Breaking

Browsing Category

স্থানীয় বাৰ্তা

অইলৰ বাঘজান ৱেলত বিষ্ফোৰন । শ শ লোকৰ গাঁও এৰি পলায়ন ।

তিনিচুকীয়া ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা অইল ইণ্ডিয়াৰ ৫ নং ৱেলত হোৱা বিষ্ফোৰনৰ ফলত ভয়াবহ ভাবে গেছ ৰ্নিগত হয় । বিষ্ফোৰনৰ ফলত সমগ্ৰ বাঘজান অঞ্চলটো গেছেৰে ধুঁৱলী-কুঁৱলী কৰি তোলে । যাৰ ফলত আতংকিত হৈ স্থানীয় ৰাইজে
Read More...

সুস্থ হৈ উঠিল কলিয়াবৰৰ মিছামুখত উদ্ধাৰ আঘাতপ্ৰাপ্ত বিষাক্ত মুগা ফেঁটী

কলিয়াবৰ চিকিৎসা প্ৰদানৰ পিছত স্থানীয় ৰাইজৰ জিংঘাসাৰ বলি হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মুগা ফেঁটীটো সুস্থ হৈ আজি মক্ত হৈ পুণৰ প্ৰকৃতিৰ বুকুলৈ গতি কৰে।যোৱা ২৪ মে' তাৰিখে কলিয়াবৰৰ মিছামুখৰ অনিল বড়োৰ ভঁৰালৰ তলত উদ্ধাৰ হৈছিল দুটা বিষাক্ত
Read More...

লংকাত কপিলীৰ পানীয়ে বুৰাই পেলালে বহু অঞ্চল

লংকা সমগ্ৰ অসমতে ক'ৰোনাই তীব্র ৰূপ ধাৰণ কৰা সময়তে ভূতৰ ওপৰত দানৱ পৰাদি হোজাই জিলাৰ বিভিন্ন অঞ্চলত বানে সংহাৰী ৰূপ লৈছে। বিগত দিনকেইটাত পৰি থকা নেৰানেপেৰা বৰষুণে বহু অঞ্চল বুৰাই পেলোৱাৰ লগতে জনজীৱন স্তব্ধ কৰি পেলাইছে। নিয়মিত
Read More...

হাজোৰ সনাতন ডেকাৰ হত্যাকাৰীক ফাঁচীৰ দাবী

সমগ্ৰ ৰাজ্য কঁপাই যোৱা হাজোৰ ক্ষুদ্ৰ পাচলি ব্যৱসায়ী সনাতন ডেকাৰ হত্যাকাণ্ডৰে জড়িত অভিযুক্তক ফাঁচী দিয়াৰ বাবে বুধবাৰে টীয়কৰ বাদুলীপুখুৰীত মৰিয়া জাতি যুৱ-ছাত্ৰ পৰিষদৰ আহ্বানত স্থানীয় মুছলমান সম্প্ৰদায়ৰ লোসকলে দাবী জনায়৷ ইপিনে একাংশ
Read More...

টীয়কৰ জাঁজীমুখত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বুৰাইছে অঞ্চল

টীয়ক আৰম্ভ হ'ল নৈ পৰীয়া ৰাইজৰ দুৰ্বিস জীৱন৷ বছৰৰ প্ৰথমটো বানৰ কৱলত পৰিছে টীয়ক ৰাজহ চক্ৰৰ অন্তৰ্গত জাঁজীমুখ৷ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ বাবে বন্ধ কৰি দিয়া হৈছে জাঁজীমুখ পাৰঘাটৰ নাঁওৰ চলাচল। ফলত বহিঃজগতৰে বিছিন্ন হৈ পৰিল জাঁজীমুখৰ জপং,
Read More...

সীমান্তৰ গেলেকীত অসমৰ ভূমি দখলৰ প্ৰচেষ্টা নগাৰ : সৰৱ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া

নাজিৰা শিৱাসাগৰ জিলাৰ অসম-নাগালেণ্ড সীমান্তবৰ্তী গেলেকীত অসমৰ ৰাজহ ভূমি দখলৰ বাবে বিগত বৰ্ষৰ আগষ্ট মাহৰ নগালেণ্ড চৰকাৰ তথা প্ৰশাসনৰ পৃষ্ঠপোষকতাত নাগালেণ্ডৰ য়ংলক বস্তুিৰ ভিলেজ কাউঞ্চিলে চলোৱা প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিৰোধী
Read More...

নগাঁৱৰ উপায়ুক্তৰ সৰলতাৰ সুযোগ লৈ বহুৱাইছে দুৰ্নীতিৰ বজাৰ

নগাঁও নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ লগতে লাগি থকা সহকাৰী পৰিকল্পনা বিষয়াৰ কাৰ্যালয়ত এম এছ ডি পি, বিধায়ক আৰু সাংসদ পুঁজিৰ নামত দুৰ্নীতিৰ বজাৰ মুকলি কৰাৰ অভিযোগ উত্থাপন হৈছে এগৰাকী সহকাৰী পৰিকল্পনা বিষয়াৰ বিৰুদ্ধে । অভিযোগ উঠা
Read More...

ধুবুৰীত ধাৰাষাৰ বৰষুণ, ধুমুহা : বিস্তৰ ক্ষয়ক্ষতি

 ধুবুৰী ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলত নেৰানেপেৰা বৰষুণ আৰু ধুমুহাৰ ফলত ব্যাপক ক্ষতি হোৱা পৰিলক্ষিত হয়।   ধুমুহা-বৰষুণৰ ফলত ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত তামাৰহাট পঞ্চায়ত, ডিংডিঙ্গা পঞ্চায়ত, কামানডাঙ্গা পঞ্চায়ত আৰু কুমাগঞ্জ
Read More...

গোলাঘাটত ক’ৰোনাৰ সামাজিক সংক্ৰমণৰ আশংকা : চিকিৎসক-নাৰ্চ, স্বাস্থকৰ্মী, ৰোগীসহ কুৱাৰেণ্টাইনত…

গোলাঘাট ক'ৰোনাই গ্ৰাস কৰিছে গোলাঘাটক৷ ৯জন সুস্থ হৈ উঠাৰ পিছত বৰ্তমানলৈ ৮৪ গৰাকীকৈ আক্ৰান্ত লোকেৰে অসমৰ সৰ্বাধিক আক্ৰান্তৰ সংখ্যা বহন কৰিছে গোলাঘাটে। ইফালে মাত্ৰ দুটা দিনৰ ভিতৰতে ৮০ জনকৈ লোক আক্ৰান্ত হোৱা ঘটনাই অধিক আতংকিত কৰি ৰাখিছে
Read More...

কলিয়াবৰত বৰলুইতৰ কালৰূপ ।কলিয়াবৰৰ বৰঘূলীত বৰলুইতৰ বুকুত জাহ গ’ল মছজিদ ।

কলিয়াবৰ এতিয়া কৰ'না সন্ত্ৰাসতকৈও ভয়ানকৰূপে দেখা দিছে বৰলুইতৰ খহনীয়াই। কলিয়াবৰৰ জলসম্পদ মন্ত্ৰীৰ গৃহ সমষ্টিৰ বৰঘূলীত। সহস্ৰাধিক ভূমি, গৃহ বৰলুইতত জাহ যোৱাৰ পিচত ব্ৰহ্মপুত্ৰৰৰ বুকুত জাহ গ'ল মছজিদ। পবিত্ৰ ঈদ পালনৰ পিচদিনাই নৱ-নিৰ্মিত
Read More...