Breaking

Browsing Category

স্থানীয় বাৰ্তা

কপিলী নৈৰ বাঢ়নী পানীৰ কৱলত কামপুৰ

নগাঁও ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ ভয়াবহতা মাজতেেই বছৰৰ প্ৰথমটো বানৰ কবলত পৰিছে ৰাজ্যৰ বিভিন্ন অঞ্চল। বিগত কেইটামান দিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ফেনে ফুটোকাৰে উফন্দি উঠিছে কপলী নৈৰ পানী। আজি কপিলী নৈৰ মথাউৰিৰ ওপৰৰে পানী
Read More...

কেঁচা চাহ পাতৰ মূল্য হ্ৰাস, খেতিয়কৰ ক্ষোভ : মুখ্যমন্ত্ৰী সাহায্য প্ৰদানৰ দাবী

টিংখাং মহামাৰী ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে সমগ্ৰ দেশৰ লগতে অসমতো লকডাউন বলবৎ কৰা হয়। এই সময়ছোৱাত বিভিন্ন কৃষি উদ্যোগ আদি বাণিজ্যত বিস্তৰ ক্ষতি সাধন হয়। বিশেষকৈ ৰাজ্যখনৰ অৰ্থনীতিত গুৰুপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা বৃহৎ চাহ উদ্যোগৰ
Read More...

বহিঃৰাজ্যৰ পৰা নগাঁৱলৈ শ্ৰমিকৰ প্ৰত্যাৱৰ্তন অব্যাহত : নগাঁৱত ২১জন ক’ভিড-১৯ত আক্ৰান্ত

নগাঁও ক'ভিড-১৯ৰ সংক্ৰমণৰ আশংকাই নগাঁও জিলাবাসীক ত্ৰস্তমান কৰি ৰাখিছে। ইপিনে, তলাবন্ধৰ সময়তে বহিঃৰাজ্যৰ পৰা নগাঁৱলৈ প্ৰত্যাৱৰ্তন কৰাৰ পাছত বিভিন্ন কোৱাৰেণ্টাইন চেণ্টাৰত কোৱাৰেণ্টাইন হৈ থকা ১৪ জনকৈ লোক ক'ভিড-১৯ত আক্ৰান্ত হোৱাটো নিশ্চিত
Read More...

কলিয়াবৰ মহকুমা অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ অন্তৰ্গত এলেকাত ১৪৪ ধাৰা জাৰি

কলিয়াবৰ সমাগত বাৰিষাৰ বান। বানৰ ভয়াবহতাৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান কৰ্তৃপক্ষ। কৰ্তৃপক্ষক সহায়ৰ বাবে সকলো প্ৰকাৰে তৎপৰ হৈ উঠিছে কলিয়াবৰ মহকুমা প্ৰশাসন, জাৰি কৰিছে ১৪৪ ধাৰা। কলিয়াবৰ মহকুমাৰ অন্তৰ্গত
Read More...

শিমলুগুৰিত শ্ৰমিক এক্সপ্ৰেছত চাৰি জিলাৰ ৪১ যাত্ৰীৰ আগমন

নাজিৰা শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ শিমলুগুৰিৰ ৰে’লৱে জংচনত আজি বিয়লি প্ৰথমবাৰৰ বাবে বহিঃৰাজ্যৰ পৰা শ্ৰমিক এক্সপ্ৰেছ যোগেদি অহা ৪১ গৰাকী যাত্ৰীক নমোৱাৰ পাছত কোৱাৰেণ্টাইনৰ ব্যবস্থা কৰা হয় ৷ যোৱা দুই-তিনি দিন ধৰি নাজিৰা মহকুমা প্ৰশাসনৰ
Read More...

খাৰুপেটীয়াত ক’ৰোনাত আক্ৰান্ত যুৱক

খাৰুপেটীয়া  খাৰুপেটীয়াত এজন যুৱকৰ শৰীৰত ক’ৰোনা পজিটিভ হোৱাৰ সন্দেহৰ খবৰ বিয়পি পৰাৰ লগে লগে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে দৰং জিলাৰ শ্যামপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ১নং আৰিমাৰী গাঁৱৰ আমিনুল ইছলামে শিক্ষাগ্ৰহণৰ
Read More...

মাজুলীত এন এম অ’-এবিভিপিৰ ৰক্তদান শিবিৰৰ আয়োজন

বনগাঁও নেচনেল মেডিক'জ অৰ্গেনাইজেছন, অসমৰ উদ্যোগত অহা ৩১ মে' তাৰিখে বিশ্ব ধঁপাত নিষেধ দিৱসৰ সৈতে সঙ্গতি ৰাখি আৰু অসমৰ চিকিৎসালয় সমূহৰ খালি থকা ব্লাড বেংকত পৰ্যাপ্ত ৰক্ত জমা কৰাৰ লক্ষ্যৰে সমগ্ৰ অসমত ৰক্তদান শিবিৰৰ আয়োজন কৰিছে। অন্যান্য
Read More...

নগাঁৱৰ কচুৱাত পি এম কৃষাণ নিধি আঁচনিত ব্যাপক লুন্ঠন : জিলা উপায়ুক্তক অভিযোগ পত্ৰ দাখিল

নগাঁও নগাঁও জিলাৰ বিভিন্ন কৃষি চক্ৰৰ অধীনত প্ৰধানমন্ত্ৰী কৃষি সন্মান নিধি( পি এম কৃষাণ সন্মান নিধি) আচনিত ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হোৱাৰ অভিযোগ সৰ্বত্ৰ উত্থাপিত হৈছে। জুৰীয়া, ৰূপহী, বটদ্ৰৱাৰ পিছত এইবাৰ জিলাখনৰ কচুৱা কৃষি চক্ৰৰ
Read More...

ধুবুৰীত গোৱালপাৰা ডাক সংমণ্ডলৰ ভ্ৰাম্যমাণ ডাক সেৱা

ধুবুৰী আজি ধুবুৰীত ভ্ৰাম্যমাণ ডাক সেৱা আৰম্ভ কৰে। এই উপলক্ষে ধুবুৰী প্ৰধান ডাকঘৰ চৌহদত গোৱালপাৰা ডাক সংমণ্ডলৰ অধীক্ষক দেবৰাজ শেঠীয়ে এই সেৱা মুকলি কৰে। ভ্ৰাম্যমাণ ডাক সেৱাৰ যোগেদি সমগ্ৰ ধুবুৰী জিলাতে বিশেষকৈ ভিতৰুৱা গ্ৰাম্য
Read More...

ব্যৱসায়ী দুৰ্লভ গগৈৰ দেহাৱসান

টিংখাং ডিব্ৰুগড় জিলাৰ টিংখাং কুঁৱৰীগাঁৱৰ পদুমনিৰ ক্ষুদ্ৰ ব্যৱসায়ী দুৰ্লভ গগৈ (৩৯)ৰ ২৬ মে'ৰ পুৱা ১০ বজাত ডিব্ৰুগড়ৰ এখন ব্যক্তিগত নাৰ্চিংহোমত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে। প্ৰয়াত নকুল গগৈ আৰু প্ৰয়াত ইলাছী গগৈৰ
Read More...