Breaking

Browsing Category

স্থানীয় বাৰ্তা

টিংখাঙত নিজামুদ্দিন ফেৰৎসহ ১৩ জনক কোৱাৰেণ্টাইন

টিংখাং বহিঃৰাজ্যৰ পৰা নিজ গৃহলৈ অহা লোকসকলক অন্যান্য ঠাইৰ লগতে ডিব্ৰুগড় জিলাৰ টিংখাঙত কোৱাৰেণ্টাইন শিবিৰ স্থাপন কৰে। স্থানীয় প্ৰশাসনে অঞ্চলটোৰ শ্ৰীবাংগোৰ আৰু শ'লগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ত দুটা কোৱাৰেণ্টাইন শিবিৰ স্থাপন কৰে।এই দুখন
Read More...

হোজাইত আমছুৰ শ্বহীদ দিৱস পালন

ডবকা সদৌ অসম সংখ্যালঘূ ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ "শ্বহীদ দিৱস" প্ৰতি বছৰৰ দৰে এইবাৰো কেন্দ্ৰীয়ভাৱে আজি পালন কৰা হয় যদিও ভয়াবহ ক'ৰোনা ভাইৰাছৰ সংক্ৰমণৰ পৰা দেশবাসীক ৰক্ষা কৰাৰ নিমিত্তে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা লকডাউনৰ পৰিপ্ৰেক্ষিতত
Read More...

প্ৰিণ্ট, ডিজিটেলৰ নামত সন্থা খুলি সন্ত্ৰাস চলোৱা স্বয়ম্ভূ সাংবাদিক হাচিব উদ্দিন তালুকদাৰক জে’ললৈ…

ডবকা ধন দাবীৰ অভিযোগত মোৰাজাৰ আৰক্ষীয়ে আটক কৰে হোজাই জিলাৰ কপাহবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত পাভিজুৰী গাঁৱৰ স্বয়ম্ভু সাংবাদিক হাচিব উদ্দিন তালুকদাৰক৷ প্ৰাপ্ত তথ্য মতে কেইবামাহৰ পৰা নিজকে সাংবাদিক সন্থাৰ সভাপতিৰ পৰিচয় দি হোজাই জিলাত
Read More...

ন-দিহিং নৈ বাঢ়নী পানীয়ে উটুৱাই নিলে জুবিন গাৰ্গ সেতু

ডিৰাক সীমান্ত অসমৰ একেবাৰে পূৱ প্ৰান্তৰ তিনিচুকীয়া জিলাৰ ডিৰাক অঞ্চলত পাহাৰীয়া খৰশ্ৰুতা নদী ন-দিহিঙৰ বুকুত অঞ্চলটোৰ ৰাইজৰ একক প্ৰচেষ্টাত নিৰ্মাণ কৰি উলিয়াইছিল ৪৯০ মিটাৰ দৈৰ্ঘ্যৰ এখন বাঁহৰ দলং৷ দলঙখনৰ নাম দিছিল জুবিন গাৰ্গ দলং৷ চৰকাৰৰ
Read More...

পথ নিৰ্মাণৰ প্ৰতিশ্ৰুতি সাকাৰ হ’ল : বিজেপিৰ চাহ মৰ্চাৰ সভাপতি প্ৰহ্লাদ গোৱালা

নাজিৰা নাজিৰাৰ বাট-পথৰ দুৰাৱস্থাৰ বতৰা নাজিৰাবাসী ৰাইজৰ বাবে নতুন নহয়। ক'ৰোনাৰ আতংকত লকডাউনত বন্দী হৈ ৰোৱা ৰাইজৰ সমুখতো ৰোগীৰ সংস্পৰ্শত ক'ৰোনাত আক্ৰান্ত হোৱাৰ ভয়তকৈ পথৰ ধূলি-বালিৰ সংস্পৰ্শত বুৰ যোৱা আৰু সদায়ে বিৰাজ কৰি থকা
Read More...

