে  হোজাইৰ
Read More...

লকডাউনৰ সময়তো সক্ৰিয় বনজ সম্পদ লুণ্ঠন অব‍্যাহত

কলিয়াবৰ লকডাঊনৰ জটিল সময়ছোৱাত ৰাজ‍্যত অবৈধ বন সম্পদ ধ্বংস যজ্ঞ অব‍্যাহত। তাৰ মাজতে কলিয়াবৰত চোৰাং কাঠসহ বাহন জব্দ কৰিছে বন বিভাগে। জখলাবন্ধা বন বিভাগে বুধবাৰে নিশা গোপন সূত্ৰৰ পম খেদি বামুণী ওপৰ গাঁৱত ধৰিলে এ. এছ. ০৩ এ. চি. ১০২৬
Read More...

গেছৰ অভাৱত বন্ধ উজনিৰ বহু চাহ ফেক্টৰী ! সমস্যাই যেন লগ এৰা নাই ক্ষুদ্ৰ চাহ খেতিয়কক

টীয়ক  অসমৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ  সমস্যা আজি কোনো নতুন খবৰ নহয় প্ৰতিবছৰে কেচাপাতৰ উপযুক্ত মূল্যৰ অভাৱকে আদি কৰি অলেখ সমস্যাই বাধা দি আহিছে এই সকল শিক্ষিত  ক্ষুদ্ৰ চাহ কৃষকক৷ সমগ্ৰ দেশ  মহামাৰি প্ৰকোপত লক  ডাউনৰ হোৱাৰ প্ৰভাৱ অন্য
Read More...

লংকাত কোৱাৰেণ্টাইনত থকা চাৰি ব্যক্তিৰ দেহত ক’ৰোনা

লংকা লংকা চহৰৰ ফাতেমা হোটেল কোৱাৰেণ্টাইনত থকা চাৰিজন লোকৰ দেহত ক'ভিড -১৯ পজিটিভ ধৰা পৰিছে। লোক কেইজন হৈছে আব্দুল ৰহিম, জয়নাল হক, ইকবাল হুছেইন আৰু হবিবুৰ  ৰহমান। আক্ৰান্ত গোটেইকেইজন  বহিঃৰাজ্যৰ পৰা উভতি অহা। ইয়াৰে তিনিজনৰ ঘৰ লংকাৰ
Read More...

মঙলদৈ অসামৰিক চিকিৎসালয়ৰ আছুতীয়া কক্ষত ভৰ্ত্তি প্ৰথমজন ক’ভিড আক্ৰান্ত ৰোগী

মঙলদৈ মঙলদৈ অসামৰিক চিকিৎসালয়ৰ আছুতীয়া কক্ষত ভৰ্ত্তি কৰোৱা হ'ল প্ৰথমজন ক'ভিড আক্ৰান্ত ৰোগীক৷ জিলা স্বাস্থ্য বিভাগে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এইকথা প্ৰকাশ কৰিছে। এই ব্যক্তিজন হ'ল খাৰুপেটীয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত
Read More...