বোকাজানত পুনৰ দুজনৰ শৰীৰত ক’ভিড-১৯

বোকাজান  বোকাজানত পুনৰ দুজনকৈ ব্যক্তিৰ শৰীৰৰ তেজৰ নমুনাত ক’ভিড-১৯ ভাইৰাছ ধৰা পৰিছে। ইয়াকে লৈ কাৰ্বি আংলং জিলাত মঙলবাৰৰ দুপৰীয়ালৈকে ক’ৰোনা ৰোগীৰ সংখ্যা চাৰিজনলৈ বৃদ্ধি পালে৷ বোকাজান মহকুমা প্ৰশাসনে মঙলবাৰে মহকুমাটোৰ গিডিয়ান মমিন (২৪)
Read More...

খাৰুপেটীয়াত আমছুৰ কেন্দ্ৰীয় শ্বহীদ দিৱস পালন

খাৰুপেটীয়া সংখ্যালঘু সম্প্ৰদায়ৰ নাৰ্য প্ৰাপ্তিৰ দাবীত অসমৰ বিভিন্ন জিলা আৰু মহকুমাৰ সদৰ ঠাই সমুহত ১৯৮০ চনৰ ২৬ মে’ তাৰিখে প্ৰতিবাদ কৰিবলৈ গৈ অসমত ভেৰোণীয়া পুলিচবাহিনীৰ গুলিত নিজৰ প্ৰাণ আহুতি দিয়াৰ লগতে ঘূনীয়া হোৱা বীৰ শ্বহীদসকলক
Read More...

কলিয়াবৰত বন‍্যহস্তীৰ সন্ত্ৰাস

কলিয়াবৰ কলিয়াবৰত বন্যহস্তীৰ উপদ্ৰৱ। খাদ্যৰ সন্ধানত কামাখ্যা পাহাৰৰ পৰা নামি অহা বন্যহস্তীয়ে উপদ্ৰৱ চলাইছে কলিয়াবৰৰ ভিন্ন অঞ্চলত। মঙলবাৰে পুৱতি নিশা কলিয়াবৰৰ সোনাৰী গাঁৱত উপদ্ৰৱ এটা বন্যহস্তীৰ। গাঁওখনৰ পদুম হাজৰিকা নামৰ লোকজনৰ
Read More...

কলিয়াবৰৰ বৰঘূলীত বৰলুইতৰ পুনৰ ভয়াবহ খহনীয়া : জলসম্পদ মন্ত্ৰীৰ গৃহ সমষ্টিত একাংশ ঠিকাদাৰৰ ময়মতালি ফল…

কলিয়াবৰ কলিয়াবৰৰ লুইতপৰীয়া বৰঘূলী অঞ্চললৰ বাৰিষাৰ প্ৰাৰম্ভতে লুইতৰ খহনীয়াই লৈছে ৰূদ্ৰ ৰূপ। কলিয়াবৰৰ ২ নং আৰু ৩ নং বৰঘূলী অঞ্চলত বৰলুইতৰ গৰাখহনীয়াই ধাৰণ কৰিছে ভয়াবহ ৰূপ। ঈদৰ দিনৰ পৰা আৰম্ভ হোৱা গৰাখহনীয়াই ক্ৰমান্বয়ে ভয়ঙ্কৰ ৰূপ
Read More...

ডীলাইত বৃহৎ পৰিমাণৰ গুটখাসহ আটক ২

বোকাজান কাৰ্বি আংলং জিলাৰ ডীলাই আৰক্ষীৰ নিয়মীয়া তালাচীত বৃহৎ পৰিমাণৰ গুটখা উদ্ধাৰ কৰাৰ লগতে  দুজনক আটক কৰে আৰক্ষীয়ে। ধৃত লোক দুজন সুভাষ তামং আৰু সঞ্জয় অধিকাৰী বুলি জানিব পৰা গৈছে। আৰক্ষীৰ সূত্ৰে পোৱা তথ্য অনুসৰি গুৱাহাটীৰ বেলতলাৰ
Read More...